• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চলিত সপ্তাহতেই DAৰ প্ৰস্তাৱত অনুমোদন! আপোনাৰ দৰমহা কিমান বাঢ়িব?

8 months ago
দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

5 hours ago
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

6 hours ago
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

8 hours ago
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

9 hours ago
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

10 hours ago
ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

11 hours ago
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

12 hours ago
হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

1 day ago
এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 12, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চলিত সপ্তাহতেই DAৰ প্ৰস্তাৱত অনুমোদন! আপোনাৰ দৰমহা কিমান বাঢ়িব?

চলিত সপ্তাহতেই DAৰ প্ৰস্তাৱত অনুমোদন! আপোনাৰ দৰমহা কিমান বাঢ়িব?

editor by editor
March 11, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
চলিত সপ্তাহতেই DAৰ প্ৰস্তাৱত অনুমোদন! আপোনাৰ দৰমহা কিমান বাঢ়িব?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত সপ্তাহতেই আহিব সুখবৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীৰ মহাৰ্ঘ ভাট্টা বৃদ্ধিত অনুমোদন দিব পাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই। চৰকাৰী কৰ্মী ইউনিয়ন ফোৰামৰ সদস্যসকলৰ মতে DAৰ ওপৰিও DR বৃদ্ধিতো অনুমোদন দিব পাৰে কেবিনেটে।

ডিএ আৰু ডিআৰৰ সংশোধন মন্ত্ৰীসভাৰ আলোচ্যসূচিত থাকিব পাৰে। কাৰণ দুটা ভাট্টাৰ বৃদ্ধিৰ এটা সাধাৰণতে মাৰ্চত হয় আৰু আনটো অক্টোবৰত হয়। ডিএ আৰু ডি আৰ বৃদ্ধি মাৰ্চত অনুমোদিত হয় আৰু জানুৱাৰীলৈকে ই কাৰ্যকৰী হয়।

DA বৃদ্ধিৰ বিষয়ে কি কৈছে কনফেডাৰেছনে?

এই অনুমোদনৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু শ্ৰমিকৰ কনফেডাৰেছনৰ সভাপতি ৰূপক চৰকাৰে কৈছে, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰবৰ্তী বৈঠকত এই বৃদ্ধিৰ কথা ঘোষণা কৰা হব বুলি আশা কৰা হৈছে। তেওঁ লগতে কয় যে মহাৰ্ঘ ভাট্টা বৃদ্ধি সম্ভৱত ২ শতাংশকৈ হব। কাৰণ ইয়াৰ মুদ্ৰাস্ফীতিৰ সৈতে তুলনা কৰি ধৰা হয়। যি বিগত বছৰৰ তুলনাত এই বছৰ হ্ৰাস পাইছে। ইয়াৰ পূৰ্বে ডি এ অক্টোবৰত ৩ শতাংশ আৰু মাৰ্চ মাহত ৪শতাংশ বৃদ্ধি কৰা হৈছিল।

কিমান শতাংশ ডি এ বাঢ়িব?

বিগত বছৰৰ অক্টোবৰত ৩ শতাংশ বৃদ্ধিৰ পাছত ডি এ মূল দৰমহাৰ ৫৩শতাংশ বাঢ়িছে। যদি আসন্ন সংশোধনত ডি এ ২শতাংশ বঢ়োৱা হয় তেন্তে এই ভাট্টা মূল বেতনৰ ৫৫শতাংশলৈ উন্নীত হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?
জীৱনশৈলী

November 12, 2025
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?
জীৱনশৈলী

শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

November 12, 2025
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?
জীৱনশৈলী

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

November 12, 2025
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?
জীৱনশৈলী

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

November 12, 2025
Next Post
ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নাম সলনি কৰক, ইণ্ডিয়া ৰখাৰ যুক্তি কি আছেঃ RSS নেতা দত্তাত্ৰেয় হোছাবল

১৩ নে ১৪ মাৰ্চত দৌলপূৰ্ণিমা? পঞ্জিকামতে হোলিকা দহনৰ সময় জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন