• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেদাৰনাথ পথত ব্যাপক ভূমিস্খলনত ৫ জন নিহত, ৩ আহত; অধিক তীৰ্থযাত্ৰী আবদ্ধ হোৱাৰ আশংকা

কেদাৰনাথ পথত ব্যাপক ভূমিস্খলনত ৫ জন নিহত, ৩ আহত; অধিক তীৰ্থযাত্ৰী আবদ্ধ হোৱাৰ আশংকা

2 years ago
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

54 minutes ago
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

1 hour ago
বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

3 hours ago
ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

4 hours ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

5 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

5 hours ago
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

5 hours ago
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

7 hours ago
অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

8 hours ago
১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

8 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

9 hours ago
তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কেদাৰনাথ পথত ব্যাপক ভূমিস্খলনত ৫ জন নিহত, ৩ আহত; অধিক তীৰ্থযাত্ৰী আবদ্ধ হোৱাৰ আশংকা

editor by editor
September 10, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
কেদাৰনাথ পথত ব্যাপক ভূমিস্খলনত ৫ জন নিহত, ৩ আহত; অধিক তীৰ্থযাত্ৰী আবদ্ধ হোৱাৰ আশংকা
0
SHARES
86
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেদাৰনাথ পথত ব্যাপক ভূমিস্খলনত ৫ জন নিহত, ৩ আহত; অধিক তীৰ্থযাত্ৰী আবদ্ধ হোৱাৰ আশংকা

কেদাৰনাথৰ সোণপ্ৰয়াগ আৰু গৌৰীকুণ্ডৰ মাজত হোৱা ব্যাপক ভূমিস্খলনত ৫জন লোকে প্ৰাণ হেৰুৱাইছে; তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। প্ৰথম অৱস্থাত এজন লোকৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছিল, পিছত মৃত্যুৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পায়। এতিয়া এই সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে।

কেদাৰনাথ যাত্ৰা পথত সোণপ্ৰয়াগ আৰু গৌৰিকুণ্ডৰ মাজত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলনত ৫জন লোকৰ মৃত্যু হয়। এই পাঁচোটা মৃতদেহ উদ্ধাৰ কৰি জিলা প্ৰশাসনক গতাই দিয়ে এছডিআৰএফে। ধ্বংসাৱশেষৰ তলত অধিক তীৰ্থযাত্ৰী আবদ্ধ হ’ব পাৰে বুলি মঙলবাৰে ৰুদ্ৰপ্ৰয়াগ আৰক্ষীয়ে প্ৰকাশ কৰে।

সোমবাৰে নিশাৰ ভাগত সংঘটিত হৈছিল এই ঘটনা। আজি মঙলবাৰে পুৱা উদ্ধাৰ অভিযান পুনৰ আৰম্ভ হোৱাৰ লগে লগে ধ্বংসাৱশেষৰ পৰা তিনিগৰাকী মহিলাসহ মুঠ ৫ তীৰ্থযাত্ৰীৰ মৃতদেহ উলিয়াই অনা হয়।

ৰুদ্ৰপ্ৰয়াগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া নন্দন সিং ৰাজৱাৰে এই দুৰ্ঘটনাটো সন্ধিয়া প্ৰায় ৭.২০ বজাত সংঘটিত হয় বুলি জানিবলৈ দিয়ে। এই তথ্য লাভ কৰাৰ লগে লগে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ জোৱানসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: KedarnathKedarnath Pilgrim LandslideLandslide died
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!
জীৱনশৈলী

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

April 8, 2026
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?
অসম

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

April 8, 2026
বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…
শিক্ষা

বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

April 8, 2026
ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!
বাণিজ্য

ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

April 8, 2026
Next Post
দুটা মাহ ধৰি ৩ ৰাশিৰ ওপৰত ধনৰ বৰষুণ কৰিব কৰ্মফল দাতাই, ভৰি থাকিব ভঁৰাল

দুটা মাহ ধৰি ৩ ৰাশিৰ ওপৰত ধনৰ বৰষুণ কৰিব কৰ্মফল দাতাই, ভৰি থাকিব ভঁৰাল

দুই ভাৰতীয়ৰ অলিম্পিক কাহিনী- অযোগ্য ঘোষণা হোৱাত সোণ লাভ, অযোগ্য ঘোষিত হৈ সোণৰ পৰা বঞ্চিত

দুই ভাৰতীয়ৰ অলিম্পিক কাহিনী- অযোগ্য ঘোষণা হোৱাত সোণ লাভ, অযোগ্য ঘোষিত হৈ সোণৰ পৰা বঞ্চিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.