• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশত কেনেকৈ পানী খায় সুনীতা উইলিয়ামছে? ভিডিঅ’যোগে কি দেখুৱালে সুনীতাই?

মহাকাশত কেনেকৈ পানী খায় সুনীতা উইলিয়ামছে? ভিডিঅ’যোগে কি দেখুৱালে সুনীতাই?

2 years ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

23 minutes ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

1 hour ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

2 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

15 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

15 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

16 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

16 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

17 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

18 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

18 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

19 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকাশত কেনেকৈ পানী খায় সুনীতা উইলিয়ামছে? ভিডিঅ’যোগে কি দেখুৱালে সুনীতাই?

মহাকাশত কেনেকৈ পানী খায় সুনীতা উইলিয়ামছে? ভিডিঅ’যোগে কি দেখুৱালে সুনীতাই?

editor by editor
December 10, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
মহাকাশত কেনেকৈ পানী খায় সুনীতা উইলিয়ামছে? ভিডিঅ’যোগে কি দেখুৱালে সুনীতাই?
0
SHARES
170
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাকাশচাৰী সুনীতা উইলিয়ামছে সম্প্ৰতি মেছাচুটেছৰ নীধামত অৱস্থিত সুনীতা উইলিয়ামছ এলিমেণ্টাৰী স্কুলৰ ছাত্ৰসকলৰ সৈতে এক অত্যন্ত আকৰ্ষণীয় ভাৰ্ছুৱেল মিটিং কৰিছে৷ সেই অনুষ্ঠানত তৰুণ দৰ্শকসকলৰ মাজত উৎসাহ তৈয়াৰ কৰা আৰু আন্তৰ্জাতিক মহাকাশ ষ্টেচনত মহাকাশচাৰীসকলৰ জীৱন আৰু মহাকাশত মহাকাশচাৰীসকলে সন্মুখীন হোৱা অন্যান্য চেলেঞ্জসমূহ সম্পৰ্কে দিছে এক ভাষণ৷

ইণ্টাৰএকটিভ চেছনৰ সময়ত উইলিয়ামছে দাঙি ধৰিছে নিজা অভিজ্ঞতা৷ একাধিক মহাকাশ অভিযানত অংশগ্ৰহণ কৰা উইলিয়ামছে মহাকাশত তৰল পান কৰাৰ চেলেঞ্জ প্ৰদৰ্শন কৰিছে৷ মাইক্ৰগ্ৰেভিটি পৰিবেশত তৰল পদাৰ্থই ভিন্ন আচৰণ কৰে আৰু মহাকাশচাৰীসকলে তৰল পান কৰাৰ বাবে বিশেষ পদ্ধতি মানি চলিব লগা হয়৷ উইলিয়ামছে বাখ্যা কৰিছে কেনেকৈ বিশেষ পাউছ ব্যৱহাৰ কৰা হয় যাতে শূন্য মধ্যাকৰ্ষণত তৰল পদাৰ্থ ভাহিব নোৱালে আৰু সেয়া পান কৰিব পাৰি৷

ভাৰ্ছুৱেল এই ইভেণ্টত ছাত্ৰসকলক উইলিয়ামছক প্ৰশ্ন কৰাৰ সুযোগ দিয়া হয়৷ যি এক বিৰল সুযোগ৷ বৰ্তমানো মহাকাশতেই আছে সুনীতা উইলিয়ামছ৷ ২০২৫ চনত তেওঁ এটা ডাঙৰ মাইলফলক অৰ্জনৰ বাবে প্ৰস্তুতি চলাই আছে৷ মিছনৰ পূৰ্বে তেওঁ তেওঁৰ স্পেছছুটৰ বিস্তাৰিত পঢ়াশুনাও কৰিছে৷ যাতে তেওঁৰ লাইফ চাপৰ্ট চিষ্টেসমূহ সঠিক অৱস্থাত থাকে আৰু স্পেছৱাকৰ বাবে প্ৰয়োজনীয় সৰঞ্জামসমূহে সঠিকভাৱে কাম কৰিব পাৰে৷

মহাকাশত তেওঁ বৈজ্ঞানিক গৱেষণাও চলাই গৈছে৷ স্পেছ এক্সৰ ড্ৰেগন স্পেছক্ৰাফ্টৰ জৰিয়তে পৃথিৱীলৈ আহিবলৈ বিলম্ব হ’লেও উইলিয়ামছ আৰু তেওঁৰ দলে মহাকাশ গৱেষণা চলাই যাব বুলিও জনাইছে নাছাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

July 5, 2026
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম
জীৱনশৈলী

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

July 5, 2026
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Next Post
এইবাৰ ঘৰে ঘৰে লাখপতি থাকিব, কি নতুন প্ৰকল্প আৰম্ভ কৰিছে SBIয়ে?

এইবাৰ ঘৰে ঘৰে লাখপতি থাকিব, কি নতুন প্ৰকল্প আৰম্ভ কৰিছে SBIয়ে?

নতুন বছৰত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে, কি কৈছে ভৱিষ্যদ্ৰষ্টাই?

নতুন বছৰত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে, কি কৈছে ভৱিষ্যদ্ৰষ্টাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.