• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ পৰা পেৰা অলিম্পিক, ভাৰতৰ পৰা ৮৪ খেলুৱৈ প্ৰেৰণ, কেইবাটাও স্বৰ্ণ পদকৰ আশা

কাইলৈৰ পৰা পেৰা অলিম্পিক, ভাৰতৰ পৰা ৮৪ খেলুৱৈ প্ৰেৰণ, কেইবাটাও স্বৰ্ণ পদকৰ আশা

2 years ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

40 minutes ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

2 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

3 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

4 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

4 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

4 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

5 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

5 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

6 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

6 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

8 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কাইলৈৰ পৰা পেৰা অলিম্পিক, ভাৰতৰ পৰা ৮৪ খেলুৱৈ প্ৰেৰণ, কেইবাটাও স্বৰ্ণ পদকৰ আশা

editor by editor
August 28, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
কাইলৈৰ পৰা পেৰা অলিম্পিক, ভাৰতৰ পৰা ৮৪ খেলুৱৈ প্ৰেৰণ, কেইবাটাও স্বৰ্ণ পদকৰ আশা
0
SHARES
260
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈৰ পৰা পেৰা অলিম্পিক, ভাৰতৰ পৰা ৮৪ খেলুৱৈ প্ৰেৰণ, কেইবাটাও স্বৰ্ণ পদকৰ আশা

পেৰিছ পেৰা অলিম্পিক ২০২৪ আৰম্ভ হ’বলৈ মাত্ৰ কেইঘণ্টামান বাকী আছে। পেৰালিম্পিক আয়োজন কৰিবলৈ সাজু হৈছে ফ্ৰান্সৰ ৰাজধানী। ২৮ আগষ্ট বুধবাৰ আজি নিশা অনুষ্ঠিত হ’ব পেৰালিম্পিকৰ মুকলি অনুষ্ঠান।

এইবাৰৰ এই পেৰা অলিম্পিকলৈ ভাৰতে প্ৰেৰণ কৰিছে ৮৪ জনীয়া এটা দল। এইটোৱেই হৈছে পেৰালিম্পিকত ভাৰতৰ সৰ্ববৃহৎ দল। এই খেলুৱৈসকলে মুঠ ১২ খন খেলত অংশগ্ৰহণ কৰিব।

৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব পেৰিছ পেৰালিম্পিক গেমছ। ভাৰতীয় সময় অনুসৰি বুধবাৰে নিশা ১১:৩০ বজাত মুকলি সভা অনুষ্ঠিত হ’ব। ২৯ আগষ্ট বৃহস্পতিবাৰে বিয়লিৰ পৰা আৰম্ভ হ’ব ইয়াৰ মেচ। জিঅ’চিনেমাই পেৰালিম্পিক গেমছ পেৰিছ ২০২৪ লাইভ ষ্ট্ৰীম কৰিব।

১২ খন খেলত অংশগ্ৰহণ কৰা ভাৰতৰ চাৰিগৰাকী পেৰা এথলীট নিজ নিজ ক্ৰীড়াত চেম্পিয়ন। ইয়াৰ ভিতৰত আছে সুমিত এন্টিল (পুৰুষৰ জেভেলিন থ্ৰ’ ), কৃষ্ণ নগৰ (পুৰুষৰ বেডমিণ্টন ), মনীষ নৰৱাল (পুৰুষৰ শ্বুটিং ৫০ মিটাৰ পিষ্টল) আৰু অৱনী লেখাৰা (মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিং)।

বিগত বাৰৰ টকিঅ’ ২০২০ অলিম্পিক ভাৰতৰ বাবে সৰ্বাধিক সফল পেৰালিম্পিক আছিল য’ত ভাৰতীয় খেলুৱৈসকলে ৫টা সোণ, আঠটা ৰূপ আৰু ৬টা ব্ৰঞ্জকে ধৰি অভিলেখ ১৯টা পদক লাভ কৰিছিল। এইবাৰো কেইবাটাও সোণৰ পদক আশা কৰিছে ভাৰতীয় দলটোৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indian playersindian teamPera OlympicPera Olympic 2024Peris Pera Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

August 18, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

August 18, 2026
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
Next Post
থাইৰয়ডৰ সমস্যা, এই আয়ুৰ্বেদিক ঔষধ গ্ৰহণ কৰক, মাত্ৰ ১৫ দিনৰ ভিতৰতে প্ৰভাৱ দেখক

থাইৰয়ডৰ সমস্যা, এই আয়ুৰ্বেদিক ঔষধ গ্ৰহণ কৰক, মাত্ৰ ১৫ দিনৰ ভিতৰতে প্ৰভাৱ দেখক

অসম, উত্তৰ-পূব জ্ব/লি/ছে বুলি কোৱা মমতা বেনাৰ্জীৰ মন্তব্যক লৈ ক্ষুব্ধ অসম আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীদ্বয়

অসম, উত্তৰ-পূব জ্ব/লি/ছে বুলি কোৱা মমতা বেনাৰ্জীৰ মন্তব্যক লৈ ক্ষুব্ধ অসম আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীদ্বয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.