• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুতলৈ টকা দিয়ে নেকি, সাৱধান! অন্যথা হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জেল

সুতলৈ টকা দিয়ে নেকি, সাৱধান! অন্যথা হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জেল

2 years ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

5 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

6 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

6 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

7 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

8 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

9 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

9 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

10 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

10 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

12 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

12 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সুতলৈ টকা দিয়ে নেকি, সাৱধান! অন্যথা হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জেল

editor by editor
December 20, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
সুতলৈ টকা দিয়ে নেকি, সাৱধান! অন্যথা হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জেল
0
SHARES
860
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুতলৈ টকা দিয়ে নেকি, সাৱধান! অন্যথা হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জেল

সুতলৈ বুলি টকা দিওতা সকল এতিয়া সৱধান হোৱাৰ সময়। যদিহে সুতত কাৰোবাক আপোনাৰ জমা ধন দিয়ে, তেন্তে হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জেল, লগতে ১ কোটি টকা পৰ্যন্ত জৰিমনা।

এতিয়াৰ পৰা নিয়ম বহিৰ্ভুত ঋণ প্ৰদান ব্যৱস্থা ৰোধ কৰিবলৈ চৰকাৰে কঠোৰ আইন অনাৰ ব্যৱস্থা কৰিছে। ইয়াৰ খচৰাও দাখিল কৰা হৈছে আৰু অতি সোনকালে ইয়াৰ ওপৰত আইন প্ৰণয়ন কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে অনিয়ন্ত্ৰিত ঋণ প্ৰদান ৰোধ কৰাৰ লগতে উলংঘাকাৰীক আৰ্থিক শাস্তিৰ উপৰিও ১০ বছৰ পৰ্যন্ত শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিছে।

২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত BULA (Ban on Unregulated Lending Activities) শীৰ্ষক বিধেয়কখনৰ খচৰাৰ ওপৰত অংশীদাৰসকলক মতামত দাখিল কৰিবলৈ কোৱা হৈছে।

এই প্ৰস্তাৱিত বিধেয়কখনে ভাৰতীয় ৰিজাৰ্ভ বেংক বা অন্যান্য নিয়ন্ত্ৰকৰ অনুমোদন নথকা আৰু আন কোনো আইনৰ অধীনত পঞ্জীয়ন নোহোৱা সকলো ব্যক্তি বা সত্তাক ৰাজহুৱা ঋণৰ ব্যৱসায়ত নিষেধাজ্ঞা আৰোপ কৰিব বিচাৰিছে। খচৰা বিধেয়কখনে ‘অ-নিয়ন্ত্ৰিত ঋণ কাৰ্য্যকলাপ’ক এনে ঋণ হিচাপে সংজ্ঞায়িত কৰিছে যিবোৰ নিয়ন্ত্ৰিত ঋণ প্ৰদানৰ পৰিসৰৰ ভিতৰত নপৰে, সেয়া ডিজিটেলভাৱে হওক বা অন্য উপায়েৰে হওক।

খচৰাখনত আত্মীয়ৰ পৰা ঋণ লোৱাৰ বাহিৰে আন যিকোনো অনিয়ন্ত্ৰিত ঋণ প্ৰদানৰ কাৰ্য্যকলাপ নিষিদ্ধ কৰাৰ লগতে ঋণ লোৱাসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে এক ব্যাপক ব্যৱস্থা গঢ়ি তোলাৰ আহ্বান জনোৱা হৈছে। ইয়াৰ উপৰিও কোৱা হৈছে যে যদি কোনো ঋণদাতাই এই আইন উলংঘা কৰি ঋণ দিয়ে, সেয়া ডিজিটেলভাৱে হওক বা আন কোনো উপায়েৰে হওক, তেন্তে তেওঁক নূন্যতম দুবছৰৰ শাস্তি দিয়া হ’ব যিটো সাত বছৰলৈকে বৃদ্ধি কৰিব পাৰি। ইয়াৰ উপৰিও তেওঁৰ ওপৰত ২ লাখৰ পৰা ১ কোটি টকালৈকে জৰিমনাও আৰোপ কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Money SchemeNew Rulerbireserve bank of india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…
অপৰাধ

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
Next Post
ৰেকৰ্ড গঢ়িবলৈ গৈ আছে অ’লা স্কুটাৰে, কৰিব এই বিশেষ কাম

ৰেকৰ্ড গঢ়িবলৈ গৈ আছে অ'লা স্কুটাৰে, কৰিব এই বিশেষ কাম

খ্ৰীষ্টমাছৰ পূৰ্বে সাৱধান, নাছাই কৰিলে সদৰি- পৃথিৱীৰ দিশে আহি আছে সংকট !

খ্ৰীষ্টমাছৰ পূৰ্বে সাৱধান, নাছাই কৰিলে সদৰি- পৃথিৱীৰ দিশে আহি আছে সংকট !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.