• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰ্চৰ শেষত ঘৰ সলনি কৰিব শনিয়ে, এই ৫ৰাশিৰ জাতক সাবধান হওক অন্যথা ডাঙৰ বিপদত পৰিব

মাৰ্চৰ শেষত ঘৰ সলনি কৰিব শনিয়ে, এই ৫ৰাশিৰ জাতক সাবধান হওক অন্যথা ডাঙৰ বিপদত পৰিব

1 year ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

39 minutes ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

1 hour ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

3 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

3 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

4 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

20 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

20 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

21 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

21 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

22 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

23 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

মাৰ্চৰ শেষত ঘৰ সলনি কৰিব শনিয়ে, এই ৫ৰাশিৰ জাতক সাবধান হওক অন্যথা ডাঙৰ বিপদত পৰিব

মাৰ্চৰ শেষত ঘৰ সলনি কৰিব শনিয়ে, এই ৫ৰাশিৰ জাতক সাবধান হওক অন্যথা ডাঙৰ বিপদত পৰিব

editor by editor
March 13, 2025
in Uncategorized
0
মাৰ্চৰ শেষত ঘৰ সলনি কৰিব শনিয়ে, এই ৫ৰাশিৰ জাতক সাবধান হওক অন্যথা ডাঙৰ বিপদত পৰিব
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আঢ়ৈ বছৰৰ পাছত নিজৰ ঘৰ সলনি সলনি কৰিছে শনিয়ে৷ আগন্তুক ২৯ মাৰ্চৰ নিশা ১০ বাজি ৭ মিনিটত কুম্ভ এৰি মীন ৰাশিত প্ৰৱেশ কৰিব কৰ্মফলদাতা শনিয়ে৷ মীন ৰাশিত শত্ৰু গ্ৰহ সূৰ্যৰ সৈতে যুঁটি গঠন কৰিব এই গ্ৰহই৷ সম্পৰ্কত পিতা পুত্ৰ হলেও শনি আৰু সূৰ্য পৰস্পৰৰ শত্ৰু গ্ৰহ৷ সূৰ্য আৰু শনিৰ অশুভ প্ৰভাৱ পৰে বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত৷ জানি থওক শনিৰ গোচৰৰ ফলত অত্যন্ত বেয়া দিন আহিব কোন কোন ৰাশিৰ জাতকৰ জীৱনত? কেৰিয়াৰৰ পৰা ব্যক্তিগত জীৱন, নানান বিপদ আহিব এই ৫ৰাশিৰ জাতকৰ৷

মেষ ৰাশি

মেষ ৰাশিৰ দ্বাদশ ঘৰত গোচৰ কৰিব শনিয়ে৷ ইয়াৰ ফলত শনিৰ চাৰেসাতি দশা আৰম্ভ হব মেষ ৰাশিত৷ এই সময়ত প্ৰচুৰ খৰচ বাঢ়িব আপোনাৰ৷ শৰীৰো খুব এটা ভালে নাথাকিব৷ চকুৰ সমস্যাত ভূগিব পাৰে৷ ভৰিৰ বিষ আদিও হব পাৰে৷ দিন বেয়া চলিলেও এই সময়ত বিদেশ যাত্ৰাৰো যোগ আছে৷ প্ৰতি শনিবাৰে বজৰং বান পাঠ কৰক মেষ ৰাশিৰ জাতকে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অষ্টম ঘৰত গোচৰ কৰিব শনিয়ে৷ এই সময়ত আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ নজৰ দিয়া উচিত৷ আইনী জটিলতাত সোমাই পৰিব পাৰে৷ অতিৰিক্ত খৰচৰ বাট মুকলি হব পাৰে সিংহ ৰাশিৰ জাতকৰ৷ অফিচতো কিছু খামখেয়ালী হব পাৰে৷ সাংসৰিক জীৱনত সমস্যা বাঢ়িব৷ প্ৰতি শনিবাৰে মহাৰাজ দশৰথ ৰচিত নীল শনি স্তোত্ৰ জপ কৰক৷

ধনু ৰাশি

শনিৰ গোচৰৰ সৈতে ধনু ৰাশিত আৰম্ভ হব শনিৰ ধাইয়া দশা৷ ধনু ৰাশিত চতুৰ্থ ঘৰত গোচৰ কৰিব শনিয়ে৷ এই সময়ত পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্কত দূৰত্ব আহিব পাৰে৷ চাকৰি পৰিবৰ্তন কৰিব পাৰে৷ মাতৃৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিব আপুনি৷ স্বাস্থ্য ভালে নাথাকিব পাৰে৷ বুকুত সংক্ৰমণ হব পাৰে৷ প্ৰতি শনিবাৰে কলা তিল দান কৰক৷

মকৰ ৰাশি

মকৰ ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব শনিয়ে৷ জীৱনসংগীৰ শৰীৰ বেয়া হোৱাৰ ফলত আপোনাৰ মনত দুঃচিন্তা বাঢ়িব৷ পিতৃ মাতৃৰ শৰীৰ ভালে নাথাকিব পাৰে৷ পৰিয়ালৰ সদস্যসকলৰ মাজত সম্পৰ্কৰ অবনতি হব৷ নানান সাংসৰিক অশান্তিত ভূগিব পাৰে মকৰ ৰাশিৰ জাতক৷ প্ৰতি শনিবাৰে শনি চালিছা জপ কৰক৷

মীন ৰাশি

শনিৰ গোচৰৰ তীব্ৰ প্ৰভাৱ লক্ষ্য কৰা যায় মীন ৰাশিৰ জাতকৰ ওপৰত৷ মীন ৰাশিত প্ৰৱেশ কৰিব শনিয়ে৷ শৰীৰ আৰু স্বাস্থ্যক লৈ এই সময়ত আপুনি কিছু অসুবিধাৰ সন্মুখীন হব পাৰে৷ ব্যৱসায়ৰ বাবে এই সময় ভাল৷ দীৰ্ঘ ম্যাদি ব্যৱসায়িক পৰিকল্পনাত সাফল্য পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
বিবাহৰ ১২ দিন পাছত ন বোৱাৰীৰ পৰিচয় পায় জীৱনৰ মোহ হেৰুৱাইছে এই যুৱকে, ঘটনা শুনিলে আপুনিও ক’ব কি হৈছে দুনীয়াত?

বিবাহৰ ১২ দিন পাছত ন বোৱাৰীৰ পৰিচয় পায় জীৱনৰ মোহ হেৰুৱাইছে এই যুৱকে, ঘটনা শুনিলে আপুনিও ক’ব কি হৈছে দুনীয়াত?

নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ নতুন NANO’ৰ?

নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ নতুন NANO’ৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.