• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আত্মীয়ই জীৱনসংগী! ৮বছৰ বেকাৰ আছিল বিবাহিত পংকজ, সংসাৰ চলাইছিল পত্নীয়ে, তাৰপিছত…

আত্মীয়ই জীৱনসংগী! ৮বছৰ বেকাৰ আছিল বিবাহিত পংকজ, সংসাৰ চলাইছিল পত্নীয়ে, তাৰপিছত…

1 year ago
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

15 minutes ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

52 minutes ago
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

3 hours ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

3 hours ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

4 hours ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

4 hours ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

5 hours ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

5 hours ago
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

5 hours ago
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

5 hours ago
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

6 hours ago
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

আত্মীয়ই জীৱনসংগী! ৮বছৰ বেকাৰ আছিল বিবাহিত পংকজ, সংসাৰ চলাইছিল পত্নীয়ে, তাৰপিছত…

আত্মীয়ই জীৱনসংগী! ৮বছৰ বেকাৰ আছিল বিবাহিত পংকজ, সংসাৰ চলাইছিল পত্নীয়ে, তাৰপিছত...

editor by editor
October 18, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
আত্মীয়ই জীৱনসংগী! ৮বছৰ বেকাৰ আছিল বিবাহিত পংকজ, সংসাৰ চলাইছিল পত্নীয়ে, তাৰপিছত…
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান বলীউডৰ জনপ্ৰিয় অভিনেতাৰ তালিকাত শীৰ্ষত নাম আছে পংকজ ত্ৰিপাঠীৰো৷ কিন্তু এই জনপ্ৰিয়তাৰ আঁৰত আছে বহু বিষাদ বহু কষ্টকৰ সংগ্ৰাম৷ কেৰিয়াৰৰ আৰম্ভণিতে বিশেষ উপাৰ্জনো নাছিল পংকজৰ৷ স্ত্ৰীৰ উপাৰ্জনৰ ওপৰতেই নিৰ্ভৰ কৰিছিল পংকজে৷ এদিন দুদিন নহয়, ৮ বছৰ সংসাৰৰ খৰচ নিজে কান্ধ পাতি লৈছিল পংকজৰ পত্নী মৃদুলা ত্ৰিপাঠিয়ে৷

স্কুলীয়া জীৱনৰ পৰা মৃদুলাক চিনি পাইছিল পংকজে৷ সহপাঠী নহয়, পংকজৰ আত্মীয় আছিল মৃদুলা৷ বায়েকৰ বিয়াত মৃদুলাৰ সৈতে আলাপ হয় পংকজৰ৷ এক পুৰণি সাক্ষাৎকাৰত পংকজে জনাইছিল যে, ১৯৯৩ চনত পংকজৰ বায়েকৰ বিয়া হৈছিল৷ মৃদুলাৰ ককায়েকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল পংকজৰ বায়েক৷ তেওঁলোকৰ বিবাহৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল মৃদুলা আৰু পংকজো৷

মৃদুলাৰ সৈতে প্ৰথম আলাপৰ সময়ত পংকজ একাদশ শ্ৰেণীত পঢ়ি আছিল৷ মৃদুলা তেতিয়া নৱম শ্ৰেণীৰ ছাত্ৰী৷ বিবাহৰ অনুষ্ঠানত প্ৰথম আলাপ হয় তেওঁলোকৰ৷ তাৰপাছতেই বন্ধুত্ব, তাৰপাছত প্ৰেম৷ দীৰ্ঘ ১২ বছৰে সম্পৰ্কত আছিল পংকজ আৰু মৃদুলা৷ স্কুল আৰু কলেজৰ পঢ়াশুনা শেষ কৰি স্কুলত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে মৃদুলাই৷ অন্যহাতে পংকজে বিচাৰিছিল অভিনয়ক লৈ কেৰিয়াৰ গঢ়িবলৈ৷ কেৰিয়াৰৰ ওপৰিও সংসাৰ একেলগে থিত লগাব পৰা নাছিল পংকজ আৰু মৃদুলাই৷ আত্মীয়ক বিয়া কৰোৱাৰ বাবে পৰিয়ালেও লগ এৰিছিল মৃদুলা পংকজৰ৷ পংকজে এবছৰ পুৰণি সাক্ষাৎকাৰত জনাইছে যে, তেওঁৰ সৈতে মৃদুলাৰ সম্পৰ্কৰ কথা জনাৰ পাছত প্ৰথমে আপত্তি জনাইছিল যদিও পাছলৈ দুয়োটা পৰিয়ালে সন্মতি দিয়ে৷

২০০৪ চনৰ জানুৱাৰী মাহত মৃদুলাৰ সৈতে সাত পাকত বান্ধ খাইছিল পংকজে৷ সেইবাৰেই মৃদুলাক লৈ মুম্বাইলৈ গুচি যায় পংকজ ত্ৰিপাঠি৷ মুম্বাইলৈ যোৱাৰ পাছত অভিনয়ক লৈ কেৰিয়াৰক লৈ দৌৰাদৌৰি বাঢ়িছিল পংকজৰ৷ পুৰণি সাক্ষাৎকাৰত পংকজে জনাইছে যে ২০০৪ চনৰ মুম্বাইলৈ যোৱাৰ পাছত ৮ বছৰ সময় বেকাৰ আছিল তেওঁ৷ ওমকাৰা, বাণ্টি ঔৰ বাবলি, অপহৰণ, অগ্নিপথ, চিল্লৰ পাৰ্টীৰ দৰে একাধিক হিন্দি ছবিত অভিনয় কৰিলেও সৰু সৰু চৰিত্ৰতহে অভিনয়ৰ সুযোগ পায় তেওঁ৷

২০১২ চনত মুক্তিপ্ৰাপ্ত ‘গেংগছ অফ ৱাছপুৰ ছবিত অভিনয় কৰি নিজৰ পৰিচয় তৈয়াৰ কৰে পংকজে৷ কিন্তু তেওঁৰ পূৰ্বে পত্নীৰ উপাৰ্জনেৰেই সংসাৰ চলিছিল৷ পংকজে এক পুৰণি সাক্ষাৎকাৰত কৈছিল, ‘মই ৮ বছৰ একোৱেই কৰিব নোৱাৰিছিলো৷ ইফালৰ পৰা সিফাললৈ কামৰ বাবে দৌৰিছিলো৷ কিন্তু মৃদুলাই কেতিয়াও মোক বাধা দিয়া নাছিল৷ মই নিজৰ সময় লৈ নিজৰ কেৰিয়াৰ গঢ়িছিল৷’

পংকজে জনাইছিল যে তেওঁৰ সংসাৰৰ খৰচ চলোৱাৰ বাবে সামৰ্থ্য নাছিল৷ মৃদুলাই স্কুলত পঢ়ুৱাই প্ৰতিমাহে যি উপাৰ্জন কৰিছিল সেই খিনিৰেই সংসাৰ চলাইছিল৷ পংকজৰ দাবী, মৃদুলাই ৮ বছৰ বিনা বাক্যবানেৰে পংকজৰ জীৱনক আগুৱাই দিছিল মৃদুলাই৷ মৃদুলাৰ প্ৰশংসা কৰি সেয়ে পংকজে সাক্ষাৎকাৰত কৈছিল, ‘মোৰ কাষত মৃদুলা আছিল বাবেই মই নিশা ষ্টেচনত সময় কটাব লগা নহ’ল৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?
বিনোদন

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

April 18, 2026
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত
জীৱনশৈলী

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

April 18, 2026
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন
জীৱনশৈলী

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

April 18, 2026
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও
ক্ৰীড়া

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

April 18, 2026
Next Post
ডাকঘৰৰ এই আঁচনিৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰক ২০ হাজাৰ টকা, কেনেকৈ কৰিব আৱেদন?

ডাকঘৰৰ এই আঁচনিৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰক ২০ হাজাৰ টকা, কেনেকৈ কৰিব আৱেদন?

২০২৫ পৰ্যন্ত দেৱগুৰুৰ আশীৰ্বাদ থাকিব তিনি ৰাশিৰ ওপৰত, বিদেশ যাত্ৰাৰ যোগ, কেৰিয়াৰতো উন্নতি

২০২৫ পৰ্যন্ত দেৱগুৰুৰ আশীৰ্বাদ থাকিব তিনি ৰাশিৰ ওপৰত, বিদেশ যাত্ৰাৰ যোগ, কেৰিয়াৰতো উন্নতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.