• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশৰ পাছত এইবাৰ থাইলেণ্ডত ৰাজনৈতিক ধুমুহা, প্ৰধানমন্ত্ৰীক অপসাৰণ

2 years ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

2 minutes ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

1 hour ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

2 hours ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

3 hours ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

4 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

5 hours ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

6 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বাংলাদেশৰ পাছত এইবাৰ থাইলেণ্ডত ৰাজনৈতিক ধুমুহা, প্ৰধানমন্ত্ৰীক অপসাৰণ

editor by editor
August 14, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
বাংলাদেশৰ পাছত এইবাৰ থাইলেণ্ডত ৰাজনৈতিক ধুমুহা, প্ৰধানমন্ত্ৰীক অপসাৰণ
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশৰ পাছত এইবাৰ থাইলেণ্ডত ৰাজনৈতিক ধুমুহা, প্ৰধানমন্ত্ৰীক অপসাৰণ

বাংলাদেশৰ স্বাধীনতাৰ পিছৰে পৰা কাৰ্যকৰী হোৱা চৰকাৰী চাকৰিৰ সংৰক্ষণ ব্যৱস্থাই অৱশেষত দেশৰ চৰকাৰেই সলাই পেলালে। প্ৰধানমন্ত্ৰীৰ পদৰ পৰা ইস্তিফা দিয়াৰ লগেত দেশো ত্যাগ কৰিবলৈ বাধ্য হয় শ্বেখ হাছিনাই । বাংলাদেশৰ পাছত এতিয়া এছিয়াৰ আন এখন দেশতো ৰাজনৈতিক সংকট ভয়াৱহ হৈ পৰিছে।

ৰাজনৈতিক ধুমুহাই দেখা দিছে থাইলেণ্ডত। দেশখন প্ৰধানমন্ত্ৰী শ্ৰেত্থা থাভিচিন (Srettha Thavisin )ক পদৰ পৰা অপসাৰণ কৰা হৈছে। যিয়ে এসপ্তাহ পূৰ্বে আদালতে নিৰ্দেশ দিয়া মূল বিৰোধী দলটো ভংগ কৰাৰ পিছত থাইলেণ্ডৰ ৰাজনীতিক আৰু অধিক জোকাৰি যায়।

যিটো গোচৰৰ বাবে সাংবিধানিক আদালতে প্ৰধানমন্ত্ৰী শ্ৰেত্থা থাভিচিনক বিচাৰ কৰিছিল, সেই গোচৰটোত আদালতৰ এজন বিষয়াক উৎকোচ দিয়াৰ অভিযোগত কাৰাগাৰত বন্দী হোৱা এজন কেবিনেট সদস্যক নিযুক্তি দিয়া হৈছিল। আদালতে শ্ৰেত্থা থাভিচিনৰ বিৰুদ্ধে ৫:৪ ভোটত ভোটদান কৰে আৰু ৰায়দানৰ শেষত তেওঁক তৎক্ষণাত কাৰ্যভাৰৰ পৰা আঁতৰাই দিয়া হয়।

সংবিধান উলংঘা কৰিছিল প্ৰধানমন্ত্ৰীয়ে
বুধবাৰে থাইলেণ্ডৰ সাংবিধানিক আদালতে প্ৰধানমন্ত্ৰী শ্ৰেত্থা থাভিচিনক পদৰ পৰা অপসাৰণ কৰাৰ ৰায় দিয়ে। থাভিচিনৰ বিৰুদ্ধে নৈতিকতা সম্পৰ্কীয় গোচৰত এই সিদ্ধান্ত লোৱা হৈছে। আদালতে কয় যে শ্ৰেত্থা থাভিছিনে সংবিধান উলংঘা কৰিছে।

কেবিনেট নিযুক্তিত আবদ্ধ
ন্যায়াধীশসকলে কয় যে শ্ৰেত্থাই ভালদৰেই জানিছিল যে তেওঁ এনে এজন ব্যক্তিক নিযুক্তি দিছে যাৰ নৈতিকতাৰ বাবে কোনো সততা নাই। উল্লেখ্য যে, শ্ৰেত্থা থাভিচিন এগৰাকী ৰিয়েল ইষ্টেট টাইকুন আৰু তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ তুলনামূলকভাৱে যথেষ্ট নতুন।

নৈতিকতাৰ নিয়ম ভংগ
ৰাজধানী বেংককত অৱস্থিত সাংবিধানিক আদালতে কয় যে শ্ৰেত্থাই কেবিনেটত কাৰাদণ্ড ভুগি থকা এজন অধিবক্তা নিযুক্তি দি নৈতিকতাৰ নিয়ম উলংঘা কৰিছে। ৯জন ন্যায়াধীশৰ বিচাৰপীঠৰ ভিতৰত ৫জন ন্যায়াধীশে শ্ৰেত্থা আৰু তেওঁৰ মন্ত্ৰীসভাক বৰ্খাস্ত কৰিবলৈ ভোটদান কৰে।

উল্লেখ্য যে, যোৱা বছৰৰ আগষ্ট মাহত শ্ৰেত্থা প্ৰধানমন্ত্ৰী হৈছিল। ইয়াৰ লগে লগে ৩ মাহ ধৰি চলি থকা অচলাৱস্থাটোও শেষ হৈ গ’ল। কিন্তু তাৰ ফলত তেওঁৰ ফেউ থাই দলটো দীৰ্ঘদিনীয়া সামৰিক প্ৰতিদ্বন্দ্বী দলৰ সৈতে শাসকীয় মিত্ৰজোঁটৰ অংশ হৈ পৰিল।

আনহাতে দেশখনৰ এনে এক সিদ্ধান্তৰ অৰ্থ হ’ব পাৰে ইতিমধ্যে অস্থিৰতাৰ সন্মুখীন হোৱা থাইলেণ্ডৰ ৰাজনীতিত আৰু অধিক সংকট। ইয়াত ৰাজনীতিত পৰিৱৰ্তনৰ দাবী কৰাসকলে প্ৰায়ে ক্ষমতাৰ শক্তিশালী গোট, সেনা, ৰাজতন্ত্ৰৰ সমৰ্থক আৰু বৃহৎ ব্যৱসায়ীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ সংকেট।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ethics violationThailandThailand PMThailand PM Remove
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

May 7, 2026
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

May 7, 2026
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

May 7, 2026
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত
জীৱনশৈলী

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

May 7, 2026
Next Post
কাইলৈ ১৫ আগষ্টৰ পৰা নতুন নিয়ম, চাইকেল চলালেও পিন্ধিব লাগিব হেলমেট

নিশা শোৱাৰ পূৰ্বে নাৰিকল তেলৰ সৈত ব্যৱহাৰ কৰক কেৱল মাত্ৰ এইবিধ সামগ্ৰী, পুৱা দেখক চমৎকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন