• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন! ২ ডিচেম্বৰলৈকে এই ৩ৰাশিৰ বাবে সোণালী সময়, ভাৱিব নোৱাৰা ধন আহিব ৩ ৰাশিৰ হাতলৈ

ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন! ২ ডিচেম্বৰলৈকে এই ৩ৰাশিৰ বাবে সোণালী সময়, ভাৱিব নোৱাৰা ধন আহিব ৩ ৰাশিৰ হাতলৈ

2 years ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

27 minutes ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

1 hour ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

2 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

2 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

3 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

4 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

5 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

5 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

6 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

7 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন! ২ ডিচেম্বৰলৈকে এই ৩ৰাশিৰ বাবে সোণালী সময়, ভাৱিব নোৱাৰা ধন আহিব ৩ ৰাশিৰ হাতলৈ

ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন! ২ ডিচেম্বৰলৈকে এই ৩ৰাশিৰ বাবে সোণালী সময়, ভাৱিব নোৱাৰা ধন আহিব ৩ ৰাশিৰ হাতলৈ

editor by editor
September 7, 2024
in Uncategorized
0
ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন! ২ ডিচেম্বৰলৈকে এই ৩ৰাশিৰ বাবে সোণালী সময়, ভাৱিব নোৱাৰা ধন আহিব ৩ ৰাশিৰ হাতলৈ
0
SHARES
349
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত ৰাহুক ছাঁয়া গ্ৰহ বুলি কোৱা হয়৷ অৰ্থাৎ এই গ্ৰহৰ কোনো বাস্তৱ অস্তিত্ব নাই। কিন্তু জ্যোতিষ শাস্ত্ৰত এই গ্ৰহৰ গুৰুত্ব আছে৷ যি কেইটা জাতকৰ প্ৰতি ৰাহুৰ দয়া কৰে, তেওঁলোকৰ ধন-সম্পত্তি, খ্যাতি আৰু সুখৰ অভাৱ নহয়৷ শনিৰ পিছতেই এনে কেইটামান গ্ৰহ আছে যিকেইটা গ্ৰহে অতি ধীৰ গতিত নিজৰ স্থান পৰিবৰ্তন কৰে। শনিৰ তুলনাত ৰাহুৰ প্ৰভাৱ তাৎক্ষণিক হোৱাৰ লগতে লেহেমীয়া, কিন্তু স্থায়ী।

কেৱল ৰাহুৱে ৰাশিৰ পৰিবর্তনেই কৰে তেনে নহয়৷ নক্ষত্রৰো পৰিৱর্তন কৰে৷ ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তনৰ প্ৰভাৱ গভীৰ আৰু সুদূৰপ্ৰসাৰী৷ ২০২৪ চনৰ ৫ জুলাইত উত্তৰ ভদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰা ৰাহুৱে বৰ্তমান এই নক্ষত্ৰৰ দ্বিতীয় পদ (পৰ্যায়)ত আছে৷ ২০২৪ চনৰ ২ ডিচেম্বৰলৈকে এই স্থানতেই থাকিব ৰাহু৷ উত্তৰ ভদ্ৰপদ নক্ষত্ৰৰ প্ৰভু শনি। বৈদিক জ্যোতিষ তত্ত্ব অনুসৰি ৰাহুৱে শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰি অতিশয় শক্তিশালী হৈ পৰিছে৷ ৰাহুৰ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশে ৩ ৰাশিৰ লোকৰ জীৱনত অতি ইতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। জানি থওক ভাগ্যৱান ৰাশিৰ তালিকা৷

ৰাহুৰ গতিৰ প্ৰভাৱ এই ৩ৰাশিৰ ওপৰত

মেষ ৰাশি

ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তনে মেষ ৰাশিৰ লোকসকলৰ ওপৰত অতি ইতিবাচক প্ৰভাৱ পেলাব৷ আপোনাৰ চিন্তাত স্পষ্টতা আৰু স্বভাৱত স্থিৰতা থাকিব। আপুনি নিজৰ লক্ষ্যৰ প্ৰতি সচেতন হ’ব। আপোনাৰ এই প্ৰচেষ্টাই ধন-সম্পত্তি লাভৰ পথ মসৃণ কৰি তুলিব। ব্যৱসায়িক কাম ত্বৰান্বিত হ’ব। আপুনি আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ পৰা সঠিক পৰামৰ্শ আৰু সমৰ্থন পাব। নতুন চাকৰি পাব পাৰে৷ আপুনি প্ৰগতিৰ চিৰি বগাই যাব পাৰে৷ পৰিয়ালৰ মাজত ঐক্য শক্তিশালী হ’ব। অভিভাৱকৰ স্বাস্থ্য ভাল হব। জীৱন সংগীৰ পৰাও আপুনি সম্পূৰ্ণ সহায় পাব।

মিথুন ৰাশি

ৰাহুৰ উত্তৰ ভদ্ৰপদ নক্ষত্ৰত প্ৰৱেশে আপোনাক ভাল ফল দিব৷ বুদ্ধিমত্তাৰ বাবে সকলোৱে আপ্লুত হ’ব। আপোনাৰ ব্যক্তিত্বতো ইতিবাচক পৰিবৰ্তন অহাৰ সম্ভাৱনা আছে। যি ক্ষেত্ৰতে নাথাকক কিয়, সফলতা লাভ কৰিব৷ কিন্তু খেতি, শস্যৰ লেনদেন আৰু ব্যৱসায় অধিক লাভ কৰিব। নতুন কৰ্মসংস্থাপনৰ সুযোগ, নিবনুৱা লোকে চাকৰি লাভ কৰিব পাৰে। ব্যৱসায়ৰ লগত জড়িত হৈ ভ্ৰমণ কৰিব পাৰে৷  প্ৰেমৰ সম্পৰ্কত সংগীৰ পৰিয়ালক লগ পোৱাৰ বাবে এয়াই শুভ সময়৷

কুম্ভ ৰাশি

ৰাহুৰ নক্ষত্ৰ পৰিৱৰ্তনে কুম্ভ ৰাশিৰ লোকসকলৰ ওপৰত অতি ইতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। আপোনাৰ টকা উপাৰ্জনৰ প্ৰচেষ্টাই হয়তো নতুন গতি লাভ কৰিব। আপুনি এটা উৎস বাছি লৈ আগবাঢ়ি যাব, যাৰ পৰা আপুনি নিৰ্দিষ্ট পৰিমাণৰ ধন লাভ কৰিব। জীৱনত স্থিৰতা থাকিব। পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীৰ সহায়ত কিছু নতুন কাম আৰম্ভ কৰিব পাৰে। পৰিকল্পনা কৰি আগবাঢ়ি যোৱাটো লাভজনক হ’ব। ব্যৱসায়ৰ উত্থান হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য
Uncategorized

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

April 9, 2026
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
Uncategorized

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

April 2, 2026
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
Next Post
চুমি বৰাৰ ৰাজকীয় বিয়া খাবলৈ যোৱা অচি জিতু ডেকাক নিলম্বন

চুমি বৰাৰ ৰাজকীয় বিয়া খাবলৈ যোৱা অচি জিতু ডেকাক নিলম্বন

নাগালেণ্ডৰ পৰা প্ৰথমগৰাকী পেৰালিম্পিক বিজয়ীলৈ নাগালেণ্ড চৰকাৰে ঘোষণা কৰিলে ১.৫ কোটি টকা পুৰস্কাৰ মূল্য

নাগালেণ্ডৰ পৰা প্ৰথমগৰাকী পেৰালিম্পিক বিজয়ীলৈ নাগালেণ্ড চৰকাৰে ঘোষণা কৰিলে ১.৫ কোটি টকা পুৰস্কাৰ মূল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.