• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ আপডেট, ১ ফেব্ৰুৱাৰীৰ পৰা ব্লক কৰা হ’ব এইসমূহ লেনদেন , সলনি হ’ল NPCI নিয়ম

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ আপডেট, ১ ফেব্ৰুৱাৰীৰ পৰা ব্লক কৰা হ’ব এইসমূহ লেনদেন , সলনি হ’ল NPCI নিয়ম

2 years ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

2 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

3 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

3 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

4 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

4 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

5 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

5 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

6 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

7 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

7 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

8 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ আপডেট, ১ ফেব্ৰুৱাৰীৰ পৰা ব্লক কৰা হ’ব এইসমূহ লেনদেন , সলনি হ’ল NPCI নিয়ম

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ আপডেট, ১ ফেব্ৰুৱাৰীৰ পৰা ব্লক কৰা হ’ব এইসমূহ লেনদেন , সলনি হ’ল NPCI নিয়ম

editor by editor
January 31, 2025
in জীৱনশৈলী, বাণিজ্য
0
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ আপডেট, ১ ফেব্ৰুৱাৰীৰ পৰা ব্লক কৰা হ’ব এইসমূহ লেনদেন , সলনি হ’ল NPCI নিয়ম
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নগদ লেনদেনৰ তুলনাত UPIলেনদেন বাঢ়িছে দেশত৷ এটা সময় আছিল যেতিয়া নগদ টকাৰ সলনি কাৰ্ড ট্ৰানজেকশ্ব্যন আছিল প্ৰথম পছন্দ? ইউনিফায়েড পেয়েণ্টছ ইণ্টাৰফেছ, সংক্ষেপে UPI আহি নগদ ধনৰ লেনদেন কমাই দিছে৷ কিবা সামগ্ৰী ক্ৰয় কৰাই হওক বা আপুনি খাদ্য গ্ৰহণ কৰিবলৈকে হওক সকলোতেই UPI লেনদেন চলে৷ শেহতীয়াকৈ সেই UPI লেনদেনতেই আহিব সালসলনি৷

যিসকলে UPI পেমেণ্ট এপ ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে এই খবৰ জানি থোৱাটো খুবেই প্ৰয়োজন৷ প্ৰকৃততে ১ ফেব্ৰুৱাৰীৰ পৰা কোনো UPI এপত লেনদেন আই ডি তৈয়াৰ কৰিবলৈ বিশেষ আখৰ ব্যৱহাৰ কৰিব নোৱাৰিব৷ যদি কোনো এপ লেনদেন আইডিত বিশেষ আখৰ ব্যৱহাৰ কৰা হয় তেতিয়া চিষ্টেমে সেই অৰ্থপ্ৰদান বাতিল কৰিব৷ নেশ্ব্যনেল পেমেণ্ট কৰ্পোৰেচন অফ ইণ্ডিয়া ব্যৱসায়িক ব্যৱহাৰকাৰীসকলৰ বাবে এই নিৰ্দেশিকা জাৰি কৰিছে, ই সাধাৰণ গ্ৰাহককো প্ৰভাৱিত কৰিব পাৰে৷

কিয় এই পৰিবৰ্তন অনা হৈছে?

NPCI UPI লেনদেন আইডি তৈয়াৰৰ প্ৰক্ৰিয়াক মানসন্মত কৰিব খুজিছে৷ সেয়ে সকলো কোম্পানীক লেনদেন আই ডিত কেৱল মাত্ৰ আলফানিউমেৰিক আখৰ যোগ কৰাৰ নিৰ্দেশ দিছে৷ আগন্তুক ১ ফেব্ৰুৱাৰীৰ পৰা এইসমূহ আদেশ কাৰ্যকৰী হ’ব৷ অৰ্থাৎ কোনো এপত যদি এই আদেশসমূহ নকৰে তেন্তে UPIৰ মাধ্যমেৰে অৰ্থ প্ৰদান সম্পূৰ্ণ নহ’ব৷ আদেশ মানি চলাৰ দায়িত্ব এপৰ ওপৰত দিয়া হৈছে৷

NPCIৰ পূৰ্বেও এই প্ৰক্ৰিয়াটোক কাৰ্যকৰী কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছিল৷ বিগত বছৰৰ মাৰ্চত জাতি কৰা আদেশত কোৱা হৈছে, ট্ৰানজেকশ্ব্যন আই ডি ৩৫টা আখৰ থাকিব লাগিব৷ পূৰ্বে লেনদেন আই ডিত ৪ৰ পৰা ৩৫টা আখৰ আছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ৩৫ টা আখৰৰ আইডি তৈয়াৰ কৰিব পাৰে বুলি কোৱা হৈছিল৷
দেশৰ মুঠ ডিজিটেল পেমেণ্ট UPI ৰ অৱদান পাঁচ বছৰৰ দ্বিগুণ হৈ ৮৩শতাংশ হৈছেগৈ৷ ২০১৯ চনৰ মুঠ অৰ্থপ্ৰদানৰ অংশ আছিল ৩৪ শতাংশ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক প্ৰতিবেদনৰ পৰা এই তথ্য পোৱা গৈছে৷ ইয়াৰ বিপৰীতে NEFT, RTGS, IMPS ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ মাধ্যমেৰে লেনদেন মুঠ ডিজিটেল পেমেণ্টৰ ১৭শতাংশ নামি আহিছে৷ ২০১৯ চনত তেওঁলোকৰ শ্বেয়াৰ আছিল ৬৬শতাংশ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ
প্ৰযুক্তি

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

September 10, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ
জীৱনশৈলী

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

September 10, 2026
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!
প্ৰযুক্তি

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

September 10, 2026
Next Post
বাঢ়িব শুক্ৰাণু, দূৰ হ’ব বন্ধ্যাত্বৰ সমস্যা! দৈনিক খাদ্য তালিকাত ৰাখক এই ৭বিধ খাদ্য

বাঢ়িব শুক্ৰাণু, দূৰ হ’ব বন্ধ্যাত্বৰ সমস্যা! দৈনিক খাদ্য তালিকাত ৰাখক এই ৭বিধ খাদ্য

ফেব্ৰুৱাৰীত চাৰি গ্ৰহৰ স্থান সলনিত সৌভাগ্যৰ দুৱাৰ খোল খাব ৫ৰাশিৰ, বাঢ়িব ধন

ফেব্ৰুৱাৰীত চাৰি গ্ৰহৰ স্থান সলনিত সৌভাগ্যৰ দুৱাৰ খোল খাব ৫ৰাশিৰ, বাঢ়িব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.