• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি আছে নেকি ষ্টাৰলিংক? মাস্কৰ ৰকেটত উঠি মহাকাশলৈ ভাৰতীয় ছেটেলাইট জিছেট-২০

আহি আছে নেকি ষ্টাৰলিংক? মাস্কৰ ৰকেটত উঠি মহাকাশলৈ ভাৰতীয় ছেটেলাইট জিছেট-২০

2 years ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

26 minutes ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

1 hour ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

2 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

3 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

3 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

4 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

4 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

5 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

5 hours ago
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

6 hours ago
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

7 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

আহি আছে নেকি ষ্টাৰলিংক? মাস্কৰ ৰকেটত উঠি মহাকাশলৈ ভাৰতীয় ছেটেলাইট জিছেট-২০

আহি আছে নেকি ষ্টাৰলিংক? মাস্কৰ ৰকেটত উঠি মহাকাশলৈ ভাৰতীয় ছেটেলাইট জিছেট-২০

editor by editor
November 19, 2024
in Uncategorized, জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
আহি আছে নেকি ষ্টাৰলিংক? মাস্কৰ ৰকেটত উঠি মহাকাশলৈ ভাৰতীয় ছেটেলাইট জিছেট-২০
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপেক্ষাৰ অবসান৷ প্ৰথমবাৰ এলন মাস্কৰ স্পেছএক্সৰ ৰকেটত উঠি মহাকাশলৈ যাত্ৰা ইছৰোৰ জিছেট-২০ কৃত্ৰিম উপগ্ৰহৰ৷ সোমবাৰে মাজনিশা ফ্লোৰিডাত কেনভেৰাল স্পেছ ফৰ্ছ ষ্টেচনৰ পৰা এটি কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে৷ স্পেছ এক্সৰ ফেলকন-৯ ৰকেটৰ সহায় লৈ সফলভাৱে মহাকাশলৈ যাত্ৰা কৰিছে ইছৰোৰ অত্যাধুনিক কৃত্ৰিম উপগ্ৰহ জিছেট-২০৷ ইছৰোৰ বাণিজ্যিক শাখা নিউ স্পেছ ইণ্ডিয়া লিমিটেডৰ চেয়াৰমেন ৰাধাকৃষ্ণণ ডুবাইৰাজে জনাই যে, উৎক্ষেপণ সফল হৈছে৷ লগতে নিৰ্দিষ্ট কক্ষপথত উপস্থিত হৈছে কমিউনিকেছন ছেটেলাইট৷

জিছেট-২০ কৃত্ৰিম উপগ্ৰহ কি কামত লাগিব?

ইছৰোৱে জনাইছে যে ভাৰতৰ ইণ্টাৰনেট পৰিসেৱাক আৰু উন্নত কৰাত সহায় কৰিব কৃত্ৰিম এই উপগ্ৰহই৷ প্ৰান্তীয় গ্ৰামীণ অঞ্চলত ইণ্টাৰনেট পৰিসেৱা, মাজআকাশত বিমানৰ ভিতৰতো ইণ্টাৰনেট পৰিসেৱাৰ দৰে একাধিক সুবিধা পোৱা সম্ভৱ৷ ইয়াত আছে এটা Ka-ব্ৰেণ্ড, হাই থ্ৰুপুট কমিউনিকেছন পেলোড৷ কৃত্ৰিম উপগ্ৰহটো ১৪ বছৰ সচ্চল হৈ থাকিব৷

এই ছেটেলাইট জিএছএটি এন২ নামেৰেও পৰিচিত৷ কৃত্ৰিম উপগ্ৰহটোৰ ওজন ৪৭০০ কেঃজিঃ যি ইছৰোৰ নিজস্ব ৰকেটৰ মাধ্যমেৰে বহন কৰিবলৈ অপাৰগ৷ সেয়ে স্পেছ এক্সৰ সৈতে এই যৌথ উদ্যোগ৷ কেৱল এটা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ নহয়৷ ইছৰো আৰু স্পেছএক্সে এতিয়াৰে পৰা যৌথভাৱে কিছু মহাকাশ গৱেষণাও কৰিব৷ আন্তৰ্জাতিক মহাকাশ ষ্টেচনলৈ মহাকাশচাৰী পঠিওৱাতো সহায় কৰিব৷ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই ২০২৫ চনত ফ্লাইং লেবৰটৰিলৈ যোৱাৰ বাবে এছিয়ান স্পেছত প্ৰশিক্ষণো লৈ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ
ভাৰত

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

October 1, 2026
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি
ভাৰত

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

October 1, 2026
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
Next Post
চীনক চৰম ধাক্কা TATAৰ, TATA ই নকৰিলে চীনৰ সৈতে এই বৃহৎ চুক্তিৰ সাক্ষৰ

চীনক চৰম ধাক্কা TATAৰ, TATA ই নকৰিলে চীনৰ সৈতে এই বৃহৎ চুক্তিৰ সাক্ষৰ

গৌৰী যোগৰ সৈতে দিনজুৰি শুক্লা যোগ, সৌভাগ্য চমকি উঠিব ৫ৰাশিৰ

গৌৰী যোগৰ সৈতে দিনজুৰি শুক্লা যোগ, সৌভাগ্য চমকি উঠিব ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.