• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্লা তৃতীয়াৰ শিৱযোগ, শনিবাৰে মহাদেৱৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

শুক্লা তৃতীয়াৰ শিৱযোগ, শনিবাৰে মহাদেৱৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

1 year ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

34 minutes ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

57 minutes ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

2 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

2 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

15 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

15 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

16 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

16 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

17 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

18 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্লা তৃতীয়াৰ শিৱযোগ, শনিবাৰে মহাদেৱৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

শুক্লা তৃতীয়াৰ শিৱযোগ, শনিবাৰে মহাদেৱৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

editor by editor
January 31, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
শুক্লা তৃতীয়াৰ শিৱযোগ, শনিবাৰে মহাদেৱৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১ ফেব্ৰুৱাৰী ২০২৫ শনিবাৰে চন্দ্ৰই কুম্ভ ৰাশি ত্যাগ কৰি মীন ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ মাঘ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথি৷ কাইলৈ পুৱা ১১ বাজি ৩৮ মিনিট পৰ্যন্ত তৃতীয়া থাকিব৷ তাৰপাছতেই মাঘ শুক্লা চতুৰ্থী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ পৰিঘ যোগ আৰু শিৱ যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ প্ৰথমে থাকিব পূৰ্ব ভাদ্ৰপদ আৰু পাছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

কাইলৈ দিনটো শিৱ যোগৰ প্ৰভাৱত শুভ ফলদায়ী হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ ইয়াৰ ফলত কাইলৈ মনত ভৰপুৰ আনন্দ থাকিব৷ ব্যৱসায়ীসকলে কাইলৈ কৰ্মসূত্ৰে দূৰৈত ফুৰিবলৈ যাব পাৰে৷ কাইলৈ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ ভাল চাকৰিৰ প্ৰস্তাৱো পাব পাৰে৷

কৰ্কট ৰাশি

কাইলৈ শিৱ যোগত মহাদেৱৰ আশীৰ্বাদত ভাল কিছু ঘটিব কৰ্কট ৰাশিৰ জাতকৰ জীৱনত৷ কোনো শুভ অনুষ্ঠানৰ সৈতে আপুনি যুক্ত হ’ব পাৰে৷ কাইলৈ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব কৰ্কট ৰাশিৰ জাতকৰ৷ চৰকাৰৰ পৰা কাইলৈ কোনো সন্মান পাব পাৰে৷ ধৰ্মীয় কামত কাইলৈ আগ্ৰহ বাঢ়িব৷ কাইলৈ কৰ্কট ৰাশিৰ জাতকৰ মনত শান্তিয়ে বিৰাজ কৰিব৷

সিংহ ৰাশি

শনিবাৰে দিনটো আনন্দেৰে কটাব সিংহ ৰাশিৰ জাতকে৷ প্ৰতিবেশীৰ সৈতে চলা পুৰণি বিবাদৰ অৱসান ঘটিব৷ শিৱ যোগৰ প্ৰভাৱত উত্তৰাধিকাৰ সূত্ৰে বেছ কিছু সম্পত্তি লাভ কৰাৰ যোগ আছে সিংহ ৰাশিৰ জাতকৰ৷ বাহিৰৰ কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ কাইলৈ বেছ কিছু অৰ্থ আপুনি সঞ্চয় কৰিব পাৰে৷

কন্যা ৰাশি

কাইলৈ মাঘৰ শুক্লা তৃতীয়া শনিৰ আশীৰ্বাদত মনত সুখ আৰু শান্তি বৰ্তি থাকিব কন্যা ৰাশিৰ জাতকৰ৷ আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য পূৰ্বতকৈ উন্নত হ’ব৷ তেওঁলোকৰ স্বাস্থ্যক লৈ আপোনাৰ মনত যি দুশ্চিন্তা আছে সেয়া দূৰ হ’ব৷ সম্পত্তি সংক্ৰান্তিয় কোনো সমস্যা চলিলে কাইলৈ দূৰ হ’ব৷ কাইলৈ শনিবাৰে নতুন সম্পত্তি লাভ কৰিব পাৰে কন্যা ৰাশিৰ জাতকে৷ আৰ্থিক লাভ হ’ব পাৰে৷

মকৰ ৰাশি

কাইলৈ শনিবাৰে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱত মনত সাহস বহুপৰিমানে বাঢ়িব মকৰ ৰাশিৰ জাতকৰ৷ নতুন কোনো ব্যৱসায় আৰম্ভ কৰিলে তাৰপৰা ভাল লাভ পাব৷ পেছাগত জীৱনত কোনো দৰকাৰী বিষয়ত ছিনিয়ৰৰ সাহায্য পাব৷ নতুন বাহন ক্ৰয়ৰ কথা ভাৱিলে এই বিষয়ে কাইলৈ কথাবাৰ্তা আগবাঢ়িব পাৰে৷ মকৰ ৰাশিৰ জাতকৰ ঘৰলৈ বিশেষ অতিথিৰ আগমনো হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

April 13, 2026
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

April 13, 2026
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ
জীৱনশৈলী

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

April 13, 2026
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!
জীৱনশৈলী

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

April 13, 2026
Next Post
মমতা কুলকাৰ্নিৰ বিৰুদ্ধে একশ্ব্যন! কাঢ়ি লোৱা হ’ল মহামণ্ডলেশ্বৰ উপাধি, কিন্নৰ আখড়াৰ পৰা কিয় বাহিৰ কৰা হ’ল মমতাক?

মমতা কুলকাৰ্নিৰ বিৰুদ্ধে একশ্ব্যন! কাঢ়ি লোৱা হ’ল মহামণ্ডলেশ্বৰ উপাধি, কিন্নৰ আখড়াৰ পৰা কিয় বাহিৰ কৰা হ’ল মমতাক?

৬ হাজাৰৰ পৰা বঢ়াই ১২ হাজাৰ টকা দিব কেন্দ্ৰই! এই যোজনাৰ বাঢ়িব ধন

৬ হাজাৰৰ পৰা বঢ়াই ১২ হাজাৰ টকা দিব কেন্দ্ৰই! এই যোজনাৰ বাঢ়িব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.