• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেলনীয়া সামগ্ৰীৰে প্ৰতিবছৰে দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি অহা এগৰাকী শিল্পী, নাম লিপিবদ্ধ কৰিছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডটো

2 years ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

11 minutes ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

45 minutes ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

1 hour ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

2 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

3 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

4 hours ago
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

13 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

14 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পেলনীয়া সামগ্ৰীৰে প্ৰতিবছৰে দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি অহা এগৰাকী শিল্পী, নাম লিপিবদ্ধ কৰিছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডটো

editor by editor
September 30, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী
0
পেলনীয়া সামগ্ৰীৰে প্ৰতিবছৰে দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি অহা এগৰাকী শিল্পী, নাম লিপিবদ্ধ কৰিছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডটো
0
SHARES
192
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেলনীয়া সামগ্ৰীৰে প্ৰতিবছৰে দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি অহা এগৰাকী শিল্পী, নাম লিপিবদ্ধ কৰিছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডটো

প্ৰতিবছৰে মা দুৰ্গাৰ বিশেষ প্ৰতিমা নিৰ্মাণ কৰা এগৰাকী শিল্পী। প্ৰতি শাৰদীয় দুৰ্গা পূজাত পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰি আহিছে মা দুৰ্গাৰ প্ৰতিমা। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। ধুবুৰীৰ সঞ্জীৱ বাসাকে এইবাৰো পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰিছে দেৱীৰ আটক-ধুনীয়া প্ৰতিমা।

এইবাৰ বুটামৰ (Button) ব্যৱহাৰ কৰি নিৰ্মাণ মা দুৰ্গাৰ প্ৰতিমা। দুৰ্গাৰ প্ৰতিমা, সাজ-পাৰ, অলংকাৰ, মহিশাসুৰ, আদি সকলো বুটামেৰে নিৰ্মাণ।

এই ক্ষেত্ৰত ধুবুৰীৰ সঞ্জীৱ বাসাকে অসম লাইভৰ সৈতে হোৱা কথা-বতৰাত কয় যে, বুটামেৰে প্ৰতিমা নিৰ্মাণৰ বাবে কাম কৰাৰ ক্ষেত্ৰত সবাতোকৈ কঠিন কামটোৱে আছিল বুটামৰ সংগ্ৰহ। ২ মাহ ধৰি বিভিন্ন ঠাইৰ পৰা ব্যৱহৃত বুটাম সংগ্ৰহ কৰি সেই বুটাম ভালদৰে ধুই চাফা কৰি পাছত আকাৰ তথা চাইজ অনুসৰি সেই বুটামবোৰ পৃথক পৃথক কৰা। তাৰ পাছতহে ৩ মাহ ধৰি প্ৰতিমা নিৰ্মাণৰ কাম কৰা।

সঞ্জয় বাসাকে লগতে ইয়াকো কয় যে, কেৱল বুটামেৰে নিৰ্মাণ কৰাই তেঁওৰ লক্ষ্য নহয়, এই প্ৰতিমা যাতে অতি সহজে ইঠাইৰ পৰা সিঠাইলৈ লৈ যাব পৰা যায় তাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে। লগতে সকলো বুটাম যাতে পুণৰ ব্যৱহাৰ কৰিব পৰা যাব তাৰ প্ৰতিয়ো নজৰ দিয়া হৈছে। মুঠতে সকলো বস্তুৱে পুনৰ ব্যৱহাৰ্য।

উল্লেখ্য যে, কেৱল এই বছৰেই নহয় প্ৰতিবছৰেই এইদৰে বিভিন্ন ধৰণৰ পেলনীয়া সামগ্ৰীৰে প্ৰতিমা নিৰ্মাণ কৰি আহিছে বাসাকে। পেলনীয়া বটল, কাপ, চামুছ, তাঁৰ, দিয়াশলাই কাঠি আদিৰে নিৰ্মাণ কৰিছে প্ৰতিমা।

২০১৯ চনত দিয়াশলাই কাঠিৰে ১২ ফুট ওখ, ১৪ ফুট বহল দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিছে। ইয়াৰ উপৰিও ১৬০ কেজি পেলনীয়া তাঁৰ ব্যৱহাৰ কৰি দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি অসম বুকছ অৱ ৰেকৰ্ডনো নাম সন্নিবিষ্ট কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamDhuburiDuraga PujaDurga Idolmaa durgaSanjeev Basak
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ
জীৱনশৈলী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

April 10, 2026
Next Post
অক্টোবৰৰ আৰম্ভণিতেই সূৰ্যগ্ৰহণ, সঁচা হ’ব নেকি নস্ত্ৰাডামুছৰ ভৱিষ্যদ্বাণী?

চলিত সপ্তাহত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন