• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুখনকৈ বিয়া পতাৰ পাছতো নিজতকৈ ১৩ বছৰে সৰু অভিনেত্ৰীৰ সৈতে প্ৰেম, আজি পৰ্যন্ত অন্যৰ সৈতে বিয়াত নবহিল অভিনেত্ৰী

2 years ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

20 minutes ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

1 hour ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

2 hours ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

3 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

4 hours ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

5 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

16 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

দুখনকৈ বিয়া পতাৰ পাছতো নিজতকৈ ১৩ বছৰে সৰু অভিনেত্ৰীৰ সৈতে প্ৰেম, আজি পৰ্যন্ত অন্যৰ সৈতে বিয়াত নবহিল অভিনেত্ৰী

editor by editor
August 28, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
দুখনকৈ বিয়া পতাৰ পাছতো নিজতকৈ ১৩ বছৰে সৰু অভিনেত্ৰীৰ সৈতে প্ৰেম, আজি পৰ্যন্ত অন্যৰ সৈতে বিয়াত নবহিল অভিনেত্ৰী
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুখনকৈ বিয়া পতাৰ পাছতো নিজতকৈ ১৩ বছৰে সৰু অভিনেত্ৰীৰ সৈতে প্ৰেম, আজি পৰ্যন্ত অন্যৰ সৈতে বিয়াত নবহিল অভিনেত্ৰী

দক্ষিণ চিনেমাৰ পৰা হিন্দী চিনেমালৈ অভিনয়ৰ দক্ষতা বিয়পোৱা নাগাৰ্জুন আক্কিনেনী কাইলৈ ২৯ আগষ্টত ৬৫ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। ১৯৫৯ চনৰ ২৯ আগষ্টত তামিলনাডুৰ ৰাজধানী চেন্নাইত জন্ম গ্ৰহন কৰা নাগাৰ্জুনে নিজৰ কেৰিয়াৰত বহু ছবিত কাম কৰিছে, বহু হিট ছবি দিযে দৰ্শকক।

নাগাৰ্জুনে নিজৰ ছবি আৰু অভিনয়ৰ লগতে ব্যক্তিগত জীৱনৰ বাবেো বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। অভিনেতাগৰাকীয়ে দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছে। কিন্তু ইয়াৰ পিছতো বলীউডৰ এগৰাকী বিখ্যাত অভিনেত্ৰীৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেম আছিল। অৱশ্যে পিছত দুয়োজনৰ বিচ্ছেদ ঘটে। কিন্তু সেই প্ৰেমৰ বাবেই আজি পৰ্যন্ত ৫২ বছৰ বয়সতো অবিবাহিত অভিনেত্ৰীগৰাকী।

১৯৮৪ চনত নগাৰ্জুনে প্ৰথমবাৰৰ বাবে লক্ষ্মী দগ্গুৱতীক বিয়া কৰাযইছিল। তেতিয়া নাগাৰ্জুনৰ বয়স আছিল ২৫ বছৰ। লক্ষ্মীৰ পিতৃ ডি ৰমনৈডু আৰু নাগাৰ্জুনৰ পিতৃ নাগেশ্বৰ ৰাও ভাল বন্ধু আছিল। পৰিয়ালৰ সেই বন্ধুত্বৰ বাবেই নাগাৰ্জুন আৰু লক্ষ্মীৰ বিবাহ হৈছিল। কিন্তু নাগাৰ্জুন আৰু লক্ষ্মীৰ বিবাহ বেছি দিন নাথাকিল। বিবাহৰ ৬ বছৰৰ পাছত ১৯৯০ চনত বিবাহ বিচ্ছেদ লৈ দুয়ো বেলেগ হৈ পৰে। প্ৰথম পত্নীৰ ফালৰ পৰাই জন্ম হৈছিল নগা চৈতন্যৰ।

লক্ষ্মীৰ পৰা বিচ্ছেদ হোৱাৰ মাত্ৰ দুবছৰৰ পাছত ১৯৯২ চনত নাগাৰ্জুনে অমলা আক্কিনেনীৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। বিবাহৰ পিছত নাগাৰ্জুন আৰু অমলা অখিল আকিনেনীৰ পিতৃ-মাতৃ হয়। কিন্তু এই দুই বিবাহ সত্ত্বেও নাগাৰ্জুনে বলীউডৰ বিখ্যাত অভিনেত্ৰী টাবুৰ প্ৰতি দুৰ্বল হৈ পৰে।

একেলগে কেইবাখনো ছবিত কাম কৰি নাগাৰ্জুন আৰু টাবুৰ তেনেদৰেই প্ৰেম আৰম্ভ হৈছিল। ইজনে সিজনক ১০ বছৰ ধৰি ডেটিং কৰিছিল। এফালে প্ৰেমিকা থকাৰ পাছতো কিন্তু নাগাৰ্জুনে পত্নী অমলাক বিবাহ বিচ্ছেদ দিবলৈ সাজু নাছিল, যাৰ বাবে টাবু আৰু নাগাৰ্জুনৰ পিছত প্ৰেমৰ বিচ্ছেদ ঘটে।

অৱশ্যে টাবু বা নাগাৰ্জুন দুয়োৰে সম্পৰ্কৰ বিষয়ে কেতিয়াও কোনোদিনে কতো একো প্ৰকাশ কৰা নাছিল। উল্লেখ্য যে আজিও ৫২ বছৰ বয়সত টাবুৱে অকলশৰীয়াকৈ জীৱন কটাই আছে। যাৰ বাবে বহুতেই কয়, নাৰ্গাজুনৰ বাবেই অকলশৰে থাকি গ’ল টাবু।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian MovieIndian Movie . ActorNagarjunSouth actressTabbu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

May 7, 2026
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

May 7, 2026
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?
জীৱনশৈলী

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

May 7, 2026
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে
জীৱনশৈলী

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

May 7, 2026
Next Post
কাইলৈ আজা একাদশী, ৫ ৰাশিৰ সকলো কষ্ট আৰু পাপ নিৰাময় কৰিব ভগৱান বিষ্ণুৱে, এইদৰে পালন কৰিক ব্ৰত

কাইলৈৰ পৰা পেৰা অলিম্পিক, ভাৰতৰ পৰা ৮৪ খেলুৱৈ প্ৰেৰণ, কেইবাটাও স্বৰ্ণ পদকৰ আশা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন