• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিয়া গুটি খাইনে, জানেন ইয়াৰ আচৰিত গুণাগুণ, কিদৰে খাব এই গুটি

চিয়া গুটি খাইনে, জানেন ইয়াৰ আচৰিত গুণাগুণ, কিদৰে খাব এই গুটি

2 years ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

27 minutes ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

13 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

13 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

13 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

14 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

14 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

15 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

17 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

17 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

18 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

19 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

চিয়া গুটি খাইনে, জানেন ইয়াৰ আচৰিত গুণাগুণ, কিদৰে খাব এই গুটি

editor by editor
September 27, 2024
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
চিয়া গুটি খাইনে, জানেন ইয়াৰ আচৰিত গুণাগুণ, কিদৰে খাব এই গুটি
0
SHARES
463
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিয়া গুটি খাইনে, জানেন ইয়াৰ আচৰিত গুণাগুণ, কিদৰে খাব এই গুটি

চিয়া বীজত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। এইবোৰ খালে শৰীৰত প্ৰটিন, ফাইবাৰ, কেলচিয়াম আৰু ওমেগা-৩ ফেটি এচিডৰ অভাৱ নহয়। চিয়া গুটি পানীৰ লগত মিহলাই খালে হাইড্ৰেচনৰ অভাৱ নহয়। খালী পেটত এই পানী খালে বহু উপকাৰ পোৱা যায় ।

ৰক্তচাপ হ্ৰাস কৰা
কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰা
পাচন স্বাস্থ্যক সমৰ্থন কৰা
ওজন নিয়ন্ত্ৰণত সহায় কৰা
প্ৰদাহ হ্ৰাস কৰা
ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰা
দীৰ্ঘদিনীয়া ৰোগৰ পৰা ৰক্ষা কৰা
উদ্বেগ আৰু হতাশাৰ পৰা উন্নতি ।

এই ৫ টা সহজ উপায়েৰে চিয়া গুটি খাব
চিয়া পানী
চিয়া গুটি খোৱাৰ আটাইতকৈ সহজ আৰু সাধাৰণ উপায় হ’ল ৰাতিটো পানীত তিয়াই খাব লাগে। ৰাতি ১ গিলাচ পানীত তিয়াই ৰাতিপুৱা খালী পেটত পান কৰিব পাৰে। এই পানীযত নেমু চেপি খালেও অধিক সুফল লাভ কৰিব। এইদৰে পান কৰিলে ওজন কমা আৰু হাইড্ৰেচনত সহায় কৰে।

ফলৰ লগত চিয়া গুটি লওক
সতেজ ফলৰ লগত মিহলাই চিয়া গুটি খাব পাৰে। বতৰৰ ফলৰ সৈতে চিয়া গুটি খালে শৰীৰত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। ফলৰ পৰা আপুনি ভিটামিন আৰু কেলচিয়াম পায়। ফলৰ লগত মিহলি চিয়া গুটি খালেও সম্পূৰ্ণ পুষ্টি লাভ হয়। এইবোৰ বেছিভাগেই ষ্ট্ৰবেৰী আৰু ব্লুবেৰীৰ লগত খায়।

চিয়াৰ সৈতে নাৰিকল পানী
নাৰিকল নিজৰ মাজতে এক সতেজ ফল। ইয়াৰ লগত মিহলাই চিয়া গুটি খালে শৰীৰত আন বহুতো উপকাৰ পোৱা যায়। ইয়াৰ বাবে নাৰিকলৰ পানী মিহলাই চিয়া গুটি খোৱাটো আপোনাৰ বাবে উপকাৰী হ’ব। নাৰিকল পানীত পটাছিয়াম, মেগনেছিয়াম আৰু ইলেক্ট্ৰলাইট প্ৰচুৰ পৰিমাণে থাকে। এই সংমিশ্ৰণ খালে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব।

চিয়া স্মুদি
চিয়া বীজৰ স্মুদি বনোৱা আৰু খোৱাটো যথেষ্ট সহজ। চিয়া স্মুদিও খোৱাটো সৰ্বোত্তম উপায়। ইয়াৰ বাবে আপুনি চিয়া গুটি পানীত ৰাতিটো তিয়াই ৰাখিব লাগিব। ৰাতিপুৱা নিজৰ পছন্দৰ কল, আম বা আন ফল কাটি গ্ৰাইণ্ডাৰত দি পিহি লওক, তাৰ পিছত গাখীৰ দি আকৌ এবাৰ মিহলাই লওক। এতিয়া পানীত তিয়াই থোৱা চিয়া গুটি দিব। ব্ৰেকফাষ্টত এই পাৱাৰ পেকড স্মুদি খাব পাৰে। এইটোৱেই হৈছে ব্ৰেকফাষ্টৰ আটাইতকৈ উত্তম খাদ্য যিটো সোনকালে আৰু কম সময়ত প্ৰস্তুত কৰিব পাৰি।

চালাডত খাব
চিয়া গুটি যিকোনো খাদ্যত যোগ কৰিলে ইয়াৰ সোৱাদ পোৱা যায়। নিয়মীয়া স্বাস্থ্যকৰ চালাডত টপিং হিচাপে দি খাব পাৰে। শাক-পাচলি আৰু ফলৰ চালাড দুয়োটাতে মিহলাই খাব পাৰে। এই সৰু সৰু ক’লা গুটিবোৰে সোৱাদ আৰু পুষ্টি দুগুণ কৰি তুলিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Health Problemhealth tipsSea SeedaSea Seeda Benefit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

June 15, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 14, 2026
Next Post
কোন প্ৰকৃত দোষী! দেশ কঁপাই যোৱা বাংগালুৰু ঘটনাৰ অভিযুক্তৰ নিহতৰ পাছতে নতুন তথ্য

কোন প্ৰকৃত দোষী! দেশ কঁপাই যোৱা বাংগালুৰু ঘটনাৰ অভিযুক্তৰ নিহতৰ পাছতে নতুন তথ্য

দুৰ্গা পূজাৰ আৰম্ভণিতেই শুক্ৰ বক্ৰী হৈ ৫ ৰাশিৰ লোকৰ বাবে আনিব সৌভাগ্য, দেৱীৰ আশিৰ্বাদ লাভ

দুৰ্গা পূজাৰ আৰম্ভণিতেই শুক্ৰ বক্ৰী হৈ ৫ ৰাশিৰ লোকৰ বাবে আনিব সৌভাগ্য, দেৱীৰ আশিৰ্বাদ লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.