• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অ-হিন্দুৱে স্বেচ্ছাই অৱসৰ লওকঃ মুছলমানেই নহয়, কোনো অ-হিন্দু কৰ্মচাৰী নাথাকিব তীৰুপতি বালাজী মন্দিৰত!

অ-হিন্দুৱে স্বেচ্ছাই অৱসৰ লওকঃ মুছলমানেই নহয়, কোনো অ-হিন্দু কৰ্মচাৰী নাথাকিব তীৰুপতি বালাজী মন্দিৰত!

2 years ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

23 minutes ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

49 minutes ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

1 hour ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

2 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

3 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

4 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

4 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

5 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

6 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

7 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

7 hours ago
শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অ-হিন্দুৱে স্বেচ্ছাই অৱসৰ লওকঃ মুছলমানেই নহয়, কোনো অ-হিন্দু কৰ্মচাৰী নাথাকিব তীৰুপতি বালাজী মন্দিৰত!

অহিন্দুৱে স্বেচ্ছাই অৱসৰ লওকঃ মুছলমানেই নহয়, কোনো অ-হিন্দু কৰ্মচাৰী নাথাকিব তীৰুপতি বালাজী মন্দিৰত!

editor by editor
November 19, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
অ-হিন্দুৱে স্বেচ্ছাই অৱসৰ লওকঃ মুছলমানেই নহয়, কোনো অ-হিন্দু কৰ্মচাৰী নাথাকিব তীৰুপতি বালাজী মন্দিৰত!
0
SHARES
138
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি ভেঙ্কটেশ্বৰ মন্দিৰৰ কোনো কামতেই আৰু নিযুক্ত থাকিব নোৱাৰিব কোনো মুছলমান বা অন্য ধৰ্মৰ লোক৷ সোমবাৰে মন্দিৰ পৰিচালনা সমিতিয়ে তিৰুমালা তিৰুপতি দেৱস্থানমে এই প্ৰস্তাৱ পাছ কৰিছে প্ৰস্তাৱত স্পষ্টকৈ কোৱা হৈছে, মন্দিৰত অ হিন্দু যিসকল কৰ্মচাৰী আছে তেওঁলোকে স্বেচ্ছাই অৱসৰ ল’ব পাৰে অন্যথা তেওঁলোকক অন্য দফতৰলৈ বদলি কৰি দিয়া হ’ব৷

প্ৰস্তাৱ পাছ কৰোৱাক লৈ স্পষ্ট মন্তব্যও দিছে মন্দিৰ পৰিচালন সমিতিৰ চেয়াৰমেনে৷ বৰ্তমান সেই মন্দিৰত কিমানজন অহিন্দু কৰ্মচাৰী আছে সেয়া অৱশ্যে স্পষ্ট নহয়৷ এক সূত্ৰৰ দাবী যে মন্দিৰৰ দৈনন্দিন আৰু প্ৰশাসনিক কামৰ বাবে ৭হাজাৰ স্থায়ী কৰ্মচাৰী আছে৷ এই কৰ্মচাৰীসকলৰ মাজত অন্তত ৩০০ জনমান অহিন্দু৷ স্থায়ী কৰ্মীৰ বাহিৰেও এই মন্দিৰত আছে প্ৰায় ১৪ হাজাৰ অস্থায়ী কৰ্মী৷

মন্দিৰ কৰ্তৃপক্ষৰ এই সিদ্ধান্তক স্বাগত জনাইছে অধিকাংশ কৰ্মচাৰী সংগঠনেও৷ তেওঁলোকৰ মতেও এই মন্দিৰ কেৱল হিন্দুসকলৰ দ্বাৰাই পৰিচালনা হোৱা উচিত৷ ইয়াৰোপৰি পূৰ্বেও জনোৱা হৈছে যে মন্দিৰৰ পৰিচালনাৰ বাবে কেৱল হিন্দুৱেই নিয়োগ হওক৷ ইয়াৰ পূৰ্বেও বহুবাৰ অ-হিন্দু কৰ্মচাৰী নিযুক্ত হোৱাক লৈ বিতৰ্ক হৈছে৷ চন্দ্ৰবাবু নাইডু ক্ষমতালৈ অহাৰ পাছত মন্দিৰৰ বহু নিয়মৰেই সালসলনি হ’ব ধৰিছে৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…
অপৰাধ

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’
অপৰাধ

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

October 23, 2026
Next Post
আহি আছে নেকি ষ্টাৰলিংক? মাস্কৰ ৰকেটত উঠি মহাকাশলৈ ভাৰতীয় ছেটেলাইট জিছেট-২০

আহি আছে নেকি ষ্টাৰলিংক? মাস্কৰ ৰকেটত উঠি মহাকাশলৈ ভাৰতীয় ছেটেলাইট জিছেট-২০

চীনক চৰম ধাক্কা TATAৰ, TATA ই নকৰিলে চীনৰ সৈতে এই বৃহৎ চুক্তিৰ সাক্ষৰ

চীনক চৰম ধাক্কা TATAৰ, TATA ই নকৰিলে চীনৰ সৈতে এই বৃহৎ চুক্তিৰ সাক্ষৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.