• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত পোহৰলৈ আহিছে ৰিপৰ্ট,  কি লিখা আছে ৰিপৰ্টত? সবিশেষ

অৱশেষত পোহৰলৈ আহিছে ৰিপৰ্ট, কি লিখা আছে ৰিপৰ্টত? সবিশেষ

2 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

7 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

8 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

9 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

10 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

11 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

12 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

13 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

13 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

13 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অৱশেষত পোহৰলৈ আহিছে ৰিপৰ্ট, কি লিখা আছে ৰিপৰ্টত? সবিশেষ

অৱশেষত পোহৰলৈ আহিছে ম/ৰো/ণো/ত্ত/ৰ ৰিপৰ্ট, কি লিখা আছে ৰিপৰ্টত? সবিশেষ

editor by editor
August 19, 2024
in বিবিধ, ভাৰত, লেখা
0
অৱশেষত পোহৰলৈ আহিছে ৰিপৰ্ট,  কি লিখা আছে ৰিপৰ্টত? সবিশেষ
0
SHARES
74.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰ জি কৰ মেডিকেল কলেজত নিহত চিকিৎসকৰ শৰীৰত দেখা গৈছিল একাধিক আঘাতৰ চিহ্ন৷ নিহত চিকিৎসকৰ শৰীৰত প্ৰমাণ পোৱা গৈছে যৌন নৃশংসতাৰো৷ এই দাবী কৰিছে মৰোণোত্তৰ পৰীক্ষাইয়ো৷ সেই ৰিপৰ্টত একাধিক তথ্য প্ৰকাশ পাইছে৷ মৰোনোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত তেওঁক শ্বাসৰোধ কৰি হত্যা কৰা হৈছিল বুলি প্ৰকাশ পাইছে৷ আনকি যৌনাংগত বলপূৰ্বক কিছু প্ৰৱেশ কৰোৱাৰো তথ্য ৰিপৰ্টত উল্লেখ আছে৷

নিহত চিকিৎসকৰ মৰোণোত্তৰ ৰিপৰ্টতত উল্লেখ থকা অনুসৰি, তেওঁৰ শৰীৰত একাধিক ক্ষতচিহ্ন আছে৷ মূৰ, ডিঙি, ওঁঠ, নাক,  সোঁ হনু, থুঁতৰি, বাওঁ বাহু, বাওঁ কান্ধ, বাওঁ আঁঠু, গোৰোহা আৰু যৌনাংগত ক্ষতচিহ্ন পোৱা গৈছে৷ ৰিপৰ্টত লগতে উল্লেখ আছে যে চিকিৎসকগৰাকীৰ হাওঁফাওঁত তেজ গোট বান্ধিছিল৷ শৰীৰৰ আৰু কেইবাটাও অংশত তেজ গোট মাৰিছিল৷ চিকিৎসকগৰাকীক শ্বাসৰোদ্ধ কৰিয়ে হত্যা কৰা হৈছিল বুলি ৰিপৰ্টত স্পষ্টকৈ উল্লেখ আছে৷ যৌনাংগত বলপূৰ্বক কিছু প্ৰৱেশ কৰোৱা হৈছিল( ৰিপৰ্টত লিখা মতে পেনিট্ৰেছন/ ইনছাৰছন) বুলি উল্লেখ আছে ৰিপৰ্টত৷

একাধিক মহলে অভিযোগ কৰিছিল যে, নিৰ্যাতিতাৰ দেহৰ পৰা ১৫০ গ্ৰাম ছিমেন পোৱা গৈছে৷ কলকতা হাই কৰ্টে তেওঁৰ পৰিয়ালে যি পিটিছন দিছিল তাতো সেই বিষয়টো উল্লেখ কৰিছিল৷ কিন্তু পোষ্টমৰ্টেম ৰিপৰ্টত ছিমেন সংক্ৰান্তিয় কোনো উল্লেখ নাই৷ ৰিপৰ্টত লিখা হৈছে যে, মৃতকৰ শৰীৰৰ এণ্ডোছাৰ্ভিকেল কেনেলৰ পৰা বগা ঘন তৰল সংগ্ৰহ কৰা হৈছে৷ সেই তৰল কি ৰিপৰ্টত উল্লেখ নাই৷  ৰিপৰ্টত এক্সটাৰনেল আৰু ইণ্টাৰনেল জেনিটালিয়া ত লিখা গৈছে, ‘ওজন ১৫১গ্ৰাম’৷ উল্লেখ্য যে পোষ্টমৰ্টেম ৰিপৰ্টৰ নিয়ম মানি মৃতদেহৰ বিভিন্ন অংশৰ ওজন কৰা হয়৷ এইক্ষেত্ৰতো সকলোবোৰৰ ওজন কৰা হৈছে৷ এগৰাকী ফৰেন্সিক বিশেষজ্ঞই এই সন্দৰ্ভত কয়, ‘যি বগা তৰলৰ কথা উল্লেখ আছে সেয়া কি হয় ফৰেন্সিক ৰিপৰ্টৰ পৰা জনা যাব৷ পোষ্টমৰ্টেম ৰিপৰ্টে সেই তথ্য নিদিয়ে৷ কাৰণ সেয়া পৰীক্ষা কৰাৰ পাছতহে জনা যাব৷’

বিভিন্ন মহলৰ পৰা নিৰ্যাতিতাৰ শৰীৰৰ একাধিক হাড় ভঙাৰ যি কথা প্ৰকাশ পাইছিল, পোষ্টমৰ্টেম ৰিপৰ্টত তেনে হাড় ভঙাৰ কথা উল্লেখ নাই৷ ৰিপৰ্টত স্পষ্টকৈ লিখা হৈছে, ‘শ্বাসৰোধেই তেওঁৰ মৃত্যুৰ কাৰণ৷ মৃত্যুৰ ধৰণ হত্যা৷ যৌনাংগত বলপূৰ্বক কিছু প্ৰৱেশ কৰোৱাৰ মে়ডিকেল প্ৰমাণ পোৱা গৈছে৷ অৰ্থাৎ ধৰ্ষণ হ’ব পাৰে৷’

মৃতকৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত লিখা হৈছে, ‘দুখন গালত একাধিক ক্ষতচিহ্ন পোৱা গৈছে৷ কোনোটোৰ ক্ষত দৈৰ্ঘ্য ০.৩ ইঞ্চি আৰু প্ৰস্থ ০.১ ইঞ্চি৷ কোনোটোৰ দৈৰ্ঘ্য ০.২ ইঞ্চি আৰু প্ৰস্থ ০.১ ইঞ্চি৷ তলৰ ওঁঠৰ মাজত থকা ক্ষতচিহ্নৰ দৈৰ্ঘ্য ১ ইঞ্চি আৰু প্ৰস্থ ০.৪ ইঞ্চি৷  ওঁঠৰ ভিতৰৰ অংশ আৰু হাত-ভৰিতো দাগ পোৱা গৈছে৷ যিসমূহ প্ৰায় 0.2 ইঞ্চি দীঘল আৰু 0.2 ইঞ্চি বহল। নাকৰ বাওঁফালে এটা দাগ আছে, যি 0.3 ইঞ্চি দীঘল আৰু 0.1 ইঞ্চি বহল। ওঁঠত দুটা দাগ আছে, 0.4 ইঞ্চি দীঘল আৰু 0.1 ইঞ্চি বহল। সোঁ হনুত এটা ডাঙৰ দাগ আছে। ডিঙিৰ বাওঁফালে একাধিক ক্ষতচিহ্ন আছে, যিসমূহৰ দৈৰ্ঘ্য প্ৰায় ০.৫ ইঞ্চি৷

 সোঁ হনু আৰু ডিঙিৰ সোঁফালৰ মাজত প্ৰায় এক ইঞ্চি দৈৰ্ঘ্যৰ আঘাত আছে। বাওঁ হাতত তিনিটা আঘাত আছে। বাওঁ কান্ধত এটা দাগ আছে যি প্ৰায় ২ ইঞ্চি দীঘল। হাইমেনৰ সোঁফালে এটা দাগ আছে। ৰিপৰ্ট অনুসৰি, আঘাতটো ১০ বজা ঘড়ীৰ দৰে দেখা যায়।

উল্লেখ্য যে বিগত ৯ আগষ্টৰ পুৱা আৰ জি কৰ হাস্পতালৰ জৰুৰী বিভাগৰ ৪মহলাত থকা ছেমিনাৰ হলত চিকিৎসকৰ দেহ পোৱা গৈছিল৷ অভিযোগমতে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল৷ এই ঘটনাত এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ গ্ৰেপ্তাৰ কৰা অভিযুক্ত পেছাত ছিভিক ভলণ্টিয়াৰ৷ হাইকৰ্টৰ নিৰ্দেশত এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া চলাই আছে চিবিআইয়ে৷ ধৃতক চিবিআইয়ে পলিগ্ৰাফ টেষ্ট কৰোৱাবলৈ লৈ যোৱা বুলিও শেহতীয়াকৈ এক সূত্ৰই প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
প্ৰিয়ংকাৰ পূৰ্বে ৮গৰাকী প্ৰেয়সী আছিল নিকৰ, নিকৰ প্ৰাক্তন প্ৰেয়সীক লৈ প্ৰিয়ংকাই কি ক’লে?

প্ৰিয়ংকাৰ পূৰ্বে ৮গৰাকী প্ৰেয়সী আছিল নিকৰ, নিকৰ প্ৰাক্তন প্ৰেয়সীক লৈ প্ৰিয়ংকাই কি ক’লে?

দেশত পুৰুষৰ শিক্ষাৰ অভাৱ, ৰাখী পিন্ধি ভগ্নীক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ সলনি নাৰীৰ বাবে এক নিৰাপদ পৰিবেশ গঢ়কঃ অৰ্জুন কাপূৰ

দেশত পুৰুষৰ শিক্ষাৰ অভাৱ, ৰাখী পিন্ধি ভগ্নীক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ সলনি নাৰীৰ বাবে এক নিৰাপদ পৰিবেশ গঢ়কঃ অৰ্জুন কাপূৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.