• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনিয়ন্ত্ৰিত বাহনে মহতিয়ালে শতাধিক, ৩৫ নিহত-৪৩ আহত, কঠোৰ শাস্তিৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ

1 year ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

4 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

5 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

6 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

7 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

8 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অনিয়ন্ত্ৰিত বাহনে মহতিয়ালে শতাধিক, ৩৫ নিহত-৪৩ আহত, কঠোৰ শাস্তিৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ

editor by editor
November 12, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অনিয়ন্ত্ৰিত বাহনে মহতিয়ালে শতাধিক, ৩৫ নিহত-৪৩ আহত, কঠোৰ শাস্তিৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ
0
SHARES
238
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনিয়ন্ত্ৰিত বাহনে মহতিয়ালে শতাধিক, ৩৫ নিহত-৪৩ আহত, কঠোৰ শাস্তিৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ

চীনৰ পৰা আহিছে এক অতিকে ভয়ংকৰ তথা শোকাৱহ ঘটনা। এখন অনিয়ন্ত্ৰিত বাহনৰ বাবে একেলগে প্ৰাণ হেৰুৱালে ৩৫ গৰাকী লোকে। আনহাতে অন্য ৪৩ গৰাকী লোক কম বেচি পৰিমানে আহত হয়।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে দেশ খনৰ ৰাষ্ট্ৰপতি জিন পিঙৰ কঠোৰ নিৰ্দেশ। ‘অনতিপলমে সেই বাহনৰ চালকক আটক কৰি কঠোৰ শাস্তি দিয়া যাওক’।

https://x.com/TheInsiderPaper/status/1856294872400920744

চীন দেশৰ ঝুহাইত সংঘটিত হৈছে এই দুৰ্ঘটনা। জানিব পৰা অনুসৰি ঝুহাইত বৰ্তমানে চীন দেশৰ জনপ্ৰিয় এয়াৰ শ্ব’ চলি আছে। যাৰ বাবে ঝুহাইত বহু মানুহৰ সমাগম ঘটাৰ লগতে যথেষ্ট যানজঁটৰ সৃষ্টি হৈছে ।

এই ভিৰৰ মাজতে ৬২ বছৰীয়া এগৰাকী চালকে নিয়ন্ত্ৰণহীন বাহন এখন লৈ আটাইতকৈ ব্যস্ত অঞ্চলত মানুহৰ মাজত সোমাই পৰে। যাৰ ফলতে দুৰ্ঘটনাটোৰ ফলাফল অতিকে ভয়ংকৰ হৈ পৰে।

আহত সকলোৰে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আনহাতে বাহন চালকক আটক কৰাৰ বাবে সন্ধানত নামি পৰিছে আৰক্ষী।

https://x.com/AlBawabaEnglish/status/1856297527911325707

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentChhinachinaChina AccidentMany Diedroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
Next Post
পুনৰ হ্ৰাস পালে সোণ-ৰূপৰ মূল্য, ১৩৫ টকালৈ হ্ৰাস ১ গ্ৰাম সোণত

শান্তিৰ নোবেল বঁটাৰ বাবে যোগ্য বিশ্বৰ ভিতৰতে জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী- মাৰ্ক মবিয়াছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন