• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাঢ়িব শুক্ৰাণু, দূৰ হ’ব বন্ধ্যাত্বৰ সমস্যা! দৈনিক খাদ্য তালিকাত ৰাখক এই ৭বিধ খাদ্য

বাঢ়িব শুক্ৰাণু, দূৰ হ’ব বন্ধ্যাত্বৰ সমস্যা! দৈনিক খাদ্য তালিকাত ৰাখক এই ৭বিধ খাদ্য

1 year ago
হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

3 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

4 hours ago
‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

4 hours ago
ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

5 hours ago
আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

5 hours ago
ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

6 hours ago
বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

6 hours ago
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

8 hours ago
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

9 hours ago
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

9 hours ago
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

10 hours ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাঢ়িব শুক্ৰাণু, দূৰ হ’ব বন্ধ্যাত্বৰ সমস্যা! দৈনিক খাদ্য তালিকাত ৰাখক এই ৭বিধ খাদ্য

বাঢ়িব শুক্ৰাণু, দূৰ হ’ব বন্ধ্যাত্বৰ সমস্যা! দৈনিক খাদ্য তালিকাত ৰাখক এই ৭বিধ খাদ্য

editor by editor
January 31, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বাঢ়িব শুক্ৰাণু, দূৰ হ’ব বন্ধ্যাত্বৰ সমস্যা! দৈনিক খাদ্য তালিকাত ৰাখক এই ৭বিধ খাদ্য
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰমশ বেৰঙী হৈছে যৌন জীৱন? সুস্থ দাম্পত্য জীৱনৰ সকলোতকৈ ডাঙৰ অস্ত্ৰই হৈছে স্বাভাৱিক যৌন জীৱন৷ এই দাবী আমাৰ নহয় এই দাবী কৰিছে বিশেষজ্ঞই৷ কৰ্মব্যস্ততা, ভুল খাদ্যভাষ, শৰীৰচৰ্চাত অনিয়মসহ একাধিক কাৰণত অলপ বয়সতেই বিভিন্ন অসুখত প্ৰভাৱ পৰিছে যৌন জীৱনত৷ যাৰ বাবে নিয়মিত শৰীৰচৰ্চাটো বাদেই যৌন ক্ষমতা বঢ়াত ডাঙৰ ভূমিকা আছে কিছু খাদ্যৰো৷ যৌন ক্ষমতা বঢ়াবলৈ হ’লে দৈনিক ডায়েটত কি কি খাদ্য ৰাখিব?

আয়ুৰ্বেদিক ভেষজ

আয়ুৰ্বেদৰ মতে অশ্বগন্ধা, শিলাজিতৰ দৰে ভেষজে যৌন ক্ষমতা বঢ়োৱাত সহায় কৰে৷ এই ধৰণৰ ভেষজে পুৰুষৰ প্ৰজনন ক্ষমতা বঢ়াব পাৰে৷

বাদাম আৰু বীজ

বিভিন্ন ধৰণৰ ছিড বা বাদাম বা কোমোৰাৰ বীজ, সূৰ্যমূখী ফুলৰ বীজ, আমণ্ড, বাদাম, আখৰোটৰ দৰে ফেটে সঠিক যৌনতাৰ সৈতে সম্পৰ্কিত হৰমনৰ কামত সহায় কৰে৷ দৈনিক ডায়েটত বীজ আৰু বাদান ৰাখিলে যৌন ক্ষমতা বাঢ়ে৷

সেউজীয়া পাচলি

পালেং শাক, মেথিশাক, বন্ধাকবিৰ দৰে শাক পাচলিত মেগনেছিয়াম আছে৷ যি ৰক্তনলীসমূহক প্ৰসাৰিত কৰে৷ যৌনাংগত ৰক্ত প্ৰবাহ বঢ়ায়৷ দীৰ্ঘক্ষণ যৌনতাৰ ইচ্ছাও বজায় ৰাখে বিভিন্ন ধৰণৰ শাকে৷

বেদনা

নিয়মিত বেদনা খালে ৰক্ত সঞ্চালন বাঢ়ে আৰু টেষ্টোষ্টেৰণ হৰমনৰ মাত্ৰা বঢ়ায়৷ ইয়াৰ সৈতে বাঢ়ে যৌনক্ষমতাও৷

তৰমুজ

ভায়গ্ৰাৰ সমানেই কাম কৰে তৰমুজে৷ সম্প্ৰতি নানান গৱেষণাত প্ৰমাণিত হৈছে এই কথা৷ কেৱল শৰীৰত পানীৰ মাত্ৰা বঢ়োৱা আৰু ওজন কমোৱাত সহায় কৰে তৰমুজে৷ ইয়াৰ সৈতে যৌন ইচ্ছা বঢ়োৱাতো কাৰ্যকৰী এই ফল৷

মেথি

শুক্ৰাণু বঢ়োৱাত সহায় কৰে মেথিয়ে৷ কেৱল শুক্ৰাণুৱেই নহয় পুৰুষৰ বন্ধ্যাত্বও দূৰ কৰাত কাৰ্যকৰী মেথি৷

দেশী ঘি

হজম ক্ষমচা ঠিক ৰখাত সহায় কৰে ঘিয়ে৷ ইয়াৰ সৈতে নিয়মিত দেশি ঘি খালে এনাৰ্জি বাঢ়ে৷ পুৰুষৰ বন্ধ্যাত্বও দূৰ হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?
জীৱনশৈলী

হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

May 8, 2026
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক
জীৱনশৈলী

কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

May 8, 2026
‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?
অসম

‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

May 8, 2026
ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ
ভাৰত

ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

May 8, 2026
Next Post
ফেব্ৰুৱাৰীত চাৰি গ্ৰহৰ স্থান সলনিত সৌভাগ্যৰ দুৱাৰ খোল খাব ৫ৰাশিৰ, বাঢ়িব ধন

ফেব্ৰুৱাৰীত চাৰি গ্ৰহৰ স্থান সলনিত সৌভাগ্যৰ দুৱাৰ খোল খাব ৫ৰাশিৰ, বাঢ়িব ধন

যুৱতীয়ে শ্বেয়াৰ কৰিলে অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’! ভাইৰেল ভিডিঅ’ দেখি কি কৈছে নেটিজেনে? লিংকত ক্লিক কৰি সবিশেষ জানক

যুৱতীয়ে শ্বেয়াৰ কৰিলে অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’! ভাইৰেল ভিডিঅ’ দেখি কি কৈছে নেটিজেনে? লিংকত ক্লিক কৰি সবিশেষ জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.