মহানগৰীত ক’লা হীৰৰ ক’লা বেহা অব্যাহত। কয়লা ছিণ্ডিকেটত অনেক পাছিং মাফিয়া। ছিণ্ডিকেটৰে কোন কোন জড়িত? দিনে দিনে পোহৰলৈ আহিছে ন-ন তথ্য।