• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনিয়ন্ত্ৰিত বাহনে মহতিয়ালে শতাধিক, ৩৫ নিহত-৪৩ আহত, কঠোৰ শাস্তিৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ

অনিয়ন্ত্ৰিত বাহনে মহতিয়ালে শতাধিক, ৩৫ নিহত-৪৩ আহত, কঠোৰ শাস্তিৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ

2 years ago
ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

3 hours ago
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

3 hours ago
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

4 hours ago
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

5 hours ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

6 hours ago
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

6 hours ago
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

7 hours ago
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

8 hours ago
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

9 hours ago
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

9 hours ago
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

9 hours ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অনিয়ন্ত্ৰিত বাহনে মহতিয়ালে শতাধিক, ৩৫ নিহত-৪৩ আহত, কঠোৰ শাস্তিৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ

editor by editor
November 12, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অনিয়ন্ত্ৰিত বাহনে মহতিয়ালে শতাধিক, ৩৫ নিহত-৪৩ আহত, কঠোৰ শাস্তিৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ
0
SHARES
241
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনিয়ন্ত্ৰিত বাহনে মহতিয়ালে শতাধিক, ৩৫ নিহত-৪৩ আহত, কঠোৰ শাস্তিৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ

চীনৰ পৰা আহিছে এক অতিকে ভয়ংকৰ তথা শোকাৱহ ঘটনা। এখন অনিয়ন্ত্ৰিত বাহনৰ বাবে একেলগে প্ৰাণ হেৰুৱালে ৩৫ গৰাকী লোকে। আনহাতে অন্য ৪৩ গৰাকী লোক কম বেচি পৰিমানে আহত হয়।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে দেশ খনৰ ৰাষ্ট্ৰপতি জিন পিঙৰ কঠোৰ নিৰ্দেশ। ‘অনতিপলমে সেই বাহনৰ চালকক আটক কৰি কঠোৰ শাস্তি দিয়া যাওক’।

https://x.com/TheInsiderPaper/status/1856294872400920744

চীন দেশৰ ঝুহাইত সংঘটিত হৈছে এই দুৰ্ঘটনা। জানিব পৰা অনুসৰি ঝুহাইত বৰ্তমানে চীন দেশৰ জনপ্ৰিয় এয়াৰ শ্ব’ চলি আছে। যাৰ বাবে ঝুহাইত বহু মানুহৰ সমাগম ঘটাৰ লগতে যথেষ্ট যানজঁটৰ সৃষ্টি হৈছে ।

এই ভিৰৰ মাজতে ৬২ বছৰীয়া এগৰাকী চালকে নিয়ন্ত্ৰণহীন বাহন এখন লৈ আটাইতকৈ ব্যস্ত অঞ্চলত মানুহৰ মাজত সোমাই পৰে। যাৰ ফলতে দুৰ্ঘটনাটোৰ ফলাফল অতিকে ভয়ংকৰ হৈ পৰে।

আহত সকলোৰে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আনহাতে বাহন চালকক আটক কৰাৰ বাবে সন্ধানত নামি পৰিছে আৰক্ষী।

https://x.com/AlBawabaEnglish/status/1856297527911325707

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentChhinachinaChina AccidentMany Diedroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে
অসম

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

October 26, 2026
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!
নিয়োগ

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

October 26, 2026
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?
ভাৰত

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

October 26, 2026
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!
প্ৰযুক্তি

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

October 26, 2026
Next Post
পুনৰ হ্ৰাস পালে সোণ-ৰূপৰ মূল্য, ১৩৫ টকালৈ হ্ৰাস ১ গ্ৰাম সোণত

পুনৰ হ্ৰাস পালে সোণ-ৰূপৰ মূল্য, ১৩৫ টকালৈ হ্ৰাস ১ গ্ৰাম সোণত

শান্তিৰ নোবেল বঁটাৰ বাবে যোগ্য বিশ্বৰ ভিতৰতে জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী- মাৰ্ক মবিয়াছ

শান্তিৰ নোবেল বঁটাৰ বাবে যোগ্য বিশ্বৰ ভিতৰতে জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী- মাৰ্ক মবিয়াছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.