• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

38 minutes ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

54 seconds ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

1 hour ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

2 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

4 hours ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

5 hours ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

5 hours ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

5 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

6 hours ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

7 hours ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

8 hours ago
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

8 hours ago
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

 জানক চুলি যতনৰ গোপন Tips

editor by editor
August 8, 2026
in জীৱনশৈলী, ফেশ্বন, বিবিধ, লেখা, স্বাস্থ্য
0
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ
0
SHARES
58
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰাখণ্ডৰ হালদ্বাণীৰ বাসিন্দা ৰেণু ধৰিৱালে ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে প্ৰতিষ্ঠিত গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম পঞ্জীয়ন কৰি। উত্তৰাখণ্ডৰ এই যুৱতীগৰাকীয়ে বিশ্বৰ আটাইতকৈ দীঘল চুলিৰে গঢ়িছে অনবদ্য ৰেকৰ্ড। যুৱতীগৰাকীৰ চুলিখিনি ২৭১.৫০ চেণ্টিমিটাৰ অৰ্থাৎ ৮ ফুট ১০ দীঘল। নিজৰ চুলিৰ এই দৈৰ্ঘৰে গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ৰেণু ধৰিৱালে।

এই কৃতিত্বৰে ৰেণুৱে কেৱল আশে-পাশে থকা অঞ্চলতে নিজৰ নাম উজলাই তোলাই নহয়, এতিয়া তেওঁ ছচিয়েল মিডিয়াতো দেশৰ বিভিন্ন প্ৰান্তৰ উপৰিও বিদেশৰ পৰা বহু সমাদৰ লাভ কৰিছে। আনহাতে বহু লোকে উত্তৰাখণ্ডৰ যুৱতীগৰাকীক ৰেপাঞ্জেলৰ সৈতে তুলনা কৰিছে। ৰেণু ধাৰীৱালে দেশলৈ গৌৰৱ কঢ়িয়াই অনাই নহয় ইণ্টাৰনেটতো চৰ্চাৰ বিষয় হৈ পৰিছে। এনে বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত ৰেণুৱে নিজৰ দীঘল ডাঠ ক’লা চুলিখিনি গ্ৰুমিং আৰু বান্ধি থকা দেখা গৈছে।

যিকোনো এগৰাকী ব্যক্তিৰ গড় চুলিৰ দৈৰ্ঘ্য ২ৰ পৰা ৩ ফুট। এই দৈৰ্ঘ্য লাভ কৰিবলৈ এজন ব্যক্তিয়ে প্ৰায় ৪ৰ পৰা ৬ বছৰলৈকে চুলিৰ বিশেষ যত্ন ল’ব লাগে। প্ৰতি বছৰে চুলি প্ৰায় ৬ ইঞ্চি দীঘল হয়, অৰ্থাৎ ২ বছৰত ১ ফুট চুলি গজে। এই দৃষ্টিকোণৰ পৰা ৰেণুৰ কঠোৰ পৰিশ্ৰম স্পষ্ট, যাৰ ফলত তেওঁ ইমান ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশ কৰিছে যে ৰেণুৰ চুলিৰ দৈৰ্ঘ্য বিশ্বৰ আটাইতকৈ ওখ মানুহ ৰবাৰ্ট ৱাডল’তকৈ মাত্ৰ কেই ইঞ্চিমান চুটি। এপ্ৰিল মাহত ৰেণুৰ চুলি জোখা হৈছিল, যিয়ে পূৰ্বৰ খিতাপ দখল কৰা ইউক্ৰেইনৰ আলিয়া নাছিৰোভাক অতিক্ৰম কৰিছিল। আলিয়াৰ চুলিৰ দৈৰ্ঘ্য আছিল ৮ ফুট ৫.৩ ইঞ্চি। ৰেণুৱে দীঘল চুলিটাৰি কেনেকৈ কেয়াৰ লয় সেই বিষয়ে ছ’চিয়েল মিডিয়াতো কেতিয়াও শ্বেয়াৰ কৰা নাই। তেওঁ কেৱল কয় যে ২০১৫ চনৰ পৰাই ৰেণুৱে চুলিৰ বিশেষ যত্ন ল’বলৈ আৰম্ভ কৰিছিল। চুলিখিনি ধুই ডিটেংগল কৰিবলৈ ৰেণুৰ লাগে কেইবা ঘণ্টা সময়। দীঘল হোৱাৰ লগতে ৰেণুৰ চুলিবোৰ ডাঠ, ঘন আৰু চিকচিকিয়া ৷ চুলিৰ স্বাস্থ্যৰ ৰহস্য উদঙাই দি ৰেণুৱে বুজাই দিলে যে তেওঁ প্ৰাকৃতিক চুলিৰ যত্ন লয় আৰু ৰাসায়নিক দ্ৰব্য পৰিহাৰ কৰে। ৰেণুৱে ঘৰতে চেম্পু আৰু তেল প্ৰস্তুত কৰে।
ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ৰেণু ইউটিউব আৰু ইনষ্টাগ্ৰামত চুলি বৃদ্ধিৰ টিপছ শ্বেয়াৰ কৰা দেখা গৈছে। চুলিক মানুহৰ মুখ্য আকৰ্ষণ বুলি বৰ্ণনা কৰি সঠিক যত্নৰ পৰামৰ্শ দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Hair
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ
বিনোদন

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

August 8, 2026
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ
প্ৰযুক্তি

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

August 8, 2026
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ
বিনোদন

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

August 8, 2026
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!
বিনোদন

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

August 8, 2026
Next Post
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.