• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেৰালিম্পিকৰ ২০ দিন পূৰ্বে মাতৃক হেৰুৱাইছিল, সোণৰ পদক মাতৃৰ নামৰ উৎসৰ্গা কৰি কি ক’লে হৰবিন্দৰে?

পেৰালিম্পিকৰ ২০ দিন পূৰ্বে মাতৃক হেৰুৱাইছিল, সোণৰ পদক মাতৃৰ নামৰ উৎসৰ্গা কৰি কি ক’লে হৰবিন্দৰে?

2 years ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

29 minutes ago
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

52 minutes ago
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

1 hour ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ? ৪ ৰাশিৰ খুলিব ভাগ্যৰ তলা!

2 hours ago
শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

2 hours ago
কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

5 hours ago
মৰমৰ কুকুৰটো সন্ধানহীন! কুকুৰটোৰ সন্ধান দিওতাক ৬.৭২ লাখ টকাৰ পুৰস্কাৰ!

মৰমৰ কুকুৰটো সন্ধানহীন! কুকুৰটোৰ সন্ধান দিওতাক ৬.৭২ লাখ টকাৰ পুৰস্কাৰ!

5 hours ago
বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

6 hours ago
পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ

পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ

7 hours ago
ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

7 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

8 hours ago
ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পেৰালিম্পিকৰ ২০ দিন পূৰ্বে মাতৃক হেৰুৱাইছিল, সোণৰ পদক মাতৃৰ নামৰ উৎসৰ্গা কৰি কি ক’লে হৰবিন্দৰে?

পেৰালিম্পিকৰ ২০ দিন পূৰ্বে মাতৃক হেৰুৱাইছিল, সোণৰ পদক মাতৃৰ নামৰ উৎসৰ্গা কৰি কি ক’লে হৰবিন্দৰে?

editor by editor
September 5, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
পেৰালিম্পিকৰ ২০ দিন পূৰ্বে মাতৃক হেৰুৱাইছিল, সোণৰ পদক মাতৃৰ নামৰ উৎসৰ্গা কৰি কি ক’লে হৰবিন্দৰে?
0
SHARES
59
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা বৰ্তমানলৈকে হৈছেগৈ ২২৷ ৪ ছেপ্টেম্বৰত ক্ৰীড়াক্ষেত্ৰত আৰু এখ অভিলেখ ভাৰতীয় এথলিটৰ৷ এইবাৰ পদকৰ সংখ্যাৰেই নহয় সোণ জয়েৰেও আগুৱাইছে ভাৰতৰ পেৰালিম্পিকৰ খেলুৱৈ৷ পেৰালিম্পিকৰ সপ্তম দিনত আৰ্চাৰীত সোণৰ পদক আনিছে হৰবিন্দৰ সিঙে৷ অলিম্পিকত আৰ্চাৰীত ভাল ফলাফল নাহিলেও এইবাৰ পেৰালিম্পিকেই সলাইছে ভাৰতৰ ছবি৷ পেৰালিম্পিকত সোণ জয়ৰ এই যাত্ৰা সহজ মুঠেও নহয় হৰবিন্দৰৰ৷ শৈশৱতে ভৰি বিকল হৈ পৰা হৰবিন্দৰৰ আৰ্চাৰীত আগুৱাই যোৱা এই যাত্ৰা মুঠেও সহজ নহয়৷ এইবাৰ পেৰালিম্পিকৰ কেইদিনমান পূৰ্বেই মাতৃক হেৰুৱাইছে হৰবিন্দৰে৷

মাতৃৰ মৃত্যু

পেৰিছ পেৰালিম্পিকৰ ২০ দিনৰ পূৰ্বে মাতৃক হেৰুৱাইছে হৰবিন্দৰ সিঙে৷ এই দুখৰ মাজতো তেওঁৰ একাগ্ৰতাই এতিয়া মুগ্ধ কৰিছে বহুজনক৷ সোণ জয় কৰি পেৰিছৰ পৰা হৰবিন্দৰে কয়, ‘২০ দিন পূৰ্বে মাক হেৰুৱাইছো৷ মানসিকভাৱে বহু চাপত আছিলো৷ জীৱনত বহু কিবাই হেৰুৱাইছো৷ মোৰ মাৰ কঠোৰ পৰিশ্ৰম আৰু আশীৰ্বাদৰ কাৰণেই মই আজি সোণ জিকিব পাৰিছো৷

চিকিৎসকৰ ভুলৰ বাবে অচল হৈ পৰিল দুভৰি

হাৰিয়ানাৰ কৈথালৰ বাসিন্দা হৰবিন্দৰ সিং৷ ডেৰ বছৰ বয়সত হৰবিন্দৰৰ ডেংগি ধৰা পৰে৷ সেই সময়ত চিকিৎসকৰ ইঞ্জেকছনে হৰবিন্দৰক এনেকৈ প্ৰভাৱিত কৰিছিল যে তেওঁ ভৰি দুখনেই সম্পূৰ্ণ অচল হৈ পৰে৷ ইয়াৰপাছতেই এখন ভৰি লাহে লাহে কিছু সুস্থ হয় কিন্তু এখন ভৰি সম্পূৰ্ণৰূপে অচল হৈ পৰে৷

এখন ভৰিৰেই হৰবিন্দৰে চলাই যায় জীৱন সংগ্ৰাম৷ থমকি নৰ’ল হৰবিন্দৰ৷ নকমিল সাহসো৷ সফলতাৰ বাবে তেওঁ এনেকৈ পৰিশ্ৰম কৰিলে যে তেওঁ প্ৰথমগৰাকী এথলিট হিচাপে পেৰালিম্পিকৰ আৰ্চাৰীত দেখলৈ সোণৰ পদক আনিলে৷

ঘৰৰ কাষৰ কৃষিভূমিত চলাইছিল অনুশীলন

কৰ’নাৰ সময়ত সমগ্ৰ ফিল্ড আদি বন্ধ ৰখা হৈছিল৷ সেয়ে অনুশীলনৰ বাবে ঠাই নাছিল হৰবিন্দৰৰ৷ পুত্ৰৰ খেলৰ প্ৰতি আগ্ৰহ দেখি আগুৱাই আহে পিতৃ৷ নিজৰ কৃষিভুমিৰে অলপ স্থানত পিতৃয়ে পুত্ৰৰ বাবে আৰ্চাৰী ট্ৰেক বনাই দিলে৷ হৰবিন্দৰ সিঙে ফাইনেলত ৬-০ত জয়লাভ কৰিছে৷ পোলেণ্ডৰ লিকাছ ছিচজেকক পৰাস্ত কৰিছে হৰবিন্দৰে৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী
অসম

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

October 31, 2026
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?
নিয়োগ

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

October 31, 2026
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?
জীৱনশৈলী

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

October 31, 2026
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ? ৪ ৰাশিৰ খুলিব ভাগ্যৰ তলা!

October 31, 2026
Next Post
বিশালক ক্লাইণ্ট যোগান ধৰি প্ৰতিদানত চুমিয়ে কি কি লৈছিল বিশালৰ পৰা? জানক সবিশেষ

বিশালক ক্লাইণ্ট যোগান ধৰি প্ৰতিদানত চুমিয়ে কি কি লৈছিল বিশালৰ পৰা? জানক সবিশেষ

ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন! ২ ডিচেম্বৰলৈকে এই ৩ৰাশিৰ বাবে সোণালী সময়, ভাৱিব নোৱাৰা ধন আহিব ৩ ৰাশিৰ হাতলৈ

ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন! ২ ডিচেম্বৰলৈকে এই ৩ৰাশিৰ বাবে সোণালী সময়, ভাৱিব নোৱাৰা ধন আহিব ৩ ৰাশিৰ হাতলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.