• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকাৰ পৰা ভাৰত আহিবলৈ সময় লাগিব মাত্ৰ ৩০ মিনিট! দাবী এলন মাস্কৰ, কেনে হ’ব এই নতুন যাতায়াত ব্যৱস্থা?

আমেৰিকাৰ পৰা ভাৰত আহিবলৈ সময় লাগিব মাত্ৰ ৩০ মিনিট! দাবী এলন মাস্কৰ, কেনে হ’ব এই নতুন যাতায়াত ব্যৱস্থা?

2 years ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

10 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

10 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

10 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

11 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

12 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

12 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

13 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

13 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

14 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

15 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

15 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

আমেৰিকাৰ পৰা ভাৰত আহিবলৈ সময় লাগিব মাত্ৰ ৩০ মিনিট! দাবী এলন মাস্কৰ, কেনে হ’ব এই নতুন যাতায়াত ব্যৱস্থা?

আমেৰিকাৰ পৰা ভাৰত আহিবলৈ সময় লাগিব মাত্ৰ ৩০ মিনিট, দাবী এলন মাস্কৰ, কেনে হ’ব এই নতুন যাতায়াত ব্যৱস্থা?

editor by editor
November 17, 2024
in বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
আমেৰিকাৰ পৰা ভাৰত আহিবলৈ সময় লাগিব মাত্ৰ ৩০ মিনিট! দাবী এলন মাস্কৰ, কেনে হ’ব এই নতুন যাতায়াত ব্যৱস্থা?
0
SHARES
384
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন উদ্ভাৱনী ভাৱনাক লৈ এইবাৰ বিশ্বজুৰি আলোড়ন তুলিছে এলন মাস্কে৷ সম্প্ৰতি তেওঁ এক সম্ভাৱনাৰ কথা উল্লেখ কৰিছে তাতেই মাত্ৰ ৩০ মিনিটৰ ভিতৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতত উপস্থিত হোৱা সম্ভৱ হ’ব৷ এই ভাৱনা বাস্তবায়িত হ’ব পাৰে ,স্পেছ এক্সৰ ষ্টাৰছিপ প্ৰযুক্তিৰ মাধ্যমেৰে, যিয়ে পৃথিৱীৰ যিকোনো দুই প্ৰান্তৰ মাজত অতিদ্ৰুত যাতায়াত সম্ভৱ হৈ উঠিব৷ এই প্ৰযুক্তিত ছাব অৰবিটেল মহাকাশযানৰ ব্যৱহাৰ কৰিব, যিয়ে অভাৱনীত গতিত দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হ’ব৷

মাস্কৰ এই ধাৰণা এতিয়া পৰিকল্পনাৰ প্ৰাথমিক স্তৰত আছে৷ এই যানেই বিশ্বব্যাপী ভ্ৰমণ ব্যৱস্থাৰ বিপ্লৱ ঘটাব বুলি দাবী কৰিছে এলন মাস্কে৷ দীৰ্ঘ ভ্ৰমণৰ সময়ক কমাই আনি পৃথিৱীৰ দুৰবৰ্তী অঞ্চলসমূহক পূৰ্বতকৈ বহু বেছি সংযুক্ত কৰাৰ সম্ভাৱনা আছে৷

নিৰাপত্তা, খৰচ সম্পৰ্কে এতিয়াও কোনো তথ্য অৱশ্যে প্ৰকাশ কৰা নাই৷ যদি এয়া সফল হয় তেন্তে ভ্ৰমণৰ ক্ষেত্ৰত আৰু এক নতুন যুগৰ সূচনা হ’ব৷ তেতিয়া মহাদেশীয় ভ্ৰমণ, ঘৰুৱা ফ্লাইটৰ দৰেই সহজ হৈ উঠিব৷ এই বিষয়ে এলন মাস্কে কৈছে, বিশ্বক একেলগ কৰাৰ বাবে এই কামক তেওঁ প্ৰাধান্য দিছে৷ নিজৰ প্ৰতিষ্ঠানক সেই কাম কৰাৰ বাবে আগুৱাই দিছে৷ অতি দ্ৰুতভাৱে এই সম্ভাৱনাই বাস্তৱ ৰূপ পাব৷ যেনেকৈ তেওঁ এই কাম কৰিছে সেই সপোন সোনকালেই বাস্তৱ হ’ব৷

উল্লেখ্য যে, মাস্কে মঙ্গল গ্ৰহত মানুহৰ বসতি নিৰ্মাণৰো কথা ভাৱিছে৷ তেওঁৰ মতে আগন্তুক সময়ত মানুহে মঙ্গললৈ গৈ বসতি কৰিব৷ মঙ্গলেই হ’ব মানুহৰ পৰবৰ্তী ডেষ্টিনেছন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি
জীৱনশৈলী

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
Next Post
কাইলৈ আৰ্দ্ৰা নক্ষত্ৰত সাধ্য যোগ, ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

কাইলৈ আৰ্দ্ৰা নক্ষত্ৰত সাধ্য যোগ, ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

সুবৰ্ণ সুযোগ! এইবাৰ মাধ্যমিক উত্তীৰ্ণইয়ো পাব ৰে’ল বিভাগত চাকৰি, কেনেকৈ কৰিব আবেদন?

সুবৰ্ণ সুযোগ! এইবাৰ মাধ্যমিক উত্তীৰ্ণইয়ো পাব ৰে’ল বিভাগত চাকৰি, কেনেকৈ কৰিব আবেদন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.