• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ সপোনৰ প্ৰজেক্ট নতুন NANO’ৰ?

নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ সপোনৰ প্ৰজেক্ট নতুন NANO’ৰ?

2 years ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

9 minutes ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

44 minutes ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

14 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

14 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

14 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

15 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

16 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

16 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

17 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

18 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

19 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ সপোনৰ প্ৰজেক্ট নতুন NANO’ৰ?

নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ সপোনৰ প্ৰজেক্ট নতুন NANO’ৰ?

editor by editor
December 27, 2024
in প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ সপোনৰ প্ৰজেক্ট নতুন NANO’ৰ?
0
SHARES
438
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ৰতন টাটাৰ সপোনৰ প্ৰকল্প আছিল টাটা নেনো গাড়ী৷ যদিও বজাৰলৈ অহাৰ পাছতেই এই বাহনে বিশেষ ছাপ বহুৱাব নোৱাৰিলে সেয়ে ধীৰে ধীৰে নেনো গাড়ীৰ উৎপাদন কমাই দিয়ে টাটাই৷ নেনো গাড়ী বন্ধ হ’লেও সেই বাহনক নতুনকৈ কিবা এটা কৰাৰ পৰিকল্পনা হাতত ৰাখিছিল প্ৰয়াত ৰতন টাটাই৷ তেওঁৰ সেই ইচ্ছাক পূৰ্ণতা দিয়েই শীঘ্ৰেই নতুন অৱতাৰেৰে বজাৰলৈ আহিব পাৰে নেনো বাহন৷ পেট্ৰল, ডিজেল নহয়৷ এইবাৰ এই বাহন চলিব বিদ্যুতেৰে৷ টাটা নেনোই যেতিয়া প্ৰথমবাৰ বজাৰলৈ আহিছিল তেতিয়া এই বাহনৰ মূল আকৰ্ষণ আছিল নেনোৰ দাম৷ এক লাখ আছিল বাহনখনৰ দাম৷ এই একলাখ টকীয়া বাহন বুলিয়েই পৰিচয়ো গঢ়িছিল নেনোই৷ অৱশ্যে নেনোৰ উন্নত মডেলসমূহৰ দাম এক লাখতকৈ বেছি পৰিব৷

সকলো ঠিকেঠাকে চলিলে ২০২৬ চনৰ পূৰ্বেই নেনোৰ ইলেক্ট্ৰিক ভেৰিয়েণ্ট বজাৰলৈ আহিব পাৰে৷ অৱশ্যে এই সম্পৰ্কে টাটাৰ সংস্থাৰ পৰা চৰকাৰীভাৱে একো জনোৱা হোৱা নাই৷ যিহেতু বিদ্যুৎ চালিব বাহন হিচাপে আত্মপ্ৰকাশ কৰিব নেনোই গতিকে এইবাৰ ইয়াৰ দামো পূৰ্বৰ তুলনাত বেছি হ’ব৷ বিভিন্ন সংবাদমাধ্যমৰ ৰিপৰ্ট অনুসৰি এইবাৰ নেনোৰ দাম হ’ব পাৰে ৫ৰ পৰা ৬লাখৰ ভিতৰত৷ বিদ্যুৎচালিত বাহন হিচাপে এই দাম অৱশ্যে বহু সস্তা বুলিও জনাইছে বিশেষজ্ঞই৷

এবাৰ চাৰ্জ দিলেই নতুন এই নেনোয়ে ১৭০ৰ পৰা ২০০ কিঃমিঃ পৰ্যন্ত চলিব পাৰিব বুলি দাবী কৰা হৈছে৷ চহৰাঞ্চলৰ ভিৰ আৰু যানজটৰ মাজত সৰু বাহন হিচাপে নেনো চলোৱাটো যথেষ্ট সুবিধাজনকো হ’ব৷ পাৰ্কিং কৰাও অন্য বাহনৰ তুলনাত সহজ হ’ব৷ নেনোৰ ৰূপ অৱশ্যে পূৰ্বতকৈ বিশেষ সলনি কৰা নহয়৷ ফলত প্ৰথমবাৰৰ তুলনাত নতুন অৱতাৰৰ নেনো ক্ৰেতাসকলৰ ওচৰত বহু আকৰ্ষণীয় হৈ উঠিব পাৰে বুলিও ধাৰণা কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

July 4, 2026
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

July 4, 2026
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?
বিশ্ব

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

July 4, 2026
Next Post
১১ ঘণ্টীয় বাইপাছ ছাৰ্জাৰি, জ্ঞান অহাৰ পাছত প্ৰথমে কি কৈছিল মনমোহন সিঙে?

১১ ঘণ্টীয় বাইপাছ ছাৰ্জাৰি, জ্ঞান অহাৰ পাছত প্ৰথমে কি কৈছিল মনমোহন সিঙে?

অপেক্ষাৰ অন্ত! কন্যাক লৈ বৰষাই জনালে বিশেষ খবৰ

অপেক্ষাৰ অন্ত! কন্যাক লৈ বৰষাই জনালে বিশেষ খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.