• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা শোৱাৰ পূৰ্বে নাৰিকল তেলৰ সৈত ব্যৱহাৰ কৰক কেৱল মাত্ৰ এইবিধ সামগ্ৰী, পুৱা দেখক চমৎকাৰ

নিশা শোৱাৰ পূৰ্বে নাৰিকল তেলৰ সৈত ব্যৱহাৰ কৰক কেৱল মাত্ৰ এইবিধ সামগ্ৰী, পুৱা দেখক চমৎকাৰ

2 years ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

2 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

3 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

3 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

3 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

4 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

4 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

5 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

6 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

8 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

নিশা শোৱাৰ পূৰ্বে নাৰিকল তেলৰ সৈত ব্যৱহাৰ কৰক কেৱল মাত্ৰ এইবিধ সামগ্ৰী, পুৱা দেখক চমৎকাৰ

editor by editor
August 14, 2024
in খাদ্য, জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ, স্বাস্থ্য
0
নিশা শোৱাৰ পূৰ্বে নাৰিকল তেলৰ সৈত ব্যৱহাৰ কৰক কেৱল মাত্ৰ এইবিধ সামগ্ৰী, পুৱা দেখক চমৎকাৰ
0
SHARES
435
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশা শোৱাৰ পূৰ্বে নাৰিকল তেলৰ সৈত ব্যৱহাৰ কৰক কেৱল মাত্ৰ এইবিধ সামগ্ৰী, পুৱা দেখক চমৎকাৰ

বয়স বৃদ্ধিৰ লগে লগে প্ৰত্যক মানুহৰে শৰীৰত বয়সৰ চাপ পৰে। এই বয়সৰ চাপ সৰ্বপ্ৰথমে মানুহৰ চেহেৰাটোই পৰা দেখা যায়। ছাল শোতোৰা পৰিবলৈ ধৰে। ঢিলা হৈ পৰে মুখৰ ছাল।

এই ক্ষেত্ৰত পুৰুষতকৈ এগৰাকী মহিলাই অধিক হীনমান্যতাত ভোগে ছাল শোতোৰা পৰা বুলি। এখন ভাল ছালৰ অধিকাৰী হবলৈ সদায়ে চেষ্টা কৰে থাকে, তাতে আৰু বয়সৰ চাপ পৰিলে অধিক চিন্তান্বিত হৈ পৰে।

সেয়ে কিছুমান ঘৰুৱা উপায়েৰে অতি সহজে আপোনাৰ ছাল শোতোৰা নপৰাকৈ ৰাখিব পাৰে। ইয়াৰ বাবে অধিক টকাৰো খৰচ কৰিব নালাগে আপুনি।

নাৰিকল তেলত এনে কিছুমান মিনাৰেল পোৱা যায়, যিয়ে ছালৰ উজ্জলতা অনাৰ লগতে ছালক দাগবিহীন কৰি তোলে। কেৱল মন কৰিব যাতে এই নাৰিকল তেল কেৱল ভাৰ্জিন তেল হে হয়, এই ভাৰ্জিন নাৰিকল তেলত হে প্ৰকৃত গুণ থাকে যিয়ে আপোনাৰ সকলো সমস্যা দুৰ কৰিব।

কেৱল নিতো নিশা শুৱাৰ পূৰ্বে ভালদৰে ব্যৱহাৰ কৰক এই তেল আৰু সহজেই এক ভাল আৰু নিমজ ছাল লাভ কৰক। ইয়াৰ বাবে নাৰিকল তেলত মিহলাই লওক কেৱল মাত্ৰ এবিধ সামগ্ৰী।

কিদৰে কৰিব ব্যৱহাৰ-
নাৰিকল তেল আৰু মৌ- মৌত এনে বহু তত্ব পোৱা যায়, যিয়ে প্ৰাকৃতিকভাৱে ছালৰ গ্লো অনাত সহায় কৰে। যাৰ বাবে এই দুয়োবিধ সামগ্ৰীৰ মিশ্ৰনে অধিক ভাল কৰি তোলে ছাল।

নিশা শোৱাৰ পূৰ্বে এক চামুচ নাৰিকল তেলত দুই তিনি টোপাল মৌ মিহলাই লওক। এতিয়া এই খিনি ভালদৰে মিহলাই লৈ চেহেৰাত লগাই গোটেই নিশাটোৰ বাবে এৰি দিয়ক। পুৱা উঠি শীতল পানীৰে ধুই দিয়ক। এনেদৰে নিতৌ কৰিলে মাত্ৰ ১ সপ্তাহতে লাভ কৰক মনে বিচৰা ছাল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: beauty hacksbeauty tipsCoconutCoconut OIlskin care
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
Next Post
ভিক্ষাৰী আছিল, যদিও মাটিত লাঠিৰে কৰি আছিল এনে কাম, আৰক্ষী কাষ চাপি আচৰিত

ভিক্ষাৰী আছিল, যদিও মাটিত লাঠিৰে কৰি আছিল এনে কাম, আৰক্ষী কাষ চাপি আচৰিত

চীন-ভাৰতৰ যুদ্ধৰ বাবে আধৰুৱা হৈ ৰোৱা এটা প্ৰেম কাহিনী, বিফল প্ৰেমে বনাই দিলে উল্লেখনীয় উদ্যোগপতি

চীন-ভাৰতৰ যুদ্ধৰ বাবে আধৰুৱা হৈ ৰোৱা এটা প্ৰেম কাহিনী, বিফল প্ৰেমে বনাই দিলে উল্লেখনীয় উদ্যোগপতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.