• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতি মাহে পাব ২০ হাজাৰতকৈয়ো বেছি ধন, জানি থওক প’ষ্ট অফিচৰ এই স্কিম কি?

প্ৰতি মাহে পাব ২০ হাজাৰতকৈয়ো বেছি ধন, জানি থওক প’ষ্ট অফিচৰ এই স্কিম কি?

1 year ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

3 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

3 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

4 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

5 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

5 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

6 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

6 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

7 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

8 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

9 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰতি মাহে পাব ২০ হাজাৰতকৈয়ো বেছি ধন, জানি থওক প’ষ্ট অফিচৰ এই স্কিম কি?

প্ৰতি মাহে পাব ২০ হাজাৰতকৈয়ো বেছি ধন, জানি থওক প’ষ্ট অফিচৰ এই স্কিম কি?

editor by editor
November 22, 2024
in জীৱনশৈলী, ভাৰত
0
প্ৰতি মাহে পাব ২০ হাজাৰতকৈয়ো বেছি ধন, জানি থওক প’ষ্ট অফিচৰ এই স্কিম কি?
0
SHARES
439
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ ধন সকলোৱে হাতত বিচাৰে৷ দৰমহাৰ নথকা লোকে এনেকৈ ধন পালে চলি থকাতো সুবিধা হয়৷ পষ্ট অফিচতেই আছে এনে এক স্কিম য’ত প্ৰতিমাহে ভাল ৰিটাৰ্ণ পোৱা যায়৷ প’ষ্ট অফিচৰ ছিনিয়ৰ চিটিজেন স্কিম তেনে এক প্ৰকল্প যাৰ মাধ্যমেৰে আপুনি মনৰ ইচ্ছা পূৰণ কৰিব পাৰে৷ প্ৰতিজন ভাৰতীয়ই এই স্কিমৰ সুবিধা ল’ব পাৰে৷

এই স্কিমত আপুনি প্ৰতিমাহে পাব ২০হাজাৰ ৫০০ টকা৷ ইয়াত সুদৰ হাৰ হৈছে ৮.২শতাংশ৷ যিকোন চৰকাৰী স্কিমৰ তুলনাত এই সুদৰ হাৰ সকলোতকৈ বেছি৷ যদি আপুনি এতিয়া ৩০ লাখ টকা বিনিয়োগ কৰিছে তেন্তে আপুনি বছৰি ২লাখ ৪৬ হাজাৰ টকা সুদ হিচাপে পাব৷ ইয়াৰপাছতেই আপুনি প্ৰতিমাহে ২০ হাজাৰ ৫০০ টকা পাব পাৰে৷

ইয়াত প্ৰথমে সৰ্বোচ্চ বিনিয়োগ ১৫ লাখ টকা৷ আৰু সেই টকাৰ পৰিমান বৰ্তমান বঢ়াই ৩০ লাখ কৰা হৈছে৷ এই ধন মেচিউৰ হ’ব ৫বছৰত৷ ইয়াৰপাছতেই আপুনি আৰু ৩ বছৰ ধৰি ইয়াক টানি নিব পাৰে৷ যিসকলৰ বয়স ৬০ বছৰ তেওঁলোকেহে এই ধন বিনিয়োগ কৰিব পাৰে৷ যিসকলে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈছে তেওঁলোকে ৫৫বছৰৰ পাছত এই সুবিধা ল’ব পাৰে৷

ভাৰতৰ সকলো পষ্ট অফিচতেই এই স্কিম আছে৷ ইয়াতেই আয়কৰ অনুসৰি সকলো ধৰণৰ কৰ কটা হয়৷ এই ধৰণৰ প্ৰকল্পত বিনিয়োগ কৰাৰ পূৰ্বেই আপুনি সমস্ত নিয়ম জানি লওক৷ তাৰপিছতহে ইচ্ছানুসৰি বিনিয়োগ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!
জীৱনশৈলী

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

April 9, 2026
Next Post
ডুবাইগামী বিমান যাত্ৰীসকলৰ বাবে আহিল নতুন নিয়ম, নজনাকৈ বিমানত উঠিলেই বিপদ আপোনাৰ

ডুবাইগামী বিমান যাত্ৰীসকলৰ বাবে আহিল নতুন নিয়ম, নজনাকৈ বিমানত উঠিলেই বিপদ আপোনাৰ

কমবয়সীয়াসকলৰ মাজত বাঢ়িছে কলনৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

কমবয়সীয়াসকলৰ মাজত বাঢ়িছে কলনৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.