• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক ৫বছৰত মেডিকেল কলেজত ৭৫ হাজাৰ আসন বঢ়োৱা হ’ব, স্বাধীনতা দিৱসৰ অনুষ্ঠানত ঘোষণা প্ৰধানমন্ত্ৰীৰ

আগন্তুক ৫বছৰত মেডিকেল কলেজত ৭৫ হাজাৰ আসন বঢ়োৱা হ’ব, স্বাধীনতা দিৱসৰ অনুষ্ঠানত ঘোষণা প্ৰধানমন্ত্ৰীৰ

2 years ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

3 minutes ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

16 minutes ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

34 minutes ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

44 minutes ago
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

53 minutes ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

12 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

12 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

12 hours ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

15 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

15 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

16 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক ৫বছৰত মেডিকেল কলেজত ৭৫ হাজাৰ আসন বঢ়োৱা হ’ব, স্বাধীনতা দিৱসৰ অনুষ্ঠানত ঘোষণা প্ৰধানমন্ত্ৰীৰ

আগন্তুক ৫বছৰত মেডিকেল কলেজত ৭৫ হাজাৰ আসন বঢ়োৱা হ’ব, স্বাধীনতা দিৱসৰ অনুষ্ঠানত ঘোষণা প্ৰধানমন্ত্ৰীৰ

editor by editor
August 15, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
আগন্তুক ৫বছৰত মেডিকেল কলেজত ৭৫ হাজাৰ আসন বঢ়োৱা হ’ব, স্বাধীনতা দিৱসৰ অনুষ্ঠানত ঘোষণা প্ৰধানমন্ত্ৰীৰ
0
SHARES
54
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে ১৫ আগষ্টত ৭৮তম স্বাধীনতা দিৱস৷ দিল্লীৰ লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পাছত এয়া প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণ প্ৰধানমন্ত্ৰী মোদীৰ৷ দিল্লীৰ লালকিল্লাত জাতীয় পতাকা উত্তোলনৰ পাছতেই দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে নৰেন্দ্ৰ মোদীয়ে৷

লালকিল্লাত আয়োজিত এই অনুষ্ঠানত যোগ দিছে সমগ্ৰ দেশৰ যুৱ, আদিবাসী সম্প্ৰদায়, কৃষক আৰু মহিলাসকলে৷ এইবাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত আমন্ত্ৰণ জনোৱা হৈছে প্ৰায় ৬ হাজাৰ অতিথিক৷ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধা জনাই বক্তব্যৰ আৰম্ভণি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷

প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুওৱা নাগৰিকৰ প্ৰতি শোকপ্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘স্বাধীনতা লাভৰ পূৰ্বে দেশবাসীয়ে শতবৰ্ষৰ দাসত্বৰ বিৰুদ্ধে যুঁজ চলাইছে৷ ১৮৫৭ চনৰ পূৰ্বেও আদিবাসীসকলে স্বাধীনতাৰ বাবে যুঁজ কৰিছে৷ দাসত্ব, অত্যাচাৰী শাসক, যন্ত্ৰণাৰ পাছতো প্ৰায় ৪০ কোটি দেশবাসীয়ে স্বাধীনতাৰ বাবে যুদ্ধ কৰিছিল৷ আমি গৰ্বিত যে, আমাৰ শৰীৰত তেওঁলোকৰ তেজ আছে৷ যদি সেইদিনা ৪০ কোটি দেশবাসীয়ে দাসত্বৰ শৃংখলা ভাঙি স্বাধীনতা অৰ্জন কৰিব পাৰে তেন্তে ১৪০ কোটি মানুহে কি কৰিব পাৰে সেয়া মুখেৰে কৈ বুজোৱাৰ প্ৰয়োজন নাই৷ দেশবাসীয়ে যদি একেলগে আগুৱাই যায়, যিমানেই প্ৰতিবন্ধকতা নাহক কিয়, যিমানেই অভাৱ নাথাকক কিয় আমি আমাৰ লক্ষ্যত উপনীত হমেই৷ বিকশিত ভাৰতৰ লক্ষ্য আমি অৰ্জন কৰিব পাৰিমেই৷ এখন সমৃদ্ধ ভাৰত আমিয়েই গঢ়িব পাৰিম৷ বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হোৱাৰ ক্ষমতা আছে আমাৰ হাততেই৷’ প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ‘বিশ্বত ভাৰতৰ মৰ্যাদা বাঢ়িছে৷ আমি কেৱল ৰাজনীতিৰ বাবেই  সংস্কাৰ কৰা নাই৷ আমাৰ ওচৰত জাতীয় স্বাৰ্থই সৰ্বোচ্চ৷ আমাৰ ভাৰত যাতে মহান তেনেকৈয়ে সংকল্প গ্ৰহণ কৰি আমি পদক্ষেপ লৈ আহিছো৷ কৰোনাত সকলোতকৈ দ্ৰুত টিকাকৰণ ভাৰতত হৈছে৷ পূৰ্বে শত্ৰুসকলে আহি সেনাক মাৰি গুচি যাঊ পাৰিছিল৷ এতিয়া সেনাই ছাৰ্জিকেল ষ্ট্ৰাইক কৰে, এয়াৰ ষ্ট্ৰাইক কৰে৷ ভাৰতীয়সকলে এতিয়া এইবোৰক লৈ গৰ্ববোধো কৰে৷ ইয়াৰোপৰি জলজীৱন মিছনো আগবাঢ়িছে দেশত৷’

প্রধানমন্ত্ৰীয়ে লগতে কয়, ‘মানুহৰ আয় দ্বিগুণ হৈছে৷ ৰপ্তানি বাঢ়িছে৷ বিদেশী মুদ্ৰা ভাণ্ডাৰ বাঢ়িছে৷ বিকশিত ভাৰত মিছনৰ অন্যতম লক্ষ্য মানুহৰ জীৱনত চৰকাৰৰ দখলদাৰী কমাই অনা৷ মানুহৰ জীৱনযাত্ৰা সহজ কৰিবলৈ একাধিক পদক্ষেপ লোৱা হৈছে৷ দেশবাসীৰ বাবে ১৫০০টাতকৈয়ো বেছি আইন বাতিল কৰা হৈছে যাতে মানুহে সমস্যাত নপৰে৷ আনকি বহুকেইখন আইনো বাতিল কৰিছো যিয়ে সৰু সৰু কেছত জে’ল যাব লগা পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ ফৌজদাৰী আইনো পৰিবৰ্তন কৰা হৈছে৷ প্ৰতি দলৰ প্ৰতিনিধিসকলৰ জীৱনযাত্ৰা সহজ মিছনৰ পদক্ষেপ লোৱাত সহায় কৰাৰ আহ্বান জনাইছে৷ প্ৰধানমন্ত্ৰীৰ ভাষণত লগতে শুনা গৈছে ‘সৱ কা সাথ সব বা বিকাশৰ শ্লোগান৷ সংহতিৰ বাৰ্তাও দিয়ে প্ৰধানমন্ত্ৰীয়ে৷ লগতে তেওঁ কয়, ‘জাতপাত, ধৰ্ম, বৰ্ণ সকলো বাদ দি সকলোৰে ঘৰে ঘৰে ত্ৰিৰংগা উৎসৱত পৰিণত হৈছে৷ প্ৰতি বছৰে ভাৰতৰ পৰা ছাত্ৰসকলে ডাক্তৰী পঢ়িবলৈ বাহিৰলৈ গৈ আছে৷ এতিয়া ১০ বছৰত আমি মেডিকেল কলেজৰ সংখ্যা বঢ়াই ১ লাখ কৰিছো৷ আগন্তুক ৫বছৰত মেডিকেল কলেজসমূহত ৭৫ হাজাৰ নতুন আসন তৈয়াৰ হ’ব৷ শিশুসকলৰ বাবে জাতীয় পুষ্টি মিছনো নতুনকৈ আৰম্ভ হ’ব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 20, 2026
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 20, 2026
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

March 20, 2026
Next Post
ধন ঘটাত পাকৈত এই ৪ৰাশিৰ জাতক, বিলাস-বৈভৱ জন্মগত অধিকাৰ এইকেইটা ৰাশিৰ জাতকৰ

ধন ঘটাত পাকৈত এই ৪ৰাশিৰ জাতক, বিলাস-বৈভৱ জন্মগত অধিকাৰ এইকেইটা ৰাশিৰ জাতকৰ

৯৮ মিনিট ধৰি ভাষণ, ২০৪৭ ক লৈ বিশেষ লক্ষ্য, কি কি বিশেষ ভাষণত

৯৮ মিনিট ধৰি ভাষণ, ২০৪৭ ক লৈ বিশেষ লক্ষ্য, কি কি বিশেষ ভাষণত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.