• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ১১ টকাতেই কৰিব পাৰিব বিমান যাত্ৰা, ভাৰতৰ পৰা বিদেশলৈ কৰিব পাৰিব যাত্ৰা, এই ৱেবচাইটত ক্লিক কৰি আজিয়েই কৰক বিদেশ যাত্ৰাৰ প্লেন

1 year ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

11 minutes ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

1 hour ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

2 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

3 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

4 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

13 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

14 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

15 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

16 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ১১ টকাতেই কৰিব পাৰিব বিমান যাত্ৰা, ভাৰতৰ পৰা বিদেশলৈ কৰিব পাৰিব যাত্ৰা, এই ৱেবচাইটত ক্লিক কৰি আজিয়েই কৰক বিদেশ যাত্ৰাৰ প্লেন

মাত্ৰ ১১ টকাতেই কৰিব পাৰিব বিমান যাত্ৰা, ভাৰতৰ পৰা বিদেশলৈ কৰিব পাৰিব যাত্ৰা, এই ৱেবচাইটত ক্লিক কৰি আজিয়েই কৰক বিদেশ যাত্ৰাৰ প্লেন

editor by editor
February 27, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
মাত্ৰ ১১ টকাতেই কৰিব পাৰিব বিমান যাত্ৰা, ভাৰতৰ পৰা বিদেশলৈ কৰিব পাৰিব যাত্ৰা, এই ৱেবচাইটত ক্লিক কৰি আজিয়েই কৰক বিদেশ যাত্ৰাৰ প্লেন
0
SHARES
230
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰত্যেকৰেই জীৱনত সপোন থাকে এবাৰ হ’লেও বিমানত যাত্ৰা কৰিব৷ কিন্তু অত্যন্ত ব্যয়বহুল টিকটৰ বাবে সেই সপোন পূৰণ কৰিব পৰা নাই বহুতেই৷ কিন্তু এইবাৰ বহু মানুহৰ সপোন এইবাৰ পূৰণ হ’ব কম টকাতেই৷ মাত্ৰ ১১ টকাতেই পোৱা যাব বিমানৰ টিকট৷ ডাঙৰ সুযোগ দিছে এই সংস্থাই৷

এই অফাৰ চলিছে ভিয়েটনামৰ বিমান সংস্থা ভিয়েতজেটৰ তৰফৰ পৰা৷ ভিয়েতজেটে এই ফেষ্টিভ ছেল অফাৰ আনিছে যাত্ৰীসকলৰ বাবে৷ এই অফাৰেৰে আপুনি ভাৰতৰ পৰা ভিয়েটনাম যোৱা বিমানৰ টিকট পাব মাত্ৰ ১১ টকাতেই৷ এই টিকটৰ দামৰ সৈতে কৰ আৰু অন্যান্য ফি যুক্ত কৰা নাই৷ এই অফাৰটো আছে ইকো ক্লাছ টিকটৰ বাবে৷ আৰু ভাৰতৰ ডাঙৰ ডাঙৰ চহৰ মুম্বাই, দিল্লী, কোচি, আহমেদাবাদৰ পৰা হো চিমিনৰ চিটি হানৈ আৰু ডা নেং চহৰলৈ যোৱাৰ বাবে উপলব্ধ হ’ব এই টিকট৷

কেনেকৈ বুক কৰিব এই টিকট?

প্ৰতি শুকুৰবাৰে ভিয়েটনামৰ বিমানসংস্থা ভিয়েতজেট এয়াৰত এই সস্তাৰ টিকটৰ সুবিধা পোৱা যাব৷ ২০২৫ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত চলিব এই অফাৰ৷ এই অফাৰটো কেৱলমাত্ৰ সীমিত চিটৰ বাবে উপলব্ধ থাকিব৷ ফলত খুব দ্ৰুত এই টিকট বুকিং কৰিব লাগিব আপুনি৷ টিকট বুক কৰিবলৈ আপুনি ক্লিক কৰক www.vietjetair.com ৱেবচাইটত৷

অফাৰ সম্পৰ্কিত অন্যান্য তথ্য

সংবাদসংস্থা অনুসৰি জনা গৈছে যে এই অফাৰটো ৩১ ডিচেম্বৰ ২০২৫ পৰ্যন্ত বৈধ বুলি গণ্য কৰা হ’ব৷ কিছু কিছু ব্লেক আউট দিন আছে এই বুকিঙৰ ক্ষেত্ৰত৷ পাবলিক হলিডে, পিক ছিজনত এই বুকিং আপুনি কৰিব নোৱাৰিব৷ আপুনি যদি আপোনাৰ বুকিং বা ভ্ৰমণৰ দিন সলনি কৰিব খোজে তেন্তে এক নিৰ্দিষ্ট ফি দি সেই বুকিং সলনি কৰিব পাৰে৷ ইয়াৰোপৰি আপুনি টিকট বাতিল কৰিব খুজিলে সেয়াও কৰিব পাৰে৷ আপোনাৰ টকা ৰিফাণ্ড লৈ ট্ৰেভেল ৱালেটলৈ ঘূৰি আহিব৷ অৱশ্যে কিছু ফি কটা হ’ব৷

কিয় এই অফাৰ দিছে?

এই অফাৰটো কেৱল যে সস্তাতেই পাইছে তেনে নহয়৷ ইয়াৰোপৰি ভিয়েটনাম আৰু ভাৰতৰ মাজত চৰকাৰী সংযোগস্থাপনৰ এক ডাঙৰ সুযোগ৷ ভিয়েটনাম অসাধাৰণ প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক স্থান, সুস্বাদু খাদ্যৰ বাবে খুবেই বিখ্যাত৷ আৰু এই অফাৰত আপুনি এই সুন্দৰ দেশ ভ্ৰমণৰ ডাঙৰ সুযোগ পাব৷ আপুনি যদি অকলে কিংবা পৰিয়ালৰ সৈতে ভিয়েটনাম যাব খুজিছে তেন্তে এই অফাৰটো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ
জীৱনশৈলী

March 18, 2026
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?
জীৱনশৈলী

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

March 18, 2026
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ
জীৱনশৈলী

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

March 18, 2026
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

March 18, 2026
Next Post
কৌতূহল শেষ হ’ব, মোদীয়ে সঁচাকৈয়ে ডিগ্ৰী লৈছিলনে? আদালতক নথি দেখুৱাবলৈ সাজু দিল্লী বিশ্ববিদ্যালয়

মে মাহত খুলিব কেদাৰনাথৰ দুৱাৰ, যোৱাৰ পূৰ্বেই কৰক এই কাম অন্যথা যাব নোৱাৰিব কেদাৰনাথ ধামত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন