• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানুহ নাথাকিলে পৃথিৱী শাসন কৰিব এইবিধ প্ৰাণীয়ে, বিজ্ঞানীয়ে দিছে আচৰিত তথ্য

মানুহ নাথাকিলে পৃথিৱী শাসন কৰিব এইবিধ প্ৰাণীয়ে, বিজ্ঞানীয়ে দিছে আচৰিত তথ্য

2 years ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

12 minutes ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

41 minutes ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

1 hour ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

2 hours ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

3 hours ago
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

3 hours ago
দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

4 hours ago
এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

5 hours ago
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

6 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

অত্যাধিক মৰমে ধ্বংস কৰে সংসাৰ! এই ৫ টিপছেৰে সংগীক ৰাখক নিজৰ কাষত

7 hours ago
হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মানুহ নাথাকিলে পৃথিৱী শাসন কৰিব এইবিধ প্ৰাণীয়ে, বিজ্ঞানীয়ে দিছে আচৰিত তথ্য

মানুহ নাথাকিলে পৃথিৱী শাসন কৰিব এইবিধ প্ৰাণীয়ে, বিজ্ঞানীয়ে দিছে আচৰিত তথ্য

editor by editor
November 17, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, লেখা
0
মানুহ নাথাকিলে পৃথিৱী শাসন কৰিব এইবিধ প্ৰাণীয়ে, বিজ্ঞানীয়ে দিছে আচৰিত তথ্য
0
SHARES
398
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৃথিৱীক বয়স কিমান, পৃথিৱীৰ আয়ু কিমান এই বিষয়টোক লৈ বিজ্ঞানীয়ে পৰীক্ষা নিৰীক্ষা চলাই আছে৷ বিশ্ব উষ্ণায়নসহ একাধিক বিষয়ে পৃথিৱীক কেনেকৈ ক্ষতিগ্ৰস্থ কৰিব সেই লৈয়ো আলোচনা হৈছে৷ সম্প্ৰতি এক তথ্য কৈছে বিজ্ঞানীয়ে ইতিমধ্যেই লাভ কৰিছে এক আচৰিত তথ্যৰ৷ সেই তথ্য অনুসৰি যেতিয়া পৃথিৱীত আৰু মানুহ নাথাকিব, তেতিয়াই পৃথিৱী শাসন কৰিব কেৱল এইবিধ প্ৰাণীয়েহে৷

জলবায়ু পৰিবৰ্তন, যুদ্ধ এইসমূহৰ কাৰণে পৃথিৱীৰ ক্ষতি হৈছে৷ মানুহৰো ক্ষতি হৈছে, বাৰে বাৰে আলোচিত হৈছে এই বিষয়সমূহ৷ এই পৰিস্থিতিত বহুতেই কৈছে, পৃথিৱীত এক যুগৰ শেষ হ’লে স্বাভাৱিক নিয়মতেই আৰম্ভ হ’ব অন্য এক যুগৰ৷ কিন্তু লক্ষ্যণীয় এক যুগৰ শেষত সলনি হ’ব কেইবাটাও বিষয়৷ যিয়ে একসময়ত পৃথিৱী শাসন কৰিছে তেওঁলোকৰ বিলুপ্তি ঘটিছে৷ উদাহৰণ হিচাপে আকৌ উঠে ডায়নছৰৰ নামো৷ ডায়নছৰৰ দৰেই মানুহৰ বিলুপ্তি ঘটিলে পৃথিৱী কোনে শাসন কৰিব?

সৰ্বভাৰতীয় এক সংবাদ সংস্থাই জনাইছে যে বিজ্ঞানীসকলৰ দাবী যে এইবাৰ উঠি আহিব অক্টোপাছ৷ কিন্তু অক্টোপাছ কোন? কাৰণ বৰ্তমান সামুদ্ৰিক জীৱনৰ অন্যতম বুদ্ধিমান প্ৰাণী হিচাপে বিবেচনা কৰা হয় অক্টোপাছক৷ বিজ্ঞানীয়ে সেয়ে এই প্ৰাণীক লৈ গৱেষণা অব্যাহত ৰাখিছে৷

বিজ্ঞানীৰ দাবী, পৃথিৱীত যিদিনা মানুহ নাথাকিব তেতিয়া এই ৮ভৰিৰ প্ৰাণীয়েই জীৱক শাসন কৰিব৷ বিজ্ঞানীৰ মতে লেথাৰিকৈ হৈ থকা যুদ্ধ, জলবায়ুৰ পৰিবৰ্তনৰ কাৰণে, এই সময়ত নিজৰ বিপদ নিজেই মাতি আনিছে মানুহে৷ আৰু সেই সুযোগ ল’ব অক্টোপাছে৷ আনকি ধাৰণা কৰা হৈছে যে অক্টোপাছে পৃথিৱীৰ সকলোতকৈ সম্পদশালী, অভিযোজিত, বুদ্ধিমান প্ৰাণী৷ জটিল সমস্যাৰ সমাধান যেনেকৈ কৰিব পাৰে, তেনেকৈয়ে তৈয়াৰ কৰিব পাৰে নিৰ্ভুল ক্লোন৷ সঠিক পৰিবেশ পালে তেওঁলোকে তৈয়াৰ কৰিব নতুন এক সভ্যতা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?
জীৱনশৈলী

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

May 27, 2026
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?
অসম

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

May 27, 2026
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ
জীৱনশৈলী

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

May 27, 2026
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে
বিশ্ব

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

May 27, 2026
Next Post
আমেৰিকাৰ পৰা ভাৰত আহিবলৈ সময় লাগিব মাত্ৰ ৩০ মিনিট! দাবী এলন মাস্কৰ, কেনে হ’ব এই নতুন যাতায়াত ব্যৱস্থা?

আমেৰিকাৰ পৰা ভাৰত আহিবলৈ সময় লাগিব মাত্ৰ ৩০ মিনিট! দাবী এলন মাস্কৰ, কেনে হ’ব এই নতুন যাতায়াত ব্যৱস্থা?

কাইলৈ আৰ্দ্ৰা নক্ষত্ৰত সাধ্য যোগ, ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

কাইলৈ আৰ্দ্ৰা নক্ষত্ৰত সাধ্য যোগ, ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.