ছচিয়েল মিডিয়াৰ যুগত মানুহে কি কৰিছে সকলোবোৰ সামাজিক মাধ্যম চায়েই জানিব পাৰিব৷ সকলোৱে অঘোষিত এখন ভাইৰেল হোৱাৰ প্ৰতিযোগীতা চলাই থাকে৷ সেই নিচাৰ বাবেই সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ কৰে মানুহে৷ কোনোৱে ষ্টাণ্ট কৰি, কোনোৱে কাৰোবাৰ প্ৰপোজ কৰি, কোনোৱে ঘৰুৱা কামবন দেখুৱাই যদি ভিডিঅ’ কৰে, কোনোৱে আকৌ ভাইৰেলৰ আশাত নিজৰ গোপন সময়ৰ ভিডিঅ’ও তৈয়াৰ কৰে৷ সেই গোপনীয় ভিডিঅ’ ছচিয়েল মিডিয়াত ভাগ কৰি ল’বলৈকো লজ্জাবোধ নকৰে৷
এগৰাকী নৱবধুৰ তেনে এক ভিডিঅ’ ছচিয়েল মিডিয়াত নিজৰ মধুনিশাৰ ভিডিঅ’ পোষ্ট কৰা হৈছে৷ বিয়াৰ পিছতেই এক ভিডিঅ’ শ্বেয়াৰ কৰিছে৷ এই ভিডিঅ’ত স্বামী স্ত্ৰী দুজনেই সকলো সীমা অতিক্ৰম কৰিছে৷ বেডৰুমত কি ঘটিছে সেই কথাও ভগাই লৈছে দুয়োৱে৷ বিবাহৰ পাছত স্বামী আৰু পত্নীৰ প্ৰথম নিশাৰ ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিঙত আছে৷ মহিলাৰ নামৰ এটা একাউণ্টৰ পৰা এই ভিডিঅ’টো পোষ্ট কৰা হৈছে৷ লাখ লাখ মানুহে এই ভিডিঅ’ চাইছে৷ হাজাৰ হাজাৰ মানুহে শ্বেয়াৰো কৰিছে এই ভিডিঅ’৷ ভিডিঅ’টোৰ কেপশ্ব্যনত লিখা আছে, ‘ছুহাগ ৰাতৰ ব্লগলৈ আপোনাক স্বাগতম৷’ বহুতেই এই ভিডিঅ’ দেখা মাত্ৰকেই বহুজনে লিখিছে, ‘নিৰ্লজ্জতাৰ সীমা দুজনেই অতিক্ৰম কৰিছে৷ মানুহে এতিয়া কিছু অৰ্থৰ বাবে তেওঁৰ ব্যক্তিগত মুহূৰ্তসমূহ বিক্ৰি কৰিবলৈ প্ৰস্তুত৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ