• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক সপ্তাহত ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ, সকলো কামতে সফলতা লাভ কৰিব এই ৫ৰাশিয়ে

আগন্তুক সপ্তাহত ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ, সকলো কামতে সফলতা লাভ কৰিব এই ৫ৰাশিয়ে

1 year ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

42 minutes ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

2 hours ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

2 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

16 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

16 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

17 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

17 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

18 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

20 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

21 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

22 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক সপ্তাহত ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ, সকলো কামতে সফলতা লাভ কৰিব এই ৫ৰাশিয়ে

আগন্তুক সপ্তাহত ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ, সকলো কামতে সফলতা লাভ কৰিব এই ৫ৰাশিয়ে

editor by editor
January 25, 2025
in জীৱনশৈলী, ভাৰত
0
আগন্তুক সপ্তাহত ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ, সকলো কামতে সফলতা লাভ কৰিব এই ৫ৰাশিয়ে
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰে ২৭ জানুৱাৰীৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে, সেই সপ্তাহতেই মকৰ ৰাশিত ত্ৰিগ্ৰহী যোগ গঠিত হ’ব৷ নতুন সপ্তাহত মকৰ ৰাশিত মিলিত হ’ব সূৰ্য, চন্দ্ৰ আৰু বুধ৷ ইয়াৰ ফলত বুধাদিত্য যোগৰ ওপৰিও মকৰ ৰাশিত থাকিব ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ৷ কৰ্কট ৰাশিত গোচৰ কৰিব মঙ্গলে৷ এই শুভ যোগৰ প্ৰভাৱত ২৭ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীৰ মাজত এই সপ্তাহত সৌভাগ্য লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক আগন্তুক সপ্তাহত সকলোতকৈ সৌভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

২৭ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীৰ মাজত এই সপ্তাহত আৰ্থিকভাৱে দুৰ্দান্ত লাভ কৰাৰ যোগ আছে কুম্ভ, মেষ ৰাশিৰ জাতকৰ৷ সপ্তাহৰ আৰম্ভণিতে অতিৰিক্ত উপাৰ্জন হ’ব পাৰে৷ এই সময়ত আৰ্থিক পৰিস্থিতি ভালে থাকিব৷ সপ্তাহৰ আৰম্ভণিতে কৰোবালৈ যাত্ৰা কৰিব পাৰে৷ এই যাত্ৰা আপোনাৰ বাবে লাভজনক হ’ব৷ অফিচত চিনিয়ৰ আৰু জুনিয়ৰসকলৰ সমৰ্থন পাব৷

মিথুন ৰাশি

২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই সপ্তাহত সকলো কামতে সৌভাগ্য লাভ কৰিব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি বিনিয়োগৰ পৰা মোটা টকা লাভ কৰিব পাৰে৷ নতুন বিনিয়োগৰ বাবে এই সময় শুভ৷ শুভাকাংক্ষীৰ পৰামৰ্শ লৈ বিনিয়োগ কৰক৷ কাৰোৰে সৈতে ৰূঢ় ব্যৱহাৰ নকৰিব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাব৷

কন্যা ৰাশি

জানুৱাৰীৰ শেষ আৰু ফেব্ৰুৱাৰীৰ আৰম্ভণিতে এই সপ্তাহত ভাগ্যক কাষত পাব কন্যা ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ মাজত প্ৰচুৰ এনাৰ্জি আৰু আত্মবিশ্বাস থাকিব৷ সকলো কাম সময়মতে সম্পন্ন কৰিব পাৰিব৷ ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে বৃহৎ পদ আৰু প্ৰতিষ্ঠা পাব পাৰে৷ সন্তানৰ বিষয়ে কোনো ভাল খবৰ পাব পাৰে৷ স্বাস্থ্য ভালে থাকিব৷

ধনু ৰাশি

নতুন সপ্তাহত সৌভাগ্য আৰু সুখ আহিব ধনু ৰাশিৰ জাতকলৈ৷ এই সময়ত আপুনি সকলো কামতে সৌভাগ্যক কাষত পাব৷ সপ্তাহৰ আৰম্ভণিতেই কোনো সুখবৰ পাব পাৰে৷ জ্ঞান আৰু বুদ্ধি কামত লগাই বৃহৎ সাফল্য পাব পাৰে সিংহ ৰাশিৰ জাতকে৷ দীৰ্ঘদিনৰ কোনো সমস্যাৰ পৰা এই সময়ত মুক্তি পাব পাৰে৷ উপাৰ্জনৰ নতুন পথ পাব৷

বৃশ্চিক ৰাশি

আগন্তুক সপ্তাহ অত্যন্ত লাভজনক হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ কেৰিয়াৰ আৰু পঢ়াশুনা সংক্ৰান্তিয় কোনো ভাল খবৰ আপুনি পাব পাৰে৷ যিসকলে চাকৰি পৰিবৰ্তন কৰিব খুজিছে তেওঁলোক ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ সপ্তাহৰ আৰম্ভণিতে ধৰ্মীয় কামত অংশ লোৱাৰ সুযোগ পাব৷ অফিচত ছিনিয়ৰে কামৰ প্ৰশংসা কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা
স্বাস্থ্য

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

June 11, 2026
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি
বিশ্ব

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

June 11, 2026
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
Next Post
এটাৰ পাছত এটা ভৱিষ্যদ্বাণীয়ে কঁপাইছে বিশ্ব! নষ্ট্ৰাডামূছ, বাবা ভাংগাৰ দৰেই মিলিছে ভৱিষ্যদ্বাণী, ২০২৫ক লৈ কি কৈছে ৩৮ বছৰীয়া এইগৰাকী নিকোলাছে?

এটাৰ পাছত এটা ভৱিষ্যদ্বাণীয়ে কঁপাইছে বিশ্ব! নষ্ট্ৰাডামূছ, বাবা ভাংগাৰ দৰেই মিলিছে ভৱিষ্যদ্বাণী, ২০২৫ক লৈ কি কৈছে ৩৮ বছৰীয়া এইগৰাকী নিকোলাছে?

শুক্ৰাণু বাঢ়িব অভাৱনীয় হাৰত! দৈনিক এটাকৈ খালেই আপুনিও হৈ থাকিব ফিট

শুক্ৰাণু বাঢ়িব অভাৱনীয় হাৰত! দৈনিক এটাকৈ খালেই আপুনিও হৈ থাকিব ফিট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.