• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলা বিশ্বকাপ- আজি ভাৰত বনাম পাকিস্তানৰ হাইভল্টেজ খেল, কাৰ পাল্লাৰ ওজন অধিক

মহিলা বিশ্বকাপ- আজি ভাৰত বনাম পাকিস্তানৰ হাইভল্টেজ খেল, কাৰ পাল্লাৰ ওজন অধিক

2 years ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

30 minutes ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

1 hour ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

2 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

10 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

10 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

11 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

11 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

12 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

12 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

14 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

14 hours ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মহিলা বিশ্বকাপ- আজি ভাৰত বনাম পাকিস্তানৰ হাইভল্টেজ খেল, কাৰ পাল্লাৰ ওজন অধিক

editor by editor
October 6, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
মহিলা বিশ্বকাপ- আজি ভাৰত বনাম পাকিস্তানৰ হাইভল্টেজ খেল, কাৰ পাল্লাৰ ওজন অধিক
0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলা বিশ্বকাপ- আজি ভাৰত বনাম পাকিস্তানৰ হাইভল্টেজ খেল, কাৰ পাল্লাৰ ওজন অধিক

বৰ্তমানে ক্ৰিকেটৰ জগতত মহিলাৰ বিশ্বকাপ চলি আছে। ক্ৰিকট বুলিলেই পাগল ভাৰতৰ মহিলা দলেও অন্যতম বিজয়ী হিচাপে এইবাৰৰ খেলত অংশ গ্ৰহণ কৰিছে। অৱশ্যে এই পৰ্যন্ত ভাৰতীয় মহিলাদলে বিশ্বকাপৰ সোৱাদ পোৱা নাই। তথাপি এতিয়ালৈকে তিনিবাৰ ফাইনেলত উপনীত হৈছে। এইবাৰ পদক আশাৰে নামিছে ভাৰতীয় মহিলাৰ দল।

৪ অক্টোবৰৰ নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত ৫৮ ৰানত পৰাস্ত হলেও আজিৰ খেল খনত জয়ৰ আশাৰে নামিছে দলটো। কিয়নো আজিৰ পথাৰত ভাৰতৰ বিৰুদ্ধে চিৰ প্ৰতিদ্বন্দী পাকিস্তানৰ দল। ভাৰত-পাকিস্তান বুলিলেই হাইভল্টেজ। আজিয়ো তাৰ ব্যতিক্ৰম নহয়।

আজি ৬ অক্টোবৰ তাৰিখ দেওবাৰে বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হৈছে এই খেল। টছত জয়ী হৈ প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত পাকিস্তান দলটোৰ। ভাৰত আৰু পাকিস্তানৰ মহিলা দলে এতিয়ালৈকে ১৫ বাৰ মুখামুখি হৈছে। এই ১৫ বাৰৰ খেলত ভাৰতীয় দলটোৱে ১২খন খেলত সফলতা বিজয় সাব্যস্ত কৰিছে। অৱশ্যে আজিৰ খেলখন ভাৰতীয় দলৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিশ্বকাপৰ দৰে এনে পৰিস্থিতিত বিৰোধী দলটোক একেবাৰে সহজভাৱে ল’ব নোৱাৰি।

আজিৰ ভাৰতীয় মহিলা দলটোত আছে- হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (উপ অধিনায়ক), শ্বেফালী বাৰ্মা, দীপ্তি শৰ্মা, জেমিমাহ ৰড্ৰিগেছ, ৰিচা ঘোষ (ডব্লিউ কে), যস্তিকা ভাটিয়া (ডব্লিউ কে) (ফিটনেছৰ অধীনত), পূজা বষ্ট্ৰকাৰ, অৰুন্ধতী ৰেড্ডী, ৰেনুকা সিং ঠাকুৰ, দয়ালন হেমলতা, আশা সোভানা, ৰাধা যাদৱ, শ্ৰেয়ংকা পাটিল (ফিটনেছৰ বিষয়) আৰু সজনা সজীৱন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: `India Vs PakistanIcc Women World CupWomen World Cupworld cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান
জীৱনশৈলী

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

August 6, 2026
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!
জীৱনশৈলী

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

August 6, 2026
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?
জীৱনশৈলী

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

August 6, 2026
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা
নিয়োগ

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

August 5, 2026
Next Post
দেওবাৰ বুলি নদীত গা ধুবলৈ গৈ একে পৰিয়ালৰে ৭ শিশুৰ ৩ নিহত, ২ সংকটজনক, ২ সন্ধানহীন

দেওবাৰ বুলি নদীত গা ধুবলৈ গৈ একে পৰিয়ালৰে ৭ শিশুৰ ৩ নিহত, ২ সংকটজনক, ২ সন্ধানহীন

পঞ্জাৱত গুলীবিদ্ধ আপ নেতা, আকালি নেতাৰ সৈতে বাকযুদ্ধ

পঞ্জাৱত গুলীবিদ্ধ আপ নেতা, আকালি নেতাৰ সৈতে বাকযুদ্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.