• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা

1 year ago
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

1 minute ago
মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

28 minutes ago
চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

1 hour ago
দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

2 hours ago
নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

2 hours ago
দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

2 hours ago
প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

2 hours ago
মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?

3 hours ago
চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

4 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

শীঘ্ৰে পাব সফলতা, মাত্ৰ পালন কৰক চাণক্যৰ শক্তিশালী মন্ত্ৰ!

4 hours ago
সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

4 hours ago
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা

editor by editor
November 17, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা
0
SHARES
993
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহুদিন ধৰি অষ্টম পে কমিছনক লৈ জল্পনা চলিছে৷ একাধিক ৰিপৰ্টে দাবী কৰিছে যে শীঘ্ৰেই কেন্দ্ৰৰ অষ্টম পে কমিছনক লৈ ডাঙৰ ঘোষণা কৰিছে কেন্দ্ৰই৷ সম্প্ৰতি অষ্টম পে কমিছন গঠনৰ দাবীত কেন্দ্ৰীয় চৰকাৰৰ সৈতে চৰকাৰী কৰ্মীসকলৰ প্ৰতিনিধি বৈঠক অনুষ্ঠিত হয়৷ যাক লৈ জল্পনা তুংগত উঠিছে৷

এই পৰিস্থিতিত নেশ্ব্যনেল কাউন্সিল অফ জয়েণ্ট কনছাল্টেটিভ মেছিনাৰিৰ সচিব শিৱ গোপাল মিশ্ৰৰ দাবী যে, ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰা উচিত৷ গোপাল মিশ্ৰৰ দাবী, এইবাৰ ফিটমেণ্ট ফেক্টৰ ২.৮৬ কৰা উচিত৷ কেন্দ্ৰীয় চৰকাৰী কৰ্মীসকলৰ নূন্যতম দৰমহা বহু পৰিমানে বৃদ্ধি পাব পাৰে৷ ১৭, ৯৯০ টকাৰ পৰা বাঢ়ি ৫১, ৪৫১ টকা হ’ব পাৰে চৰকাৰী কৰ্মীসকলৰ নূন্যতম দৰমহা৷ উল্লেখ্য যে পূৰ্বে সপ্তম দৰমহা কমিছনত ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হৈছিল৷

সপ্তম পে কমিছন গঠনৰ সময়ত ফিটমেণ্ট ফেক্টৰ বাঢ়ি ২.৫৭ হৈছিল৷ সেই সময়ত নূন্যতম দৰমহা ৭ হাজাৰ টকাৰ পৰা বাঢ়ি ১৭ হাজাৰ টকা কৰা হৈছে৷ প্ৰসংগত প্ৰতি ১০ বছৰৰ অন্তৰে অন্তৰে এই কেন্দ্ৰীয় কমিছন গঠন কৰা হয়৷ ইয়াৰপূৰ্বে ২০১৪ চনৰ ২৮ ফেব্ৰুৱাৰীত সপ্তম দৰমহা কমিছন গঠন কৰা হৈছিল৷ সেই সময়ৰ সিদ্ধান্ত ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়৷ এইবাৰ ১০ বছৰ পাছত অৰ্থাৎ ২০২৬ চনৰ জানুৱাৰীৰ পৰা অষ্টম কেন্দ্ৰীয় দৰমহা কমিছন আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে৷

সপ্তম পে কমিছন গঠনৰ সময়ত আন্তৰ্জাতিক শ্ৰম কমিছনৰ বিধি আৰু ডঃ এইক্ৰয়ডৰ ফৰ্মুলাৰ ভিত্তিত ২৬ হাজাৰ টকা মাহিলী নূন্যতম বেতনৰো দাবী জনোৱা হৈছিল যদিও তাত সন্মতি প্ৰদান কৰা নাই কমিছনে৷ মাহিলী নূন্যতম দৰমহা মাত্ৰ ১৮ হাজাৰ টকা ৰখা হৈছিল সেই সময়ত৷ সেই হিচাপ মতে অষ্টম পে কমিছনত চৰকাৰী কৰ্মীসকলৰ নূন্যতম মূল দৰমহা বা বেছিক পে ১৮ হাজাৰৰ পৰা বাঢ়ি ৩৪ হাজাৰ ৫৬০ টকা হোৱাৰ সম্ভাৱনা আছে৷ যদিও এই বিষয়ে এন ডি টিভিত দিয়া এক সাক্ষাৎকাৰত শিৱ গোপাল মিশ্ৰই কয়, ‘যিসকলে কৈছে যে নূন্যতম দৰমহা বাঢ়ি ৩৪-৩৫ হাজাৰ হ’ব পাৰে সেয়া ভিত্তিহীন৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?
জীৱনশৈলী

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

April 20, 2026
মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য
জীৱনশৈলী

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

April 20, 2026
চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস
জীৱনশৈলী

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

April 20, 2026
দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?
জীৱনশৈলী

দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

April 20, 2026
Next Post
মানুহ নাথাকিলে পৃথিৱী শাসন কৰিব এইবিধ প্ৰাণীয়ে, বিজ্ঞানীয়ে দিছে আচৰিত তথ্য

মানুহ নাথাকিলে পৃথিৱী শাসন কৰিব এইবিধ প্ৰাণীয়ে, বিজ্ঞানীয়ে দিছে আচৰিত তথ্য

আমেৰিকাৰ পৰা ভাৰত আহিবলৈ সময় লাগিব মাত্ৰ ৩০ মিনিট! দাবী এলন মাস্কৰ, কেনে হ’ব এই নতুন যাতায়াত ব্যৱস্থা?

আমেৰিকাৰ পৰা ভাৰত আহিবলৈ সময় লাগিব মাত্ৰ ৩০ মিনিট! দাবী এলন মাস্কৰ, কেনে হ’ব এই নতুন যাতায়াত ব্যৱস্থা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.