• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুমি আহিব…! মহানগৰীৰ ৩ থানাত নিশাৰে পৰাই বোন্দাপৰ আৰক্ষীৰ, এতিয়াও আত্মসমৰ্পন কৰা নাই চুমি বৰাই

চুমি আহিব…! মহানগৰীৰ ৩ থানাত নিশাৰে পৰাই বোন্দাপৰ আৰক্ষীৰ, এতিয়াও আত্মসমৰ্পন কৰা নাই চুমি বৰাই

2 years ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

3 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

4 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

4 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

5 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

6 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

6 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

7 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

8 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

9 hours ago
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

10 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

10 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

চুমি আহিব…! মহানগৰীৰ ৩ থানাত নিশাৰে পৰাই বোন্দাপৰ আৰক্ষীৰ, এতিয়াও আত্মসমৰ্পন কৰা নাই চুমি বৰাই

চুমি আহিব...! মহানগৰীৰ ৩ থানাত নিশাৰে পৰাই বোন্দাপৰ আৰক্ষীৰ, এতিয়াও আত্মসমৰ্পন কৰা নাই চুমি বৰাই

editor by editor
September 5, 2024
in অপৰাধ, অসম, জীৱনশৈলী
0
চুমি আহিব…! মহানগৰীৰ ৩ থানাত নিশাৰে পৰাই বোন্দাপৰ আৰক্ষীৰ, এতিয়াও আত্মসমৰ্পন কৰা নাই চুমি বৰাই
0
SHARES
177
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধবাৰৰ নিশাৰে পৰা আৰক্ষী ৰৈ আছে৷ চুমি আহিব, আত্মসমৰ্পন কৰিব৷ কিন্তু নাই যে নায়েই৷ প্ৰায় ১২ ঘণ্টা সময় উকলিল চুমি এতিয়াও অহা নাই৷ এটকা দুটকা নহয় কোটি কোটি টকাৰ কেলেংকাৰীত যুক্ত চুমিয়ে আত্মসমৰ্পন কৰিব বুলি বাতৰি প্ৰকাশ পাইছিল৷ সূত্ৰই খবৰ দিছিল মহানগৰীৰ ৩খন বিশেষ থানাৰ ভিতৰত কোনোবা এখনত চুমি আহি আত্মসমৰ্পন কৰিব৷ নিশাটো ৰৈ থাকিল ৩খন থানাৰ আৰক্ষী৷ এতিয়াও আশা এৰা নাই আৰক্ষীয়ে৷ চুমি আহিব৷

সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি চুমিয়ে বশিষ্ঠ,  পল্টনবজাৰ বা নুনমাটি এই তিনি থানাৰ কোনোবা এখনত আত্মসমৰ্পন কৰাৰ আশংকা আছে৷ চুমিৰ লগতে আত্মসমৰ্পণ কৰিব চুমিৰ স্বামী তাৰ্কিকেও বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছিল৷ ৩খন থানাতেই নিশাৰ ভাগত বঢ়াই দিয়া হৈছিল আৰক্ষী৷ অতিৰিক্ত মহিলা আৰক্ষীও মোতায়েন কৰা হৈছিল তিনিখন থানাত৷

চুমি উপস্থিত নোহোৱাত অৱশেষত বৃহস্পতিবাৰে পুৱাৰ ভাগত থানাৰ পৰা চমন জাৰি কৰা হৈছে৷ চুমি, তাৰ্কিক আৰু চুমিৰ ভাতৃ আৰু বৌয়েকক মষ্ট ৱাণ্টেড ঘোষণা কৰা হৈছে৷ আৰক্ষীয়ে এতিয়াও আশা কৰিছে চুমি সোনকালেই আত্মগোপন কৰা স্থানৰ পৰা ওলাই আহিব৷ মহানগৰীৰেই কোনো গোপন স্থানত চুমি আছে যদিও ক’ত আছে এতিয়াও ওলিয়াব পৰা নাই আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত
অসম

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

May 23, 2026
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!
জীৱনশৈলী

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

May 23, 2026
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!
জীৱনশৈলী

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

May 23, 2026
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?
জীৱনশৈলী

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

May 23, 2026
Next Post
পেৰালিম্পিকৰ ২০ দিন পূৰ্বে মাতৃক হেৰুৱাইছিল, সোণৰ পদক মাতৃৰ নামৰ উৎসৰ্গা কৰি কি ক’লে হৰবিন্দৰে?

পেৰালিম্পিকৰ ২০ দিন পূৰ্বে মাতৃক হেৰুৱাইছিল, সোণৰ পদক মাতৃৰ নামৰ উৎসৰ্গা কৰি কি ক’লে হৰবিন্দৰে?

বিশালক ক্লাইণ্ট যোগান ধৰি প্ৰতিদানত চুমিয়ে কি কি লৈছিল বিশালৰ পৰা? জানক সবিশেষ

বিশালক ক্লাইণ্ট যোগান ধৰি প্ৰতিদানত চুমিয়ে কি কি লৈছিল বিশালৰ পৰা? জানক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.