• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৫ নিহত, ১৫ৰো অধিক আহত

অতিকে শোকাৱহ, বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৫ নিহত, ১৫ৰো অধিক আহত

2 years ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

5 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

5 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

5 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

6 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

7 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

8 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

9 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

10 hours ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

11 hours ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে শোকাৱহ, বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৫ নিহত, ১৫ৰো অধিক আহত

editor by editor
November 21, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অতিকে শোকাৱহ, বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৫ নিহত, ১৫ৰো অধিক আহত
0
SHARES
150
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৫ নিহত, ১৫ৰো অধিক আহত

উত্তৰ প্ৰদেশৰ আলিগড় জিলাত সংঘটিত হৈছে এক এক অতিকে শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৫ জনতকৈ অধিক লোক আহত হৈছে। আহতসকলক বৰ্তমানে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

তথ্য অনুসৰি বুধবাৰে পুৱা প্ৰায় ১ মান বজাত আলিগড়ৰ টাপ্পাল থানা এলেকাৰ যমুনা এক্সপ্ৰেছৱেত এখন ট্ৰাক আৰু এখন ডাবল ডেকাৰ বাছৰ মাজত প্ৰচণ্ড জোৰে সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত ৫জন যাত্ৰীৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে অন্য ১৫জন যাত্ৰী আহত হয়।

তথ্য লাভ কৰা হৈছে যে প্ৰতাপগড়ৰ কৃষ্ণ ট্ৰেভেলছৰ ডাবল ডেকাৰ বাছখন দিল্লীৰ পৰা আজমগড় আৰু মৌলৈ গৈ আছিল। বাছখন যমুনা এক্সপ্ৰেছৱেৰ ৫৬ নম্বৰ পইণ্টত উপস্থিত হোৱাৰ লগে লগে পিছফালৰ পৰা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

যি দুৰ্ঘটনাৰ ফলত বাছখন বহু দূৰৈত চিটিকি পৰে। এই দুৰ্ঘটনাত ৫জন যাত্ৰীৰ মৃত্যু হয়। আনহাতে ১৫ জন যাত্ৰী আহত হয়। আহতক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ ভিতৰত আছে ২৫ বছৰীয়া এগৰাকী মহিলা, তেখেতৰ পাঁচ মহীয়া পুত্ৰ, প্ৰতাপগড়ৰ তিনিজন লোক। নিহতসকলৰ ভিতৰত আছে এগৰাকী মহিলা, তিনিজন পুৰুষ আৰু এটা নিৰীহ শিশু।

জানিব পৰা মতে এক্সপ্ৰেছৱেত বাছখন তীব্ৰ বেগেৰে গতি কৰি আছিল। হঠাৎ চালকজনে বাছখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাই। ট্ৰাকখনৰ সৈতে খুন্দা মৰাৰ ফলত বাছখনৰ সন্মুখৰ অংশটো বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ পিছতে বাছখনত আবদ্ধ হৈ থকা লোকসকলক খিৰিকী ভাঙি বাহিৰলৈ উলিয়াই অনা হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত আটাইকেইজন যাত্ৰী গভীৰ টোপনিত আছিল। সন্মুখৰ আসনত বহি থকা লোকসকলৰ থিতাতে মৃত্যু হয়। অৱশ্যে পিছফালে বহি থকা লোক কোনো অধিক আহত হোৱাৰ লগতে কোনো কোনো লোক সামান্য পৰিমানে আহত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentroad accidentUP Road Acidentuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

August 29, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

August 29, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

August 29, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

August 29, 2026
Next Post
২০০ কোটি টকাৰ প্ৰৱঞ্চনা কৰিও গ্ৰেপ্তাৰ নহয় আদানী, শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী ৰাহুল গান্ধীৰ

২০০ কোটি টকাৰ প্ৰৱঞ্চনা কৰিও গ্ৰেপ্তাৰ নহয় আদানী, শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী ৰাহুল গান্ধীৰ

বছৰৰ শেষৰটো গুৰু পূষ্য যোগ, ৩ ৰাশিৰ জিলিকি উঠিব ভাগ্য

বছৰৰ শেষৰটো গুৰু পূষ্য যোগ, ৩ ৰাশিৰ জিলিকি উঠিব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.