• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঞ্চৰ পৰা পলাই কথমপি প্ৰাণ ৰক্ষা প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ, সংগীত পৰিবেশনৰ সময়তে হঠাতে..

মঞ্চৰ পৰা পলাই কথমপি প্ৰাণ ৰক্ষা প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ, সংগীত পৰিবেশনৰ সময়তে হঠাতে..

1 year ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

15 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

16 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

17 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

19 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

20 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

20 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

21 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

1 day ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

2 days ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

2 days ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঞ্চৰ পৰা পলাই কথমপি প্ৰাণ ৰক্ষা প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ, সংগীত পৰিবেশনৰ সময়তে হঠাতে..

editor by editor
October 17, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
মঞ্চৰ পৰা পলাই কথমপি প্ৰাণ ৰক্ষা প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ, সংগীত পৰিবেশনৰ সময়তে হঠাতে..
0
SHARES
15.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মঞ্চৰ পৰা পলাই কথমপি প্ৰাণ ৰক্ষা প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ, সংগীত পৰিবেশনৰ সময়তে হঠাতে..

ভাৰতীয় চিনেমা বলীউডৰ লগতে হলীউডৰ খ্যাতনামা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ স্বামীৰ কথমপি প্ৰাণ ৰক্ষা। সংগীত পৰিৱেশনৰ সময়তে হঠাতে আঁততায়ীৰ গুলীচালনা। মঞ্চ এৰি পলাই হে প্ৰাণ ৰক্ষা পৰে নিক জোনাছৰ।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ৰ পৰা জানিব পৰা গৈছে নিকৰ ওপৰত হোৱা সাম্ভাৱ্য আক্ৰমণৰ বিষয়ে। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি- ভাতৃ জো আৰু কেভিনৰ সৈতে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি আছিল। সেই সময়ছোৱাতে নিক’ৰ কপালত শ্বুটাৰ গাণেৰে কৰাৰ দৰে ৰঙা লেজাৰ লাইটৰ এটা লক্ষ্য কৰি লোৱা চিন দেখা গৈছিল। নিকে কিবা এটা ভয়ৰ ইংগিত পাই লগে লগে ভায়েকহঁতৰ সৈতে মঞ্চৰ পৰা খৰধৰকৈ পলাই যায়।

বৰ্তমানে সেই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যি ভিডিঅ’ দেখি অনুৰাগী সকলো কিছু চিন্তাত দেখা গৈছে। সঁচাকৈয়ে কোনো আঁততায়ীয়ে নিক জোনাছক গুলীয়াবলৈ লক্ষ্য কৰি লৈছিল নেকি, তাকে লৈ এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে।

https://x.com/Walli1313/status/1846573848084332695

এই ভিডিঅ’টোৰ ওপৰত মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে তাত কি চলি আছে। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে নিক ব্যৱস্থা ল’ব লাগে। তৃতীয় ব্যৱহাৰকাৰীয়ে লিখিছে যে ই কোনো সাধাৰণ লেজাৰ লাইট নহয়। এনে বহু মন্তব্য ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কৰিছে।

কিন্তু এতিয়ালৈকে নিক জোনাছ বা পত্নী প্ৰিয়ংকা চোপ্ৰা বা তেওঁ ভাতৃ তথা অন্য কোনো লোকৰে পৰা কোনো প্ৰতিক্ৰিয়া দেখা পোৱা নাই। দম্পতীহালৰ পৰা কিবা প্ৰতিক্ৰিয়া হ’ব নে নাই সেয়া হ’ব লক্ষ্যণীয়। উল্লেখ্য যে, স্বামীৰ লগত এই ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰিয়ংকা ভাৰতলৈ আহিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Music ConsortNick Jonashpriyanka chopraPriyanka Chopra Husbandviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
Next Post
অৱশেষত সত্য প্ৰকাশ জাষ্টিন ট্ৰুড’ৰ, নিজ্জৰ ঘটনাৰ সঠিত প্ৰমাণ দিয়া নাছিল ভাৰতৰ হাতত

অৱশেষত সত্য প্ৰকাশ জাষ্টিন ট্ৰুড'ৰ, নিজ্জৰ ঘটনাৰ সঠিত প্ৰমাণ দিয়া নাছিল ভাৰতৰ হাতত

দীপাৱলীৰ পূৰ্বেই ভয়ংকৰ ভাৱে বিষাক্ত হৈ পৰিছে ৰাজধানীৰ বায়ু

দীপাৱলীৰ পূৰ্বেই ভয়ংকৰ ভাৱে বিষাক্ত হৈ পৰিছে ৰাজধানীৰ বায়ু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.