• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

2 years ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

12 minutes ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

35 minutes ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

56 minutes ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

2 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

3 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

3 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

5 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

17 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

17 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

18 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

18 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

editor by editor
January 31, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষৰ মতে গ্ৰহ আৰু ৰাশিৰ এক বিশেষ সম্পৰ্ক আছে। ২০২৫ চনত বহু ডাঙৰ ডাঙৰ গ্ৰহই স্থান পৰিবৰ্তন কৰিব। মিথুন ৰাশিত মঙল গ্ৰহই অৱস্থান কৰিব। ২০২৫ চনৰ জানুৱাৰী মাহৰ আৰম্ভণিতে মংগল গ্ৰহই বিপৰীত দিশত গতি কৰিব। মিথুন ৰাশিত মংগল গ্ৰহই ওলোটাকৈ গতি কৰিব। ইয়াৰ প্ৰভাৱ ৩ ৰাশিৰ বাবে শুভ হ’ব৷ মংগলৰ এই বিপৰীত দিশৰ গতিয়ে কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ ধন সুখ আনিব৷ নতুন বছৰত কোন ৩টা ৰাশিৰ ভাগ্যোদয় হ’ব? জানক সবিশেষ৷

মেষ ৰাশি

মিথুন ৰাশিত মংগলৰ বিপৰীতমুখী গতি মেষ ৰাশিৰ বাবে উপকাৰী হ’ব। জীৱনত বহু ধৰণৰ সুখ আহিব পাৰে। চিংগল সকলে সম্পৰ্কত বান্ধ খাব পাৰে। এই বছৰটো আপোনাৰ বাবে ভাল হ’ব। প্ৰেমত সফলতা লাভ কৰিব পাৰিব। পৰিয়ালত সুখৰ পৰিবেশ গঢ়ি উঠিব। আয় বৃদ্ধিৰ সম্ভাৱনা থাকিব। কৰ্মত নিয়োজিত লোক আৰু ব্যৱসায়ীসকলৰ বাবে সময় ভাল হ’ব।

সিংহ ৰাশি

মংগলৰ বিপৰীতমুখী গতি সিংহ ৰাশিৰ বাবে ভাল হ’ব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। খৰখেদাকৈ কোনো সিদ্ধান্ত ল’ব নালাগে, তেনে কৰিলে ক্ষতি হ’ব পাৰে। চিন্তাশীলভাৱে কৰা কামে সফলতা কঢ়িয়াই আনিব। ব্যৱসায়ত অগ্ৰগতি হ’ব পাৰে। বহিঃৰাজ্য ভ্ৰমণৰ সম্ভাৱনা আছে। আপোনাৰ পত্নীৰ সৈতে ভাল সময় কটাব।  ব্যৱসায়ত লাভ হ’ব পাৰে।

কুম্ভ ৰাশি

মংগলৰ বিপৰীতমুখী গতি কুম্ভ ৰাশিৰ বাবে শুভ হ’ব। বহিঃৰাজ্যত ব্যৱসায়িক সম্পৰ্ক গঢ়ি তুলিব পাৰে৷ আত্মবিশ্বাস পূৰ্বতকৈ বাঢ়িব৷ পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ’ব। কৰ্মত অগ্ৰগতি লাভ কৰিব৷ ছাত্ৰ-ছাত্ৰীৰ বাবেও নতুন বছৰটো ভাল হব। পঢ়া-শুনাত সফল হ’ব। ব্যৱসায়ত অগ্ৰগতি হ’ব পাৰে। কিছু ধৈৰ্য্যৰে কাম কৰক।

Disclaimer- ইয়াত দিয়া তথ্য জ্যোতিষৰ আধাৰত আৰু কেৱল তথ্যৰ বাবেহে দিয়া হৈছে। অসম লাইভ২৪য়ে এই কথা নিশ্চিত কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু
বিশ্ব

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

August 20, 2026
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ
অপৰাধ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

August 20, 2026
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?
জীৱনশৈলী

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

August 20, 2026
Next Post
SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ আপডেট, ১ ফেব্ৰুৱাৰীৰ পৰা ব্লক কৰা হ’ব এইসমূহ লেনদেন , সলনি হ’ল NPCI নিয়ম

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ আপডেট, ১ ফেব্ৰুৱাৰীৰ পৰা ব্লক কৰা হ’ব এইসমূহ লেনদেন , সলনি হ’ল NPCI নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.