• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ ঘৰতো আছে নেকি মানি প্লাণ্ট, পাৰ্থক্য দেখিলেই জানিব ঘৰত হবলৈ গৈ আছে

আপোনাৰ ঘৰতো আছে নেকি মানি প্লাণ্ট, পাৰ্থক্য দেখিলেই জানিব ঘৰত হবলৈ গৈ আছে

2 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

1 hour ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

2 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

3 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

4 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

5 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

5 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

6 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

7 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

8 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

8 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

9 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ ঘৰতো আছে নেকি মানি প্লাণ্ট, পাৰ্থক্য দেখিলেই জানিব ঘৰত হবলৈ গৈ আছে

editor by editor
November 3, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আপোনাৰ ঘৰতো আছে নেকি মানি প্লাণ্ট, পাৰ্থক্য দেখিলেই জানিব ঘৰত হবলৈ গৈ আছে
0
SHARES
313
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপোনাৰ ঘৰতো আছে নেকি মানি প্লাণ্ট, পাৰ্থক্য দেখিলেই জানিব ঘৰত হবলৈ গৈ আছে

বহু লোকেই আজি কালি নিজ নিজ ঘৰত মানি প্লাণ্ট ৰুই দিয়ে। মান্যতা অনুসৰি এই মানি প্লাণ্টে ঘৰখনলৈ সুখ-সমৃদ্ধি অনাৰ লগতে ভাল দিন আনে। পাছে এই মানি প্লাণ্টৰ সৈতে জড়িত আছে বহু নজনা কথা। গছ জোপাত কিছু পাৰ্থক্য দেখিলেই জানিব ঘৰত কি হবলৈ গৈ আছে।

বাস্তু শাস্ত্ৰ অনুসৰি মানি প্লাণ্ট ঘৰত লগোৱাটো অতিকে শুভ বুলি মান্যতা আছে। মানি প্লান্ট থকা ঘৰত কোনোদিনে আৰ্থিক সমস্যা নহয় বুলি মান্যতা আছে।

যি ঘৰত মানি প্লাণ্ট থাকে সেই ঘৰত পৰিয়ালৰ লোকৰ আয় বৃদ্ধিতো সহায় কৰে বিশ্বাস কৰা হয়। ঘৰলৈ সমৃদ্ধি আছে।

মানি প্লাণ্টৰ বাবে ঘৰলৈ সকৰাত্মক শক্তি প্ৰৱেশ কৰে আৰু পৰিয়ালৰ লোকৰ মাজত মৰম-চেনেহ থকাৰ লগতে সম্পৰ্ক মজবুত হৈ থাকে।

বাস্তু শাস্ত্ৰ অনুসৰি মানি প্লাণ্ট ঘৰত লগালে কেৱল এটা কথা বিশেষ ভাৱে মন কৰিব লাগে। বাস্তুৰ নিয়ম অনুসৰি মানি প্লান্টৰ কোনো ডাল বা পাত মাটিত লগ লাগি থাকিব নালাগে।

বিশ্বাস কৰা হয় যে, যদি মানি প্লাণ্টৰ আগ বা ডাল মাটিৰ সংস্পৰ্শলৈ আহে ,তেন্তে সেই ঘৰ খনৰ বাবে বেয়া। অৰ্থৰ অভাৱে দেখা বুলি ধৰা হয়।

ঘৰলৈ আৰ্থিক সমস্যাৰ আৰম্ভণি হয়। পৰিয়ালৰ লোকৰ মাজত সম্পৰ্কট ফাঁট মেলে, বহু সমস্যা বৃদ্ধি পাবলৈ ধৰে। বেমাৰ-আজাৰেও দেখা দিবলৈ ধৰে বুলি মান্যতা আছে।

সেয়ে সদায়ে, মানি প্লাণ্টৰ আগ সদায়ে উপৰমুখি হব লাগে বা উপৰৰ ফালে মুখ কৰি ৰাখিব লাগে। তেহে ঘৰলৈ সুখ-সমৃদ্ধি আহে।

ইয়াৰ উপৰিও মানি প্লাণ্টৰ গছ কোনোদিনে শুকাব দিব নালাগে। যদিহে ই শুকাবলৈ ধৰে বা ইয়াৰ পাত হালধীয়া হবলৈ ধৰে, তেন্তে অনতি পলমে ইয়াক ঘৰৰ পৰা আঁতৰ কৰিব লাগে। কিয়নো তেনে মানি প্লাণ্ট ঘৰৰ বাবে অশুভ বুলি ধৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: moneyMoney PlantVastru SastraVastu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
Next Post
ভাইদুজ উদযাপন কৰি উভতি আহি থাকোতেই প্ৰাণ হেৰুৱালে দুয়ো পিতা-পুত্ৰই, অন্ত পৰিল বংশৰ

ভাইদুজ উদযাপন কৰি উভতি আহি থাকোতেই প্ৰাণ হেৰুৱালে দুয়ো পিতা-পুত্ৰই, অন্ত পৰিল বংশৰ

পেট নে কাৰখানা, অপাৰেচন কৰি ১৪ বছৰীয়া কিশোৰৰ পেটৰ পৰা বাহিৰ কৰিলে বেটাৰী, চেইন, স্ক্ৰু, ব্লেডসহ ৫৬টা বস্তু

পেট নে কাৰখানা, অপাৰেচন কৰি ১৪ বছৰীয়া কিশোৰৰ পেটৰ পৰা বাহিৰ কৰিলে বেটাৰী, চেইন, স্ক্ৰু, ব্লেডসহ ৫৬টা বস্তু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.