• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰীত চাৰি গ্ৰহৰ স্থান সলনিত সৌভাগ্যৰ দুৱাৰ খোল খাব ৫ৰাশিৰ, বাঢ়িব ধন

ফেব্ৰুৱাৰীত চাৰি গ্ৰহৰ স্থান সলনিত সৌভাগ্যৰ দুৱাৰ খোল খাব ৫ৰাশিৰ, বাঢ়িব ধন

2 years ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

3 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

3 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

5 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

5 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

15 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

15 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

15 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

16 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

16 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

16 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ফেব্ৰুৱাৰীত চাৰি গ্ৰহৰ স্থান সলনিত সৌভাগ্যৰ দুৱাৰ খোল খাব ৫ৰাশিৰ, বাঢ়িব ধন

ফেব্ৰুৱাৰীত চাৰি গ্ৰহৰ স্থান সলনিত সৌভাগ্যৰ দুৱাৰ খোল খাব ৫ৰাশিৰ, বাঢ়িব ধন

editor by editor
January 31, 2025
in বিশ্ব, ভাৰত
0
ফেব্ৰুৱাৰীত চাৰি গ্ৰহৰ স্থান সলনিত সৌভাগ্যৰ দুৱাৰ খোল খাব ৫ৰাশিৰ, বাঢ়িব ধন
0
SHARES
24.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহই স্থান পৰিবৰ্তন কৰে৷ যাৰ প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰত৷ আগন্তুক ফেব্ৰুৱাৰী মাহত সূৰ্য আৰু মঙলসহ চাৰি গ্ৰহই নিজৰ অৱস্থান সলনি কৰিব৷ আগন্তুক ৪ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে বৃষ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰপাছত ১১ ফেব্ৰুৱাৰীত  শনিৰ ৰাশি কুম্ভত গোচৰ কৰিব বুধে৷ ঠিক ইয়াৰ এদিন পাছতেই ১২ ফেব্ৰুৱাৰীত সূৰ্যই প্ৰৱেশ কৰিব কুম্ভত৷ ইয়াৰ ফলত কুম্ভ ৰাশিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ ইয়াৰেই শনিয়েও অৱস্থান কৰিব৷ বুধ আৰু সূৰ্যৰ যুঁটিত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ৷ ইয়াৰ পাছতেই বৃষ ৰাশিত প্ৰৱেশ কৰিব মঙ্গলে৷ আকৌ নিজৰ স্থান সলনি কৰি মীন ৰাশিত যাব বুধ৷ আকৌ এই সকলো গ্ৰহৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱত লাভৱান হ’ব ৫ৰাশি৷ আপুনিও আছে নেকি এই তালিকাত?

মেষ ৰাশি

ফেব্ৰুৱাৰী মাহত সাফল্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ উচ্চশিক্ষাৰ সুযোগ পাব পাৰে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰিব৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ চাকৰিত পদোন্নতিৰ সুযোগ পাব৷ পৰিয়ালৰ সকলোৰে সৈতে ভাল সময় কটাব৷

মিথুন ৰাশি

শীঘ্ৰেই মিথুন ৰাশিৰ সুদিন উভতি আহিব৷ দাম্পত্য জীৱনৰ সমস্যা দূৰ হ’ব৷ পাৰ্টনাৰৰ সৈতে ভাল সময় কটাব৷ অফিচত কামৰ প্ৰশংসা পাব৷ কৰ্মক্ষেত্ৰত এইবাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ ব্যৱসায়ত ডাঙৰ চুক্তি কৰিব পাৰে৷ আপোনাৰ বাবে অন্যৰ উপকাৰ হ’ব৷

কৰ্কট ৰাশি

ফেব্ৰুৱাৰী মাহত কৰ্কট ৰাশিৰ ভাগ্য উদয় হ’ব৷ ভালকৈ ভাৱিহে সিদ্ধান্ত ল’ব৷ কাৰণ গোপন শত্ৰুৱে ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে৷ খুব পৰিচিতসকলৰ পৰাই ঠগন খাব পাৰে৷ যিমানেই বাধা আহক, নিজৰ বুদ্ধিমত্তাত আপুনি সকলো পৰিস্থিতি জয় কৰিব পাৰিব৷ স্বাস্থ্যৰ উন্নতি হ’ব৷

সিংহ ৰাশি

চাৰি গ্ৰহৰ স্থান সলনি সিংহ ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷ সমাজত খ্যাতি আৰু প্ৰতিপত্তি বাঢ়িব৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি পোৱাৰ যোগ আছে৷ দাম্পত্য জীৱনত সুখ থাকিব৷

কুম্ভ ৰাশি

ফেব্ৰুৱাৰী মাহত নানান দিশৰ পৰা লাভৱান হ’ব কুম্ভ ৰাশিৰ জাতক৷ পৰিয়ালত কোনো বিবাদ হ’লে সেয়া দূৰ কৰিবলৈ চেষ্টা কৰক৷ আয়ৰ নতুন উৎস মুকলি হ’ব৷ চাকৰি ব্যৱসায়ত উন্নতিৰ সুযোগ আহিব৷ সংগীৰ সৈতে ভাল সময় কটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম
বাণিজ্য

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

September 21, 2026
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ
অপৰাধ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

September 21, 2026
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

September 21, 2026
Next Post
যুৱতীয়ে শ্বেয়াৰ কৰিলে অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’! ভাইৰেল ভিডিঅ’ দেখি কি কৈছে নেটিজেনে? লিংকত ক্লিক কৰি সবিশেষ জানক

যুৱতীয়ে শ্বেয়াৰ কৰিলে অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’! ভাইৰেল ভিডিঅ’ দেখি কি কৈছে নেটিজেনে? লিংকত ক্লিক কৰি সবিশেষ জানক

শুক্লা তৃতীয়াৰ শিৱযোগ, শনিবাৰে মহাদেৱৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

শুক্লা তৃতীয়াৰ শিৱযোগ, শনিবাৰে মহাদেৱৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.