• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰত সৰ্বাৰ্থ সিদ্ধি যোগ, ৰাজভোগ আছে এই ৫ৰাশিৰ ভাগ্যত

ছেপ্টেম্বৰত সৰ্বাৰ্থ সিদ্ধি যোগ, ৰাজভোগ আছে এই ৫ৰাশিৰ ভাগ্যত

2 years ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

8 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

8 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

8 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

9 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

9 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

10 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

12 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

12 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

13 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

14 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

15 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ছেপ্টেম্বৰত সৰ্বাৰ্থ সিদ্ধি যোগ, ৰাজভোগ আছে এই ৫ৰাশিৰ ভাগ্যত

ছেপ্টেম্বৰত সৰ্বাৰ্থ সিদ্ধি যোগ, ৰাজভোগ আছে এই ৫ৰাশিৰ ভাগ্যত

editor by editor
August 29, 2024
in Uncategorized, জীৱনশৈলী, বিবিধ, লেখা
0
ছেপ্টেম্বৰত সৰ্বাৰ্থ সিদ্ধি যোগ, ৰাজভোগ আছে এই ৫ৰাশিৰ ভাগ্যত
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টেৰোকাৰ্ড জ্যোতিষ গণনাৰ এক গুৰুত্বপূৰ্ণ অংগ৷  বিশেষকৈ পাশ্চাত্য দুনীয়াত টেৰোকাৰ্ডৰ মাধ্যমেৰে ভৱিষ্যৎ জনাটো বিশেষভাৱে জনপ্ৰিয়৷ আৰু এই এদিনৰ মাজত আৰম্ভ হ’ব বছৰৰ নৱম মাহ ছেপ্টেম্বৰ৷ বছৰৰ নৱম মাহ হোৱাত এই মাহৰ মূল্যাংক ৯ আৰু ছেপ্টেম্বৰৰ অধিপতি গ্ৰহ মঙল৷ মঙলৰ ৰাশি হৈছে মেষ আৰু বৃশ্চিক৷ সেয়ে মেষ আৰু বৃশ্চিক ৰাশিৰ জাতকে ছেপ্টেম্বৰত বিশেষ সহায়তা লাভ কৰিব৷ টেৰো কাৰ্ডৰ গণনাই কৈছে যে ছেপ্টেম্বৰ মাহত পাঁচ ৰাশিৰ জাতকৰ সৌভাগ্য লাভ হ’ব৷ বিশেষকৈ আৰ্থিকভাৱে দুৰ্দান্ত লাভ কৰিব আগন্তুক মাহত৷ জানি থওক ছেপ্টেম্বত কোন কোন ৰাশিৰ ভাগ্যোদয় হ’ব?

মেষ ৰাশি

টেৰো গণনা অনুসৰি দেখা গৈছে যে ছেপ্টেম্বৰত প্ৰচুৰ উন্নতি কৰিব মেষ ৰাশিৰ জাতকে৷ যিসকলো ব্যৱসায় কৰি আছে তেওঁলোকে পাবলগীয়া ধন এই মাহতেই লাভ কৰিব৷ কোনো ষ্টাৰ্টআপ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে ছেপ্টেম্বৰত লাভজনক ফল লাভ কৰিব৷ আগন্তুক মাহত আপুনি নতুন চাকৰি পাব পাৰে৷ ধৈৰ্য্য ধৰিলে গুৰুত্বপূৰ্ণ কামত মনোনিৱেশ কৰিব পাৰিব৷

সিংহ ৰাশি

ছেপ্টেম্বৰ মাহত কেৰিয়াৰত বৃহৎ সাফল্য পাব সিংহ ৰাশিৰ জাতকে৷ টেৰো কাৰ্ড বিচাৰ কৰি দেখা গৈছে যে আগন্তুক মাহত আপুনি নিজৰ সকলো অসম্পূৰ্ণ কাম সম্পন্ন কৰিব পাৰিব৷ অন্যহাতে প্ৰেম জীৱনো ভাল হ’ব৷ সংগীৰ সৈতে ভাল সময় কটাব৷ আপোনালোকৰ মাজত থকা ভুল বুজাবুজি দূৰ হ’ব৷  ভৱিষ্যৎ সংক্ৰান্তিয় কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকে দীৰ্ঘদিন ধৰি নিজৰ পেছাগত আৰু ব্যক্তিগত জীৱন বেলেন্স কৰি ৰাখিব পাৰিব৷ ছেপ্টেম্বৰ ২০২৪ত তেওঁলোকৰ সকলো সমস্যা দূৰ হ’ব৷ টেৰো গণনাত দেখা গৈছে যে আগন্তুক মাহত জীৱনৰ সকলো ক্ষেত্ৰত সকলোৰে সৈতে বুজাপৰা ৰাখি আগবাঢ়িব৷ একাধিক নতুন চাকৰিৰ সুযোগ পাব আপুনি৷ বিগত মাহত কামৰ প্ৰচণ্ড চাপ আছিল যদিও ছেপ্টেম্বৰত এই চাপ নাথাকিব৷

তুলা ৰাশি

আগষ্টত বতৰৰ পৰিবৰ্তনৰ কাৰণে শৰীৰ স্বাস্থ্যক লৈ কিছু সমস্যা পাইছে যদি ছেপ্টেম্বৰত এই সমস্যা দূৰ হ’ব৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব৷ স্বাস্থ্য পূৰ্বতকৈ উন্নত হ’ব৷ কেৰিয়াৰতো কিছু পৰিবৰ্তন দেখা পাব৷ পেছাগত জীৱনত বৃহৎ সাফল্য দেখা পাব৷ ব্যৱসায়ীয়ে বৃহৎ চুক্তি চূড়ান্ত কৰিব পাৰিব৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ সন্তানৰ দিশৰ পৰা কোনো সুখবৰ আপুনি লাভ কৰিব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ যিসকলে চাকৰি পৰিবৰ্তন কৰিব বিচাৰিছে আগন্তুক মাহ তেওঁলোকৰ বাবে শুভ হ’ব৷ বৃহৎ কোনো কোম্পানীৰ পৰা ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে আপুনি৷ খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব৷ আগন্তুক মাহত স্বাস্থ্যৰ যত্ন লওক৷ নানান কাৰণত মনত আনন্দ থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য
বাণিজ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

June 14, 2026
Next Post
সনাতন ধৰ্মত বিবাহৰ পাছত কিয় মহিলাই সেন্দুৰ পৰিধান কৰে? সেন্দুৰ পৰিধান নকৰিলে কি সমস্যা?

সনাতন ধৰ্মত বিবাহৰ পাছত কিয় মহিলাই সেন্দুৰ পৰিধান কৰে? সেন্দুৰ পৰিধান নকৰিলে কি সমস্যা?

নন্দীৰ অভিশাপতেই শেষ হৈছিল ৰাৱণৰ স্বৰ্ণলংকা, কি অভিশাপ দিছিল নন্দীয়ে?

নন্দীৰ অভিশাপতেই শেষ হৈছিল ৰাৱণৰ স্বৰ্ণলংকা, কি অভিশাপ দিছিল নন্দীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.