• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২২ বছৰৰ পাছত ৰহস্য ভেদ, দুৰ্ঘটনা নাছিল অভিনেত্ৰী সৌন্দৰ্যৰ ঘটনা

২২ বছৰৰ পাছত ৰহস্য ভেদ, দুৰ্ঘটনা নাছিল অভিনেত্ৰী সৌন্দৰ্যৰ ঘটনা

2 years ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

2 minutes ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

40 minutes ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

2 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

3 hours ago
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

5 hours ago
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

5 hours ago
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

6 hours ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

6 hours ago
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

7 hours ago
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

7 hours ago
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

8 hours ago
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

২২ বছৰৰ পাছত ৰহস্য ভেদ, দুৰ্ঘটনা নাছিল অভিনেত্ৰী সৌন্দৰ্যৰ ঘটনা

editor by editor
March 12, 2025
in Uncategorized, চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
২২ বছৰৰ পাছত ৰহস্য ভেদ, দুৰ্ঘটনা নাছিল অভিনেত্ৰী সৌন্দৰ্যৰ ঘটনা
0
SHARES
9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২২ বছৰৰ পাছত ৰহস্য ভেদ, দুৰ্ঘটনা নাছিল অভিনেত্ৰী সৌন্দৰ্যৰ ঘটনা

বলিউড আৰু টলিউডৰ জনপ্ৰিয় অভিনেত্ৰী সৌন্দৰ্যৰ মৃত্যু সন্দৰ্ভত ২২ বছৰৰ মূৰত প্ৰকাশ পাইছে এক নতুন তথ্য। দুৰ্ঘটনাক আকস্মিক মৃত্যু নাছিল হত্যা কৰা হৈছিল সৌন্দৰ্যক।

অমিতাভ বচ্চনৰ সৈতে ‘সূৰ্যবংশম’ কৰি জনপ্ৰিয় হোৱা মাথো কেইখনমান ছবি কৰিয়ে এক বিমান দুৰ্ঘটনাত আকস্মিক মৃত্যু হোৱা সৌন্দৰ্যৰ মৃত্যুক এতিয়ালৈকে বিমান দুৰ্ঘটনা বুলিয়ে ধাৰণা কৰা হৈছিল যদিও শেহতীয়াকৈ এটা চাঞ্চল্যকৰ দাবী উত্থাপন হৈছে।
এক গোচৰত এজন ব্যক্তিয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰি সৌন্দৰ্যৰ মৃত্যু এক পৰিকল্পিত হত্যা বুলি অভিহিত কৰিছে। লগতে এই সকলো অভিযোগৰ মূলতে নাম প্ৰকাশ পাইছে এগৰাকী অভিনেতাৰ।

খম্মাম জিলাৰ চিত্তিমল্লু নামৰ এজন লোকে অভিনেতা মোহন বাবুৰ বিৰুদ্ধে সৌন্দৰ্যক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি এচিপি আৰু জিলা প্ৰশাসনক লিখিত অভিযোগ দাখিল কৰিছে। লগতে অভিযোগকাৰীয়ে, মোহন বাবুৱে দখল কৰা সৌন্দৰ্যৰ মাটিখিনি মুকলি কৰি অনাথ আশ্ৰম বা সামৰিক সেৱাৰ বাবে ব্যৱহাৰ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে।

অভিযোগ অনুসৰি হায়দৰাবাদৰ জলপালী অঞ্চলত সৌন্দৰিয়াই ৬ একৰ (প্ৰায় ১০ বিঘা) মাটি ক্ৰয় কৰিছিল। এই মাটিক লৈ সৌন্দৰ্য আৰু মোহন বাবুৰ মাজত বিবাদ চলি আছিল। কোৱা হৈছে যে মোহন বাবুৱে এই মাটি বিক্ৰী কৰিব বিচাৰিছিল, কিন্তু সৌন্দৰ্য আৰু তেওঁৰ ভায়েক অমৰনাথে ইয়াৰ বিৰোধিতা কৰিছিল। এই সন্দৰ্ভত দুয়োৰে মাজত বিবাদৰ সৃষ্টি হৈছিল।

২০০৪ চনৰ ১৭ এপ্ৰিলত সৌন্দৰ্যই ভাৰতীয় জনতা পাৰ্টি আৰু তেলেগু দেশম পাৰ্টিৰ প্ৰচাৰৰ বাবে কৰিমনগৰলৈ গৈ গৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে সৌন্দৰ্যৰ ব্যক্তিগত বিমানখন উৰণৰ পিছতেই দুৰ্ঘটনাগ্ৰস্ত হয়।

সেই সময়ত কোৱা হৈছিল যে  এইটো এটা দুৰ্ঘটনা, কিন্তু এতিয়া ইয়াক হত্যা বুলি অভিহিত কৰা হৈছে। খবৰ অনুসৰি সেই সময়ত সৌন্দৰ্য গৰ্ভৱতী আছিল আৰু আনকি তেওঁৰ মৃতদেহো পৰিয়ালৰ হাতত গতাই দিয়া হোৱা নাছিল।

খবৰ অনুসৰি জালাপল্লীত অৱস্থিত বিবাদিত ৬ একৰ ভূমি সৌন্দৰ্যৰ মৃত্যুৰ কিছু সময়ৰ পাছতেই মোহন বাবুৱে নিজৰ দখললৈ নিছিল। এতিয়া এই বিষয়টো পুনৰ উত্থাপন হোৱাত আৰক্ষীৰ ওপৰত ন্যায্য তদন্তৰ হেঁচাও বাঢ়িছে।

কিন্তু এই সমগ্ৰ বিষয়টোত এতিয়াও কোনো সুনিৰ্দিষ্ট প্ৰমাণ পোৱা হোৱা নাই। সকলো কেৱল অভিযোগৰ ভিত্তিত, যাৰ বাবে  একাংশই ইয়াক কেৱল প্ৰচাৰৰ ষ্টাণ্ট বুলি অভিহিত কৰিছে। একে সময়তে মোহন বাবুৰ পৰা এতিয়াও কোনো আনুষ্ঠানিক বক্তব্য অহা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actressBollywoodSondryaTollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…
বিনোদন

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

October 17, 2026
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!
জীৱনশৈলী

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

October 17, 2026
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক
বাণিজ্য

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

October 17, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

October 17, 2026
Next Post
মাহে ১০ হাজাৰ টকা বিনিয়োগ কৰি সহজে হ’ব পাৰে কোটিপতি, SBI-এ আনিছে অফাৰ

মাহে ১০ হাজাৰ টকা বিনিয়োগ কৰি সহজে হ’ব পাৰে কোটিপতি, SBI-এ আনিছে অফাৰ

হোলীত চন্দ্ৰ গ্ৰহণ আৰু সূৰ্য ট্ৰেনজিতৰ বিশেষ সংযোগ, ৫ ৰাশিৰ অতিকে শুভ

হোলীত চন্দ্ৰ গ্ৰহণ আৰু সূৰ্য ট্ৰেনজিতৰ বিশেষ সংযোগ, ৫ ৰাশিৰ অতিকে শুভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.