• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোলাঘাটৰ মানসৰ নামেৰে হাতত জেতুকা বুলাই আজি বোৱাৰী হ’ব মৰমৰ জানমণি! যুগ্ম জীৱনৰ প্ৰাকক্ষণত আপুনিও শ্যামন্তিকাক জনাওক শুভেচ্ছা

1 year ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

3 minutes ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

32 minutes ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

1 hour ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

2 hours ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

3 hours ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

4 hours ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

5 hours ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

22 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গোলাঘাটৰ মানসৰ নামেৰে হাতত জেতুকা বুলাই আজি বোৱাৰী হ’ব মৰমৰ জানমণি! যুগ্ম জীৱনৰ প্ৰাকক্ষণত আপুনিও শ্যামন্তিকাক জনাওক শুভেচ্ছা

গোলাঘাটৰ মানসৰ নামেৰে হাতত জেতুকা বুলাই আজি বোৱাৰী হ’ব মৰমৰ জানমণি! যুগ্ম জীৱনৰ প্ৰাকক্ষণত আপুনিও শ্যামন্তিকাক জনাওক শুভেচ্ছা

editor by editor
February 6, 2025
in অসম, গুৱাহাটী, জীৱনশৈলী
0
গোলাঘাটৰ মানসৰ নামেৰে হাতত জেতুকা বুলাই আজি বোৱাৰী হ’ব মৰমৰ জানমণি! যুগ্ম জীৱনৰ প্ৰাকক্ষণত আপুনিও শ্যামন্তিকাক জনাওক শুভেচ্ছা
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেহেন্দিৰে আৰম্ভ হ’ল শ্যামন্তিকা শৰ্মাৰ বিবাহৰ অনুষ্ঠান৷

মাঘতেই বিয়াত বহিব আপোনালোকৰ মৰমৰ জানমণি৷

অসমৰ জানমণিখ্যাত শ্যামন্তিকা শৰ্মাই ৬ ফেব্ৰুৱাৰীত যুগ্ম জীৱনৰ পাতনি মেলিব৷

যশস্বী বোলছবি পৰিচালক মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব শ্যামন্তিকা শৰ্মা৷

উল্লেখ্য যে শ্যমন্তিকাই বিবাহৰ খবৰ পোনতে ৰাজহুৱা কৰিছিল বিগত ডিচেম্বৰৰ ১৯ তাৰিখে৷

সাংসৰিক জীৱনৰ পাতনি মেলিবলৈ আগবঢ়াৰ খবৰ নিজেই শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত৷

অসমবাসীৰ মনত জানমনি হিচাপে স্থান দখল কৰা শ্যামন্তিকাৰ হ’বলগীয়া বিবাহক লৈ বহুজনেই জনাইছে শুভেচ্ছা জনাবলৈ আৰম্ভ কৰিছে সামাজিক মাধ্যমত৷ ইতিমধ্যে দুয়োৰে বিবাহৰ চিঠিও ভাইৰেল হৈ পৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?
অসম

June 6, 2026
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!
জীৱনশৈলী

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

June 6, 2026
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

June 6, 2026
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ
জীৱনশৈলী

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

June 6, 2026
Next Post
মঙ্গলৰ মাৰ্গী দশা, ৪ৰাশিৰ গাড়ী, ঘৰ ক্ৰয়ৰ সপোন পূৰণ হ’ব, ধন আহিব হাতলৈ, এই শুভ যোগ কাৰ কাৰ ভাগ্যত?

অশান্ত বাংলাদেশত ক্ৰেনেৰে গুৰি কৰা হ’ল বংগবন্ধুৰ ঘৰ, তছনছ স্মৃতি, কিয় আকৌ উত্তাল বাংলাদেশ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন