• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ভাৰতীয় দলৰ হৈ কোনে কৰিব অপেনিং, ৰোহিত শৰ্মাই কৰিলে সদৰি

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ভাৰতীয় দলৰ হৈ কোনে কৰিব অপেনিং, ৰোহিত শৰ্মাই কৰিলে সদৰি

2 years ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

38 minutes ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

1 hour ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

1 hour ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

2 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

3 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

4 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

5 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

6 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

19 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

20 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

20 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ভাৰতীয় দলৰ হৈ কোনে কৰিব অপেনিং, ৰোহিত শৰ্মাই কৰিলে সদৰি

editor by editor
December 5, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ভাৰতীয় দলৰ হৈ কোনে কৰিব অপেনিং, ৰোহিত শৰ্মাই কৰিলে সদৰি
0
SHARES
253
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ভাৰতীয় দলৰ হৈ কোনে কৰিব অপেনিং, ৰোহিত শৰ্মাই কৰিলে সদৰি

ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই দ্বিতীয়খন টেষ্ট মেচৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কয় যে তেওঁ কেৱল মিডল অৰ্ডাৰতহে বেটিং কৰিব। লগতে ইয়াকো কয় যে, দ্বিতীয়খন টেষ্টত কে এল ৰাহুল আৰু যশস্বী জয়ছৱালে ভাৰতৰ হৈ বেটিং মুকলি কৰিব। উল্লেখ্য যে, পাৰ্থ টেষ্ট মেচত অ’পেনিং বেটছমেন হিচাপে ৰাহুলে ভাল প্ৰদৰ্শন আগবঢ়াইছিল।

ৰোহিতে কয়, ‘কে এল ৰাহুলে ইনিংছ মুকলি কৰিব আৰু মই মিডল অৰ্ডাৰত বেটিং কৰিম। কে এলৰ বেটিং কৰাৰ ধৰণ ভল। কোনো পৰিৱৰ্তনৰ প্ৰয়োজন নাই বুলি মই ভাবো। ভৱিষ্যতে কথাবোৰ বেলেগ হ’ব পাৰে। কিন্তু ৰাহুলে বিদেশী পিটচত যিদৰে বেটিং কৰে, এই সময়ত তেওঁ সেই স্থানৰ যোগ্য।”

যদি ৰাহুলে অ’পেন কৰে তেন্তে ৰোহিত শৰ্মাই পাঁচ আৰু ছয় নম্বৰত বেটিং কৰিব পাৰে। এই ভূমিকা তেওঁৰ বাবে নতুন নহয়। ৬ নম্বৰ স্থানত তেওঁৰ প্ৰদৰ্শনো অতি উত্তম। ছয় নম্বৰত বেটিং কৰি ৰোহিত শৰ্মাই গড়ে ৫৪.৫৭ ৰান কৰি ১০৩৭ ৰান সংগ্ৰহ কৰিছে, য’ত তিনিটা শতক আৰু ছয় পঞ্চাশক অন্তৰ্ভুক্ত কৰা হৈছে।

ৰোহিত শৰ্মাই ২০১৯ চনৰ পৰা মুকলি কৰিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত তেওঁ ৬৪ ইনিংছত ৯ শতকৰে ২৬৮৫ ৰান সংগ্ৰহ কৰে। বৰ্তমান তেওঁ ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Vs uAustraliaIndian Australia TestIndian CricketIndian Openerrohit sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?
বিশ্ব

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

August 28, 2026
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?
জীৱনশৈলী

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

August 28, 2026
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!
বিশ্ব

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

August 28, 2026
Next Post
৪১ দিনলৈ ৩ ৰাশিৰ ওপৰত বিশেষ কৃপা কৰিব সূৰ্যই, নাইকিয়া হ’ব সকলো সমস্যা

৪১ দিনলৈ ৩ ৰাশিৰ ওপৰত বিশেষ কৃপা কৰিব সূৰ্যই, নাইকিয়া হ'ব সকলো সমস্যা

২০২৪ৰ অন্ত পৰাৰ দিশে, কোন শীৰ্ষ ৫ ভাৰত কন্যাই সমগ্ৰ বিশ্বতে নাম কৰিলে দেশৰ

২০২৪ৰ অন্ত পৰাৰ দিশে, কোন শীৰ্ষ ৫ ভাৰত কন্যাই সমগ্ৰ বিশ্বতে নাম কৰিলে দেশৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.