• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

2 years ago
দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

1 hour ago
ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

1 hour ago
উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

2 hours ago
৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

3 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

ভাগ্যই দেখুৱাব যাদু! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

4 hours ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

11 hours ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

12 hours ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

12 hours ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

13 hours ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

13 hours ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

14 hours ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

editor by editor
January 31, 2025
in বাণিজ্য
0
SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

SIPৰ মাধ্যমেৰে মিউছুৱেল ফাণ্ডত বিনিয়োগ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ বৰ্তমান সময়ত SIP বিনিয়োগৰ এটা জনপ্ৰিয় মাধ্যম৷ বহুতেই এতিয়া প্ৰতি মাহে SIPত বিনিয়োগ কৰিছে৷ কিন্তু মিউচুৱেল ফাণ্ড বজাৰৰ সৈতে যুক্ত৷ তাৰ পৰা নিশ্চিত ৰিটাৰ্ণ সেয়ে আশা কৰিব নোৱাৰি৷ বিগত কেইবা বছৰৰ পৰিসংখ্যাৰ পৰা দেখা গৈছে যে এছ আই পিত গড়ে ১২ শতাংশ ৰিটাৰ্ণ পাইছে বিনিয়োগৰাকীয়ে৷

অধিকাংশ ইকুইটি ফাণ্ডত ২০২৩ চনৰ ৰিটাৰ্ণ ৫০শতাংশতকৈ বেছি আছিল৷ ভৱিষ্যতেই একেই হাৰত ৰিটাৰ্ণ পাব বুলি নিশ্চিতভাৱে ক’ব নোৱাৰি৷ বিগত কেইবা বছৰত বহু মিউছুৱেল ফাণ্ডত ৪০শতাংশতকৈ বেছি ৰিটাৰ্ণ দিছে৷ মাত্ৰ ৫০০ টকা দিয়েই এছ আই পি আৰম্ভ কৰিব পাৰি৷ লেথাৰিকৈ বিনিয়োগ কৰি গ’লে ২৫ বছৰত কোটি টকাৰ ৰিটাৰ্ণ পাব৷

যদি প্ৰতিমাহে ৭০০০ টকাকৈ আপুনি বিনিয়োগ কৰে তেন্তে ২৫ বছৰত কিমান টকা লাভ কৰিব? মিউছুৱেল ফাণ্ড SIPত ৰিস্ক আছে যদিও ভাল ৰিটাৰ্ণ আপুনি পাবই৷ শ্বেয়াৰ বজাৰত যদি পতন হয় তেন্তে বিনিয়োগকাৰীৰ লোকচান হ’ব পাৰে৷ একেদৰে শ্বেয়াৰ বজাৰৰ যদি উত্থান হয় তেন্তে বিনিয়োগকাৰীৰ লাভৰ পৰিমাণো বাঢ়ি যায়৷ কিন্তু দীৰ্ঘম্যাদি বিনিয়োগৰ বাবে এছ আই পি বিনিয়োগেই সৰ্বশ্ৰেষ্ঠ বিনিয়োগ বুলি ধাৰণা কৰে বহুজনেই৷

এইবাৰ দেখা গৈছে যে SIPত প্ৰতি মাহে ৭০০০ টকাকৈ বিনিয়োগ কৰিলে ২৫ বছৰ পাছত কিমান টকা পোৱা যাব৷ যদি SIP-ত প্ৰতি বছৰে ১২শতাংশ হাৰত সুদ পোৱা যায় তেন্তে ২৫ বছৰত ১.৩২ কোটি টকাৰ ফাণ্ড গঢ়ি উঠিব৷ যদি SIP-ত প্ৰতি বছৰে ১৪শতাংশ হাৰত সুদ পোৱা যায় তেন্তে ২৫ বছৰত ১.৯০ কোটি টকাৰ ফাণ্ড গঢ়ি উঠিব পাৰে৷ আৰু যদি প্ৰতি বছৰে ১৬শতাংশ হাৰত সুদ পোৱা যায় তেন্তে ২৫ বছৰত গঢ়ি উঠিব ২.৭৭ কোটি টকাৰ ফাণ্ড৷ এনেকৈয়ে ২৫ বছৰত কোটি টকাৰ ফাণ্ড গঢ়ি তুলিব পাৰে এছ আই পিৰ মাধ্যমেৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে
বাণিজ্য

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

October 25, 2026
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক
বাণিজ্য

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

October 24, 2026
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!
বাণিজ্য

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

October 24, 2026
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!
বাণিজ্য

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

October 22, 2026
Next Post
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ আপডেট, ১ ফেব্ৰুৱাৰীৰ পৰা ব্লক কৰা হ’ব এইসমূহ লেনদেন , সলনি হ’ল NPCI নিয়ম

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ আপডেট, ১ ফেব্ৰুৱাৰীৰ পৰা ব্লক কৰা হ’ব এইসমূহ লেনদেন , সলনি হ’ল NPCI নিয়ম

বাঢ়িব শুক্ৰাণু, দূৰ হ’ব বন্ধ্যাত্বৰ সমস্যা! দৈনিক খাদ্য তালিকাত ৰাখক এই ৭বিধ খাদ্য

বাঢ়িব শুক্ৰাণু, দূৰ হ’ব বন্ধ্যাত্বৰ সমস্যা! দৈনিক খাদ্য তালিকাত ৰাখক এই ৭বিধ খাদ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.