• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, যুৱৰাজ গ্ৰহৰ কৃপাত ভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ

ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, যুৱৰাজ গ্ৰহৰ কৃপাত ভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ

2 years ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

4 minutes ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

46 minutes ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

1 hour ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

2 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

3 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

3 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

3 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

4 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

5 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

6 hours ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

6 hours ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, যুৱৰাজ গ্ৰহৰ কৃপাত ভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ

ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, যুৱৰাজ গ্ৰহৰ কৃপাত ভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ

editor by editor
September 5, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, যুৱৰাজ গ্ৰহৰ কৃপাত ভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি বুধ হৈছে জ্ঞান, বুদ্ধি, বিচাৰ ক্ষমতা আৰু বাচন শক্তিৰ কাৰক গ্ৰহ৷ অৰ্থাৎ কোষ্ঠীত বুধ শক্তিশালী স্থানত থাকিলে জাতকৰ বিচাৰবুদ্ধি উন্নত হয় আৰু আৰ্থিক সমৃদ্ধি লাভ কৰিবলৈ সমৰ্থ হয় তেওঁ৷ সূৰ্যৰ সকলো সকলোতকৈ ওচৰত অৱস্থিত এই গ্ৰহে ছেপ্টেম্বৰ মাহত দুবাৰ নিজৰ ৰাশি পৰিবৰ্তন কৰিব৷ বৰ্তমান কৰ্কট ৰাশিত অৱস্থান কৰিধে বুধে৷ আগন্তুককালত অৰ্থাৎ ৪ ছেপ্টেম্বৰত ২০২৪ বুধে সিংহ ৰাশিত গোচৰ কৰিব৷

তাত পূৰ্বৰে পৰাই অৱস্থান কৰিছে সূৰ্যই৷ বুধ আৰু সূৰ্য মিলিত হোৱাত সিংহ ৰাশিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ এইবাৰ মাহৰ শেষৰফালে আগন্তুক ২৪ ছেপ্টেম্বৰত সিংহ এৰি কন্যা ৰাশিত বুধে প্ৰৱেশ কৰিব৷ জানি থওক বুধৰ গোচৰৰ প্ৰভাৱত ছেপ্টেম্বৰত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ৷

বৃষ ৰাশি​

আপুনি বৃষ ৰাশিৰ জাতক হ’লে বুধৰ গোচৰৰ প্ৰভাৱত ছেপ্টেম্বৰত আপুনি বৃহৎ লাভ কৰিব৷ সম্পত্তি আৰু মাটি সংক্ৰান্তিয় বিষয়ত আপুনি লাভজনক চুক্তি কৰিব৷ চৰকাৰী প্ৰকল্পৰ পৰাও আপোনাৰ আৰ্থিক লাভ হ’ব৷ বৃষ ৰাশিত জাতকৰ উপাৰ্জন বাঢ়িব৷ কেৰিয়াৰত উন্নতি হ’ব আৰু পিতৃ-মাতৃৰ পৰা কোনো সুখবৰ পাব পাৰে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধ৷ ছেপ্টেম্বৰত বুধৰ গোচৰৰ লাভজনক প্ৰভাৱ মিথুন ৰাশিৰ জাতকৰ ওপৰত পৰিব৷ এই মাহত খ্যাতি আৰু জনপ্ৰিয়তা লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ ছেপ্টেম্বৰত নিজৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব আপুনি৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ শক্তিশালী হ’ব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ’ব৷

কৰ্কট ৰাশি

বুধৰ গোচৰৰ প্ৰভাৱ ছেপ্টেম্বৰত পেছাগত জীৱনত উন্নতি কৰিব কৰ্কট ৰাশিৰ জাতকে৷ বিশেষকৈ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ এই সময়ত বৃহৎ উন্নতি হ’ব৷ আপোনাৰ ব্যৱসায় ভাল চলিব৷ যিসকলে লেখামেলাৰ কামত যুক্ত তেওঁলোকে কলমৰ জোৰত খ্যাতি অৰ্জন কৰিব৷

সিংহ ৰাশি

সিংহ ৰাশিতেই গোচৰ কৰিব বুধে৷ এই সময়ত আপুনি নিজৰ পৰিশ্ৰমৰ সুফল অৰ্জন কৰিব পাৰিব৷ এই সময়ত আপুনি যিমানে কঠোৰ পৰিশ্ৰম কৰিব সিমানেই ভাল ৰিটাৰ্ন পাব৷ সিংহ ৰাশিৰ মহিলাসকলে ছেপ্টেম্বৰত ভাল সময় কটাব৷ কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷ এই মাহত কাৰোবাক সেউজীয়া ৰঙৰ সামগ্ৰী দান কৰিলে তাৰ সুফল আপুনি পাব৷

বৃশ্চিক ৰাশি

ছেপ্টেম্বৰত বুধে দুবাৰ ৰাশি পৰিবৰ্তন কৰাৰ ফলত ভাগ্য খুলিব বৃশ্চিক ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত এই সময়ত আপোনাৰ সকলো প্ৰতিকূলতা দূৰ হ’ব৷ যি কামতেই হাত দিব তাতেই আপুনি লাভৱান হ’ব৷ আপোনাৰ মনত আনন্দ আৰু সন্তুষ্টি থাকিব৷ আৰাম আৰু আয় কৰি সময় কটাব৷ এই মাহত মাটিৰ পাত্ৰ দান কৰিলে লাভৱান হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই
জীৱনশৈলী

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

March 11, 2026
Next Post
চুমি আহিব…! মহানগৰীৰ ৩ থানাত নিশাৰে পৰাই বোন্দাপৰ আৰক্ষীৰ, এতিয়াও আত্মসমৰ্পন কৰা নাই চুমি বৰাই

চুমি আহিব...! মহানগৰীৰ ৩ থানাত নিশাৰে পৰাই বোন্দাপৰ আৰক্ষীৰ, এতিয়াও আত্মসমৰ্পন কৰা নাই চুমি বৰাই

পেৰালিম্পিকৰ ২০ দিন পূৰ্বে মাতৃক হেৰুৱাইছিল, সোণৰ পদক মাতৃৰ নামৰ উৎসৰ্গা কৰি কি ক’লে হৰবিন্দৰে?

পেৰালিম্পিকৰ ২০ দিন পূৰ্বে মাতৃক হেৰুৱাইছিল, সোণৰ পদক মাতৃৰ নামৰ উৎসৰ্গা কৰি কি ক’লে হৰবিন্দৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.