• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাহিত্য সভাৰ সভাপতি পদৰ পৰা নাম প্ৰত্যাহাৰ ভীমকান্ত বৰুৱা আৰু অনুৰাধা শৰ্মা পূজাৰীৰ

সাহিত্য সভাৰ সভাপতি পদৰ পৰা নাম প্ৰত্যাহাৰ ভীমকান্ত বৰুৱা আৰু অনুৰাধা শৰ্মা পূজাৰীৰ

2 years ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

4 minutes ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

16 minutes ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

40 minutes ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

1 hour ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

1 hour ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

2 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

4 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

5 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

7 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

20 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

20 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সাহিত্য সভাৰ সভাপতি পদৰ পৰা নাম প্ৰত্যাহাৰ ভীমকান্ত বৰুৱা আৰু অনুৰাধা শৰ্মা পূজাৰীৰ

editor by editor
November 14, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
সাহিত্য সভাৰ সভাপতি পদৰ পৰা নাম প্ৰত্যাহাৰ ভীমকান্ত বৰুৱা আৰু অনুৰাধা শৰ্মা পূজাৰীৰ
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাহিত্য সভাৰ সভাপতি পদৰ পৰা নাম প্ৰত্যাহাৰ ভীমকান্ত বৰুৱা আৰু অনুৰাধা শৰ্মা পূজাৰীৰ

আজি ১৪ নৱেম্বৰ বৃহস্পতিবাৰ অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে সন্মতি প্ৰদানৰ অন্তিম দিন আছিল। এই সভাপতি পদৰ বাবে মনোনীত কৰা হৈছিল ৫ গৰাকী বিশিষ্ট লোক। পাছে তাৰেই মাজৰ দুগৰাকী লোকে সভাপতি পদৰ পৰা নাম প্ৰত্যাহাৰ কৰে।

বিশিষ্ট ভাষাবিদ ভীমকান্ত বৰুৱা আৰু বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে আজি অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে সন্মতি প্ৰদান নকৰাৰ লগতে নিজৰ নাম প্ৰত্যাহাৰ কৰে।

মুঠ ৫ গৰাকী সাহিত্যৰ সৈতে জড়িত বিশিষ্ঠ লোকৰ নাম মনোনীত কৰা হৈছিল। এই ৫ গৰাকী লোক ক্ৰমে – ভাষাবিদ ভীমকান্ত বৰুৱা, ড০ বসন্ত কুমাৰ গোস্বামী, ড০ গোবিন্দ প্ৰসাদ শৰ্মা , ড০ উপেন ৰাভা হাকাচাম আৰু অনুৰাধা শৰ্মা পূজাৰী।

এই পৰ্য্যন্ত তিনি গৰাকী মনোনীত প্ৰাৰ্থীৰ সন্মতি প্ৰকাশ। সন্মতি প্ৰকাশ কৰা তিনি প্ৰাৰ্থী বসন্ত কুমাৰ গোস্বামী, গোবিন্দ প্ৰসাদ শৰ্মা অৰু উপেন ৰাভা হাকাচাম।

প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মালৈ এখন পত্ৰ লিখি অনুৰাধা শৰ্মা পূজাৰীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰি কয়- অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ সভাপতি পদৰ বাবে প্ৰস্তুত কৰা ৫জনীয়া তালিকাত মোৰ নাম প্ৰস্তাৱ কৰাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছো। কিন্তু মই মোৰ নাম উক্ত তালিকাখনৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনালো।

উল্লেখ্য যে, কাইলৈ ১৫ নৱেম্বৰ শুকুৰবাৰে প্ৰতিখন জিলালৈ ভোটদানৰ বাবে প্ৰেৰণ কৰা হ’ব বেলট পেপাৰ। জিলা সমিটি সমূহৰ পৰা শাখা সমিটি সমূহলৈ প্ৰেৰণ কৰা হ’ব বেলট।

প্ৰতিখন শাখাৰ এক তৃতীযাংশ সদস্যৰ সমৰ্থন ক্ৰমে ভোটদান প্ৰদান কৰিব। ২১ নবেম্বৰৰ পৰা আৰম্ভ হ’ব ভোটদান প্ৰক্ৰিয়া । ৪ ডিচেম্বৰত অন্ত পৰিব ভোটদান পৰ্ব।

৫ ডিচেম্বৰত নিৰ্বাচনী বিষয়াৰ উপস্থিতি বেলট বাকচ সমূহ চীল কৰা হ’ব মেঘদূত ভৱনত। ডিচেম্বৰৰ অন্তিম সপ্তাহত অনুষ্ঠিত হ’ব লগা কাৰ্য্যনিৰ্বাহকতে ভোট গনণা সম্পন্ন হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam sahitya sabhaAssam Sahitya Sabha PresidentAssam. Assam Sahitya
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?
অসম

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

August 24, 2026
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা
অসম

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

August 22, 2026
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন
অসম

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

August 21, 2026
Next Post
কাইলৈৰ পৰা ২৯ নৱেম্বৰলৈ ৩ ৰাশিৰ লোকৰ অতিকে ভাল দিন, সকলোফালে জয়জয় ময়ময়

কাইলৈৰ পৰা ২৯ নৱেম্বৰলৈ ৩ ৰাশিৰ লোকৰ অতিকে ভাল দিন, সকলোফালে জয়জয় ময়ময়

কেটৰিনাক বেয়া পাইছিল অৰ্জুন আৰু বৰুণে, বনাইছিল ‘কেটৰিনা হেট ক্লাৱ’

কেটৰিনাক বেয়া পাইছিল অৰ্জুন আৰু বৰুণে, বনাইছিল 'কেটৰিনা হেট ক্লাৱ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.