• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰৰ মালব্য ৰাজযোগত ৪ৰাশিৰ জীৱনলৈ আহিব টকাৰ জোৱাৰ! সপ্তাহৰ আৰম্ভণিতেই হাতৰ মুঠিত আহিব সাফল্য, কাৰ কাৰ খুলিব কঁপাল?

1 year ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

16 minutes ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

38 minutes ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

1 hour ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

2 hours ago
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

3 hours ago
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

4 hours ago
‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

5 hours ago
অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰৰ মালব্য ৰাজযোগত ৪ৰাশিৰ জীৱনলৈ আহিব টকাৰ জোৱাৰ! সপ্তাহৰ আৰম্ভণিতেই হাতৰ মুঠিত আহিব সাফল্য, কাৰ কাৰ খুলিব কঁপাল?

শুক্ৰৰ মালব্য ৰাজযোগত ৪ৰাশিৰ জীৱনলৈ আহিব টকাৰ জোৱাৰ! সপ্তাহৰ আৰম্ভণিতেই হাতৰ মুঠিত আহিব সাফল্য, কাৰ কাৰ খুলিব কঁপাল?

editor by editor
March 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শুক্ৰৰ মালব্য ৰাজযোগত ৪ৰাশিৰ জীৱনলৈ আহিব টকাৰ জোৱাৰ! সপ্তাহৰ আৰম্ভণিতেই হাতৰ মুঠিত আহিব সাফল্য, কাৰ কাৰ খুলিব কঁপাল?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫ চনত যিসমূহ গ্ৰহই ৰাশি সলনি কৰিছে সেইসমূহৰ ভিতৰত আছে শুক্ৰ, শনি ৰাহু আৰু কেতু। জ্যোতিষশাস্ত্ৰ অনুসৰি, শুক্ৰ হৈছে তুলা আৰু বৃষ ৰাশিৰ অধিপতি গ্ৰহ। মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত মীন ৰাশিৰ গোচৰ কৰিব শুক্ৰই। যাৰ ফলত আজি ১০ মাৰ্চৰ পৰা মীন ৰাশিত থাকিব মালব্য় ৰাজযোগ। জ্যোতিষশাস্ত্ৰ অনুসৰি পঞ্চ মহাপুৰুষ যোগৰ এটা হৈছে মালব্য ৰাজযোগ। এই শুভ যোগৰ প্ৰভাৱত ৪ ৰাশিৰ জীৱনলৈ সুখ সমৃদ্ধি আহিব। ভাগ্যৰ চকা ঘূৰিব কোন কোন ৰাশিৰ জাতকৰ?

কৰ্কট ৰাশি

মালব্য ৰাজযোগ কৰ্কট ৰাশিৰ বাবে লাভজনক হব পাৰে। সৃজনশীল কামৰ সৈতে যুক্ত ব্যক্তিয়ে হঠাৎ অৰ্থলাভ কৰিব পাৰে। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব। ব্যৱসায়ত লাভৰ মুখ দেখিব। ব্যৱসায়ীয়ে ডাঙৰ বিনিয়োগ কৰিব পাৰে। চাকৰিত উন্নতিৰ সুযোগ আহিব। নতুন চাকৰিৰ সুযোগো আহিব। বহুদিন ধৰি পৰিয়ালৰ সৈতে কোনো সমস্যা চলি থাকিলে সেই সমস্যা দূৰ হব।

কন্যা ৰাশি

মালব্য ৰাজযোগৰ শুভ প্ৰবা কন্যা ৰাশিৰ জাতকৰ ওপৰত পৰিব। কেৰিয়াৰত উন্নতিৰ যোগ আছে। কৰ্মসূত্ৰে বিদেশলৈ যাব পাৰে। যিকোনো কামত পৰিয়ালৰ পূৰ্ণ সমৰ্থন পাব। সন্তানৰ পৰা সুখবৰ পাব পাৰে।

ধনু ৰাশি

মালব্য ৰাজযোগৰ প্ৰভাৱত ধনু ৰাশিৰ অৰ্থভাগ্য খুলিব। ঋণ শোধ কৰিব পাৰে। বহুদিন ধৰি ৰৈ থকা টকা এই সময়ত উভতাই পাব। কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব। পদোন্নতি, দৰমহা বঢ়াৰ সম্ভাৱনা আছে। ব্যৱসায়ীয়ে ডাঙৰ চুক্তি কৰিব পাৰে। পৰিয়ালত শান্তি থাকিব। ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰি পাৰে।

মীন ৰাশি

শুক্ৰৰ গোচৰৰ ফলত সুদিন আহিব মীন ৰাশিৰ জীৱনত। আগন্তুক বছৰত মালব্য ৰাজযোগৰ প্ৰভাৱত এই ৰাশিৰ অৰ্থলাভ হব। আয়ৰ নতুন পথ খুলিব পাৰে। আৰ্থিক পৰিস্থিতি উন্নত হব। কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব। অফিচত সহকৰ্মীৰ সহযোগিতা লাভ কৰিব। দাম্পত্যত সুখ থাকিব। অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?
জীৱনশৈলী

April 18, 2026
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?
জীৱনশৈলী

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

April 18, 2026
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে
জীৱনশৈলী

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

April 18, 2026
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?
অসম

Next Post
চলিত সপ্তাহতেই DAৰ প্ৰস্তাৱত অনুমোদন! আপোনাৰ দৰমহা কিমান বাঢ়িব?

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নাম সলনি কৰক, ইণ্ডিয়া ৰখাৰ যুক্তি কি আছেঃ RSS নেতা দত্তাত্ৰেয় হোছাবল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন