• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰু ৭০ দিন বক্ৰী চলনত থাকিব শনি, সাৱধান নহ’লে ডাঙৰ বিপদৰ মুখত পৰিব এই ৫ ৰাশিৰ জাতক

আৰু ৭০ দিন বক্ৰী চলনত থাকিব শনি, সাৱধান নহ’লে ডাঙৰ বিপদৰ মুখত পৰিব এই ৫ ৰাশিৰ জাতক

2 years ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

4 minutes ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

47 minutes ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

1 hour ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

3 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

4 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

5 hours ago
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

6 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

17 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

18 hours ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

18 hours ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

18 hours ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আৰু ৭০ দিন বক্ৰী চলনত থাকিব শনি, সাৱধান নহ’লে ডাঙৰ বিপদৰ মুখত পৰিব এই ৫ ৰাশিৰ জাতক

আৰু ৭০ দিন বক্ৰী চলনত থাকিব শনি, সাৱধান নহ’লে ডাঙৰ বিপদৰ মুখত পৰিব এই ৫ ৰাশিৰ জাতক

editor by editor
September 6, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আৰু ৭০ দিন বক্ৰী চলনত থাকিব শনি, সাৱধান নহ’লে ডাঙৰ বিপদৰ মুখত পৰিব এই ৫ ৰাশিৰ জাতক
0
SHARES
833
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিয়ে যেতিয়া নিজৰ চিধা পথ এৰি বক্ৰী হয়, তেতিয়া তাৰ নিৰ্মম দৃষ্টি আৰু ভয়ানক হৈ উঠে৷ বৰ্তমান শনি বক্ৰীদশাত অৱস্থান কৰি আছে৷ বিগত ৩০ জুনৰ পৰা আৰম্ভ হৈছে শনি মহাৰাজৰ বিপৰীতমুখী চলন, যি আগন্তুক ১৫ নৱেম্বৰ পৰ্যন্ত চলিব৷ এই সময়ত শনিৰ খঙাল দৃষ্টিক চিকাৰ হ’ব পাৰে কেইটামান ৰাশিৰ জাতক৷ বিশেষকৈ যিসকলৰ ওপৰত শনিৰ সাতি দশা আছে তেওঁলোক এই সময়ত সাৱধানে থকাটো জৰুৰী৷ সতৰ্ক নহ’লে বৃহৎ দুৰ্ঘটনাৰ মুখতো পৰিব পাৰে এইসমূহ ৰাশিৰ জাতক৷ জানি থওক বক্ৰী শনিৰ প্ৰভাৱত বিপদৰ আশংকা আছে কেইটামান ৰাশিৰ জাতকৰ৷

মেষ ৰাশি

শনিৰ অশুভ নজৰৰ প্ৰভাৱত এই সময়ত খাটনি বাঢ়িব মেষ ৰাশিৰ জাতকৰ৷ আপুনি এই সময়ত সক্ৰিয় হৈ থাকক৷ আলস্যই গ্ৰাস কৰিলে বিপদ আৰু বাঢ়িব মেষ ৰাশিৰ জাতকৰ৷ সমাজত আপোনাৰ দুৰ্নাম বিয়পিব পাৰে৷ অন্য কোনো স্থানলৈ বদলি হ’বও পাৰে৷ ভাল কাম কৰিলে অৱশ্যে আকৌ উন্নতিৰ পথলৈকে উভতি আহিব৷

সিংহ ৰাশি

১৫ নৱেম্বৰ পৰ্যন্ত এটা পাছত এটা চেলেঞ্জ আহিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ নানান কাৰণত আপোনাৰ মন অশান্ত থাকিব৷ এই পৰিস্থিতিত আপোনাৰ সমাজত ,সন্মানহানি হ’ব পাৰে৷ কোনোৱে আপোনাক লৈ বেয়া মন্তব্য কৰিব পাৰে৷ কাৰ্যালয়ত সকলোৰে সৈতে ভাল ব্যৱহাৰ কৰক৷ ভুলতো কাৰো সৈতে বিবাদত সোমাই নপৰিব৷ কিবা মন্তব্য কৰিলেই আপোনাৰ সন্মানহানি হ’ব পাৰে৷

বৃশ্চিক ৰাশি

বক্ৰী শনিৰ প্ৰভাৱত বৃশ্চিক ৰাশিৰ জাতকে নানানধৰণে শাস্তি পাব পাৰে৷ পূৰ্বেই চিন্তা কৰক আপোনাৰ কি কামত শনি ৰুষ্ট হ’ব পাৰে৷ পূৰ্বে কৰা ভুলৰ প্ৰায়শ্চিত্য এতিয়া কৰিবৰ বাবে ভাল সময়৷ নিচাজাতীয় সামগ্ৰীৰ পৰা দূৰৈত থাকক৷ কেতিয়াও কাৰো সৈতে বেয়া ব্যৱহাৰ নকৰিব নহ’লে শনিৰ ৰোষত পৰিব পাৰে৷

মকৰ ৰাশি

শনিৰ চাৰে সাতি দশাৰ শেষ পৰ্যায়ৰ মাজত আছে মকৰ ৰাশিৰ জাতকো৷ বক্ৰী শনিৰ প্ৰভাৱত এই সময়ত এটাৰ পাছত এটা বিপদ আহিব পাৰে আপোনাৰ৷ এই সময়ত বিৰোধীয়ে নানান ধৰণে আপোনাৰ কামত বাধা তৈয়াৰ কৰিব পাৰে৷ এই সময়ত বৃহৎ কোনো সিদ্ধান্ত নল’ব৷

কুম্ভ ৰাশি

শনিৰ চাৰে সাতি দশাত সকলোতকৈ বেয়া সময়ৰ মাজত আছে কুম্ভ ৰাশিৰ জাতকো৷ শনি বক্ৰী হোৱাই তেওঁলোকৰ জীৱনত ভিন্ন সমস্যা আনিব পাৰে৷ এই সময়ত নানান কাৰণত আপোনাৰ মনত ভয় আৰু উদ্বেগ বঢ়াব৷ মাতৃৰ স্বাস্থ্য বেয়া হ’ব পাৰে৷ টেনছন আৰু দৌৰাদৌৰি বাঢ়িব আপোনাৰ৷ চাকৰিতো সমস্যাই দেখা দিব পাৰে৷ চাকৰি পৰিবৰ্তনৰ কথা ভাৱিলে সকলো ভাৱি চিন্তি সিদ্ধান্ত লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক
বিনোদন

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

September 7, 2026
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’
ভাৰত

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

September 7, 2026
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?
জীৱনশৈলী

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

September 7, 2026
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড
অসম

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

September 7, 2026
Next Post
অসম এৰিলে চুমি-তাৰ্কিকে! ক’ত আত্মগোপন চুমি-তাৰ্কিকৰ?

অসম এৰিলে চুমি-তাৰ্কিকে! ক’ত আত্মগোপন চুমি-তাৰ্কিকৰ?

পূজাৰ পূৰ্বেই বজাৰলৈ আহি আছে আইফোন-১৬! কিমান দাম হ’ব আইফোন ১৬ৰ?

পূজাৰ পূৰ্বেই বজাৰলৈ আহি আছে আইফোন-১৬! কিমান দাম হ’ব আইফোন ১৬ৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.