• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰত ভিটামিন বি ১২ৰ অভাৱ, মাত্ৰ মৌৰ সৈতে খাওক এইবিধ, তীব্ৰতাৰে পূব হ’ব সকলো অভাৱ

শৰীৰত ভিটামিন বি ১২ৰ অভাৱ, মাত্ৰ মৌৰ সৈতে খাওক এইবিধ, তীব্ৰতাৰে পূব হ’ব সকলো অভাৱ

2 years ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

11 minutes ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

39 minutes ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

2 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

3 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

3 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

4 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

17 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

17 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

18 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

18 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

19 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

শৰীৰত ভিটামিন বি ১২ৰ অভাৱ, মাত্ৰ মৌৰ সৈতে খাওক এইবিধ, তীব্ৰতাৰে পূব হ’ব সকলো অভাৱ

editor by editor
August 30, 2024
in খাদ্য, বিনোদন, স্বাস্থ্য
0
শৰীৰত ভিটামিন বি ১২ৰ অভাৱ, মাত্ৰ মৌৰ সৈতে খাওক এইবিধ, তীব্ৰতাৰে পূব হ’ব সকলো অভাৱ
0
SHARES
354
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শৰীৰত ভিটামিন বি ১২ৰ অভাৱ, মাত্ৰ মৌৰ সৈতে খাওক এইবিধ, তীব্ৰতাৰে পূব হ’ব সকলো অভাৱ

শৰীৰত ভিটামিন বি ১২ৰ অভাৱৰ বাবে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এই ভিটামিনৰ অভাৱৰ বাবে দুৰ্বলতা, ভাগৰ, স্মৃতিশক্তি হেৰুৱা আৰু ৰক্তহীনতা আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। যদি আপুনিও এই ভিটামিনৰ অভাৱ দূৰ কৰিবলৈ চিকিৎসা বিচাৰিছে তেন্তে এনেবোৰ বস্তু আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে যিয়ে এই ভিটামিনৰ অভাৱ পূৰণ কৰাত উপকাৰী।

আপোনাৰ পাকঘৰত পোৱা মছলাবোৰে ইয়াৰ অভাৱ পূৰণ কৰাত সহায় কৰিব পাৰে। তাৰেই মাজৰ এবিধ হৈছে কালজীৰা। কালজীৰাৰ জৰিয়তে শৰীৰত ভিটামিন বি ১২ৰ ক্ষতিপূৰণ কৰিব পৰা যায়।

এই ভিটামিনৰ অভাৱৰ এটা কাৰণ হ’ব পাৰে আপোনাৰ দুৰ্বল জীৱনশৈলী আৰু খাদ্যাভ্যাস। যেতিয়া আপোনাৰ খাদ্যাভ্যাস সঠিক নহয় তেতিয়া আপোনাৰ শৰীৰত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হয়।

কালজীৰাৰ গুটি সেৱন কৰিলে এই ভিটামিনৰ অভাৱ পূৰণ কৰিব পাৰি। কালজীৰাৰ গুটিত ভিটামিন বি ১২, ভিটামিন বি, ভিটামিন চি আৰু নিয়াচিন ভাল পৰিমাণে পোৱা যায়। শৰীৰত এই এটা ভিটামিনৰ অভাৱে আপোনাক বয়সীয়াল যেন কৰি তুলিব পাৰে।

পাছে কেনেকৈ গ্ৰহণ কৰিব এই কালজীৰা-

কালজীৰাৰ গুটি পিহি গুড়ি বনাওক। এতিয়া এগিলাচ গৰম পানীত ১ চামুচ সেই গুৰি আৰু এচামুচ মৌ মিহলাই খাব। তেনেদৰে সপ্তাহত এদিন খালেও বহু উপকাৰ হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: healthhealth tipsHoneyVitaminVitamin B 12
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!
বিনোদন

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

June 21, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?
বিনোদন

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

June 20, 2026
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
Next Post
হাহাকাৰ, ইঞ্জিনিয়াৰিং কলেজৰ ছোৱালী হোষ্টেলৰ শৌচাগাৰত কেমেৰা, ৩০০ ৰো অধিক …ভাইৰেল

হাহাকাৰ, ইঞ্জিনিয়াৰিং কলেজৰ ছোৱালী হোষ্টেলৰ শৌচাগাৰত কেমেৰা, ৩০০ ৰো অধিক ...ভাইৰেল

১৩ ছেপ্টেম্বৰলৈ ৫ ৰাশিৰ লোকৰ সমস্যা বৃদ্ধি পাব, শুক্ৰৰ হস্ত নক্ষত্ৰত প্ৰৱেশৰ বাবে ভাগ্যই কন্দুৱাব

১৩ ছেপ্টেম্বৰলৈ ৫ ৰাশিৰ লোকৰ সমস্যা বৃদ্ধি পাব, শুক্ৰৰ হস্ত নক্ষত্ৰত প্ৰৱেশৰ বাবে ভাগ্যই কন্দুৱাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.